Plans 'ৰ বিষয়ে বাৰ্তালাপ
try Again
Tip1:hello
Lesson 105
Plans 'ৰ বিষয়ে বাৰ্তালাপ
উপায়
মই স্কুললৈ নাযাওঁ. = I will not go to school.
ভৱিষ্যৎ কালত will 'ৰ ব্যবহাৰ: কথা দিয়া বা হঠাতে লোৱা নিৰ্ণয়ৰ বাবে কৰা হয়.
=
উপায়
Look at the clouds. It looks like it is going to rain. = মেঘবোৰলৈ চোৱা. বৰষুণ পৰিব যেন পাইছো.
'Intentions' (অভিপ্ৰায়) আৰু 'predictions' (পূৰ্বানুমান) 'ৰ বাবে 'going to' ব্যবহাৰ কৰা হয়.
=
উপায়
I am traveling to Mumbai this Saturday. = মই এই শনিবাৰে মুম্বাই গৈ আছোঁ.
Present continuous 'ৰ ব্যবহাৰ ভৱিষ্যৎ কালৰ বাবে তেতিয়া কৰা হয় যেতিয়া এটা 'specific' সময় দিয়া হৈছে.
=
Eg: মই কাইলে আহি আছোঁ = I am coming tomorrow.

ইয়াত ভৱিষ্য (tomorrow - অহা কালি) বিষয়ে কোৱা হৈছে, সেই বাবে ক্ৰিয়াৰ লগত '-ing' লগোৱা হৈছে.
'তেওঁলোক হোটেল এখনত ৰ'বলৈ ওলাইছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
They will going to stay in a hotel.
They are going to stay in a hotel.
They are go to stay in a hotel.
They go to stay in a hotel.
'মই অহা সপ্তাহত ঘৰলৈ আহি আছোঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I am coming home next week.
I going to come home next week.
I coming home next week.
I am come home next week.
'আমি আজি ৰাতি পিজ্জা খাম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
We are coming to eat pizza tonight.
We eat pizza tonight.
We go to eat pizza tonight.
We are going to eat pizza tonight.
'তুমি কালি স্বপিং কৰিবলৈ গৈ আছা নেকি?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Are you go shopping tomorrow?
Will you are go shopping tomorrow?
Are you going shopping tomorrow?
Do you going shopping tomorrow?
'মই গোটেই দিন পঢ়িবলৈ লম.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I am going to study all day.
I go to study all day.
I will going to study all day.
I goes to study all day.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Mohan ______
is go to be
is going to be
is will be
is going to
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
It is ______
rains
rained
going to rain
going to raining
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
What ______
will you doing
is you doing
can you doing
are you doing
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Neha ______
will going to
has go to
is going to
is go to
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
will going to
am going to
go to
am go to
মই নেহাক মাতিব ওলাইছোঁ.
আমি আজি সোনকালে শুম.
তেওঁলোক মোৰ ইয়ালৈ আহিব.
মই তেওঁলোকক সঁচা নকওঁ.
    • the truth.
    • tell
    • I am not
    • him
    • go to
    • going to
    সভা দহটা বজাত আৰম্ভ হ'ব.
    • is
    • start
    • will going to
    • the meeting
    • going to
    • at ten o'clock.
    আমি আজি ৰাতি মুম্বাইলৈ যাম.
    • for Mumbai
    • we can
    • we are
    • will
    • tonight.
    • leaving
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ