1. Your wishes made my day!(তোমাৰ শুভেচ্ছাই মোৰ দিনটো ধন্য কৰিলে!)
2. Thank you so much for your wonderful wishes!(অশেষ ধন্যবাদ তোমাৰ ধুনীয়া শুভেচ্ছা বাণীৰ বাবে!)
3. This means a lot to me. Thanks for your wishes. (অশেষ ধন্যবাদ তোমাৰ শুভেচ্ছাৰ বাবে, ই মোৰ বাবে যথেষ্ট মহত্বপূৰ্ণ)
4. I am overwhelmed with all the love and wishes. (মই ইমান মৰম আৰু শুভেচ্ছা পাই অভিভূত হৈ পৰিছো)
5. Your wishes made my day even more special. Thank you so much!(তোমাৰ শুভেচ্ছাই মোৰ দিনটো আৰু বিশেষ বনালে, অশেষ ধন্যবাদ!)
6. It was lovely getting birthday wishes from you. (তোমাৰ পৰা জন্মদিনৰ শুভেচ্ছা পাই খুবেই ভাল লাগিল)
7. On Facebook or WhatsApp groups - thanking many people: (Facebook বা WhatsApp groups ত বহুলোকক ধন্যবাদ জনোৱা)
1. Thank you for the kind thoughts everyone!
(আটাইকে সুন্দৰ শুভেচ্ছা বাণীৰ বাবে অশেষ ধন্যবাদ!)
2. Hey everyone, I just wanted to thank all of you. It feels wonderful to have friends like you. Thanks!(হেই! মই আটাইলৈ মই মোৰ ধন্যবাদ যাচিছোঁ, আপোনালোকৰ নিচিনা বন্ধুলাভ কৰাটো খুবেই সৌভাগ্যৰ কথা, ধন্যবাদ!)
3. Thank you everyone for the birthday wishes! I had an amazing birthday.
(জন্মদিনত শুভেচ্ছা জনোৱা বাবে আটাইলৈ অশেষ ধন্যবাদ! খুবেই সুন্দৰ জন্মদিন গল মোৰ. )
Doubts on this article