A, an, the - Article 'ৰ practice
try Again
Tip1:hello
Lesson 114
A, an, the - Article 'ৰ practice
উপায়
মোৰ মূৰৰ বিষ আছে. = I have got a headache.
সাধাৰণ বেমাৰীৰ নামৰ লগত আৰ্টিকেল 'a/an' ব্যবহাৰ কৰা হয় (I’ve got a headache.
I’ve got a stomach-ache.
I’ve got a cold. কিন্তু দাঁতৰ বিষ বা কাণৰ বিষ আদিৰ বাবে আৰ্টিকেল 'a' ব্যবহাৰ কৰা নহয়. ইয়াৰ বাহিৰে cancer আদিৰ দৰে বেমাৰীৰ লগতো articles লগোৱা নহয়.
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
He was diagnosed with ______
a cancer
an cancer
the cancer
cancer
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I have bought ______
a new house
an new house
the new house
new house
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Ram is ______
a Engineer
an Engineer
the Engineer
Engineer
উপায়
মোৰ ওচৰত পলো ছাৰ্টছৰ যোৰা আছে. = I have a couple of Polo shirts.
সাংখ্যিক অভিব্যক্তিৰ বাবে আৰ্টিকেল 'a' ব্যবহাৰ কৰা হয়.
=
ইয়াৰ বাহিৰে a dozen, a hundred, a thousand, a million, a tenth, a quarter, a score (20), a lot of, a great deal of আদিৰ লগতো 'a' আৰ্টিকেল ব্যবহাৰ কৰা হয়.
'তাৰ ওচৰত এক ডজন জোতা আছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
He has an dozen shoes.
He has a dozen shoes.
He has the dozen shoes.
He has dozen shoes.
উপায়
কেনে মনোমোহা দিন! = What a lovely day!
What বা such শব্দৰ, পিছত যদি একবচন গণনাযোগ্য বিশেষ্য আহে, আৰু তাৰ লগত কোনো বিশেষণ আহে, তেনেহলে আৰ্টিকেল 'a' ব্যবহাৰ কৰা হব.
ইমান ভাল কেঁচুৱা = Such a nice kid!
'বহুত দীঘল যাত্ৰা আছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
That was such an long journey.
That was such the long journey.
That was such a long journey.
That was such long journey.
'পৃথিৱী, সূৰ্য্যৰ চাৰিও ফালে ঘুৰে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Earth revolves around Sun.
A Earth revolves around the Sun.
An Earth revolves around a Sun.
The Earth revolves around the Sun.
'চাবিবোৰ বিছনাত আছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
The keys are on the bed.
Keys are on the bed.
A keys are on the bed.
An keys are on the bed.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
There was an old lady. ______
A lady
An lady
The lady
Lady
উপায়
He is the guy who stole my money. = ই সেই লৰাটো হয় যোনে মোৰ পইছা চুৰ কৰিলে.
এটা বাক্যাংশ দ্বাৰা নিশ্চিত কৰা বিশেষ্যৰ আগত 'the' আৰ্টিকেল ব্যবহাৰ কৰা হয়. ইয়াত আমি যিকোনো লৰাৰ বিষয়ে চৰ্চা কৰা নাই, এজন বিশেষ ল'ৰাৰ বিষয়ে কৈ আছোঁ (যোনে পইছা চুৰ কৰিলে).

Eg: সেই মহিলা গৰাকী যিয়ে ৰঙা ছোলা পিন্ধিছে. = The woman who is dressed in red.

ইয়াত যিকোনো মহিলাৰ নহয়, মাত্ৰ সেই মহিলা জনৰ চৰ্চা হৈছে, যোনে ৰঙা ছোলা পিন্ধি আছে, সেই বাবে woman 'ৰ আগত 'the' ব্যবহাৰ কৰা হৈছে.
=
'সেই ছোৱালীজনী, যোনে টোপী পিন্ধি আছে, মোৰ ভন্টি হয়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
A girl, who is wearing a cap, is my sister.
The girl, who is wearing a cap, is my sister.
An girl, who is wearing a cap, is my sister.
Girl, who is wearing a cap, is my sister.
উপায়
সি নিজৰ দলৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ. = He is the best player of his team.
চুপাৰলেটিৱ আৰু ক্ৰম-সূচক সংখ্যাৰ আগত 'the' আৰ্টিকেল ব্যবহাৰ কৰা হয়.
=
'এইটো জানা তুমি প্ৰথম ব্যক্তি.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
You are the first person to know this.
You are a first person to know this.
You are an first person to know this.
You are first person to know this.
উপায়
এডিচনে বাল্বৰ আৱিস্কাৰ কৰিছিল. = Edison invented the light bulb.
সামান্য-কৰণ (লোকপ্ৰিয় বনোৱা) 'ৰ বাবে কামত লোৱা একবচন গণনা-যোগ্য বোশেষ্যৰ লগত আৰ্টিকেল 'the' ব্যবহাৰ কৰা হয়.
=
উপায়
ধনী কেতিয়াবা হে উদাৰ হয়. = The rich are rarely generous.
'The' 'ৰ ব্যবহাৰ মানুহৰ এটা সমুহ (class) দেখোৱা বাবে কৰা হয়.
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
A poor
The poor
An poor
Poor
উপায়
জাপানী বহুত পৰিশ্ৰমী হয়. = The Japanese are very hardworking.
সেই বহুবচন বিশেষ্য যি কোনো দেশৰ সকলো নাগৰিকক বুজায়, সিহঁতৰ আগতো 'the' আৰ্টিকেল ব্যবহাৰ কৰা হয়. মন কৰিব যে the মাত্ৰ তেতিয়াই লগোৱা হব যেতিয়া দশৰ সকলো জনৰ বিষয়ে কোৱা হৈছে. He is the Japanese ভুল হয় - কোনো ব্যক্তিৰ ৰাষ্ট্ৰীয়তাৰ আগত the লগোৱা নহয়.
=
উপায়
মই গিটাৰ বজাব পাৰো. = I can play the guitar.
সংগীত যন্ত্ৰৰ আগতো 'the' আৰ্টিকেল ব্যবহাৰ কৰা হয়.
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Ram knows how to play ______
a piano
an piano
piano
the piano
উপায়
=
সাৰ্বজনিক সংস্থা, হোটেল, আৰু বাতৰি কাকত আদিৰ পিছতো 'the' আৰ্টিকেল ব্যবহাৰ কৰা হয়.
Eg: The Catholic Church or The Times of India
=
'টাইমচ অফ ইন্ডিয়া ভাৰতৰ প্ৰমুখ বাতৰি কাকতৰ মাজত এটা.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
A Times of India is one of the leading newspapers of India.
The Times of India is one of the leading newspapers of India.
An Times of India is one of the leading newspapers of India.
Times of India is one of the leading newspapers of India.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Marriott hotel
An Marriott hotel
A Marriott hotel
The Marriott hotel
উপায়
=
কিছু ভৌগোলিক নামৰ আগতো আৰ্টিকেল 'the' লগোৱা হয়.
=
For example: সাগৰ = The Mediterranean Sea
নদী = The Ganga
দ্বীপ-পুঞ্জ = The Andaman and Nicobar Islands
পৰ্ব্বত শৃংখলা = The Himalayas
কিছু দেশৰ নাম = The USA
মৰুভূমিৰ নাম = The Sahara
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She is ______
a Chinese
an Chinese
the Chinese
উপায়
=
The children are at school = ল’ৰা-ছোৱৰ্লী কেইটা স্কুলত আছে
=
I am at work = মই কামত আছোঁ
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She speaks fluent ______
a Chinese
an Chinese
the Chinese
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ