Go/ get/ have ৰ ব্যৱহাৰ আৰু পাৰ্থক্য
try Again
Tip1:hello
Lesson 108
Go/ get/ have ৰ ব্যৱহাৰ আৰু পাৰ্থক্য
উপায়
=
আজি আমি 'go, get, have' 'ৰ মাজত পাৰ্থক্য বুজিম.
=
Would you like=আপুনি ভাল পাব নেকি
to go out=বাহিৰলৈ যোৱা
উপায়
To have = খোৱা (খাদ্য বস্তু / পেয় পদাৰ্থ)
Eat মানে খোৱা হয়. কিন্তু যিকোনো ধৰণৰ খোৱা বা পেয় পদাৰ্থৰ বাবে 'have' ব্যবহাৰ কৰা হয়.
Eg: মই পনীৰৰ লগত পিজ্জা খাই ভাল পাম. = I would like to have a pizza with cheese.
To have = হোৱা (আনৰ ওচৰত কিবা হুৱা)
Have 'ৰ বেলেগ মানে অধিকাৰ/কিবা ওচৰত থকা.
Eg: I have a dog. = মোৰ ওচৰত এটা কুকুৰ আছে.
'মই সাধাৰণতঃ ৮ টা বজাত নৈশভোজন কৰোঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I usually having dinner at 8 o'clock.
I am usually have dinner at 8 o'clock.
I usually have dinner at 8 o'clock.
I usually go dinner at 8 o'clock.
উপায়
Get = লৈ আনা
কোনো ধৰণৰ বস্তু লৈ আনাৰ বাবে 'get' ব্যবহাৰ কৰা হয়.
Eg: আপুনি অলপ গাখীৰ লৈ আনিব নেকি? = Can you get some milk?
=
'অনুগ্ৰহ কৰি এক পেকেট চেনী লৈ আনক.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Please have a packet of sugar.
Please gets a packet of sugar.
Please to get a packet of sugar.
Please get a packet of sugar.
'আমি আটাইয়ে চিনেমা চাব যাম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
We all will go for a movie.
We all will come for a movie.
We all will get for a movie.
We all will have for a movie.
'মই মধ্যাহ্নভোজনত ভাত খাবলৈ ভাল নাপাওঁ.' ইংৰাজী অনুবাদ চয়ন কৰক.;
I don't like to having rice for lunch.
I don't like to have rice for lunch.
I don't like to do have rice for lunch.
I don't like to having rice for lunch.
'যেতিয়া মই ঘৰলৈ যাম, তেতিয়া মই পিয্যা খাবলৈ লম.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
When I go home, I am going to have pizza.
When I goes home, I am going to have pizza.
When I have home, I am going to have pizza.
When I going home, I am going to have pizza.
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
______
Go
Get
Gets
to have
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Would you like ______
to gets
to go
to have
to come
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We will ______
go
have
to have
going
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I will ______
go
get
have
gets
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Let's ______
have for
go
gets
have
তুমি অলপ আহাৰ খায় লোৱা.
আপুনি অলপ পাচলি লৈ আনিব নেকি?
ব'লা, ফুৰিবলৈ যাওঁ.
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ