If, when ৰ ব্যৱহাৰ - Zero conditional বাক্য
try Again
Tip1:hello
Lesson 115
If, when ৰ ব্যৱহাৰ - Zero conditional বাক্য
উপায়
যদি আপুনি বৰফ গৰম কৰে, ই গলি যায়. = If you heat ice, it melts.
যদি আপুনি বৰফ গৰম কৰে (If you heat ice) = Condition (পৰিস্থিতি).
'If you heat ice' = Conditional clause বুলি কোৱা হয়.
ই গলি যায় (it melts) = পৰিস্থিতি (condition) 'ৰ সম্ভাৱিত পৰিণাম (ই main clause বুলি কোৱা হয়).

Zero conditional এনেবোৰ বাক্য, যিবোৰত কোনো condition (পৰিস্থিতিৰ) result (পৰিণাম) সদায় সত্য হয়.
এনেবোৰ বাক্য 'If' 'ৰ পৰা আৰম্ভ হয় আৰু তাৰ পিছৰ বাক্য সাধাৰণ বৰ্তমান কালত হয়. বৰফ গৰম কৰিলে গলি যায় - সদায় সত্য হয়.
If = যদি
Zero conditional বাক্যত 'conditional clause' বাক্যৰ প্ৰথম বা দ্বিতীয় - কোনো ভাগত আহিব পাৰে.
Eg: Ice melts if you heat it = বৰফ গলি যায় যদি আপুনি যাক গৰম কৰে
Or
If you heat ice, it melts = যদি আপুনি বৰফ গৰম কৰে, ই গলি যায়.
উপায়
If + you heat ice + it melts. =
Zero Conditional 'ৰ সাকাৰাত্মক বাক্যৰ সংৰচনা এই ধৰনেৰে কৰা হয়:
If+Condition (Present Simple) + Result (Present Simple)

Or
Ice melts + if + you heat it. =

Result (Present Simple) + if + Condition (Present Simple)
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
If the traffic lights ______
does
are
were
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
If you ______
want
wants
wanted
do want
'যদি আপুনি পানী ১০০ ডিগ্ৰী চেল্‌চিয়াচলৈ গৰম কৰে, ই উতলি যাব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If you heat water to 100 degrees Celsius, it boils.
If you heats water to 100 degrees Celsius, it boils.
If you heat water to 100 degrees Celsius, it boil.
If you heat water to 100 degrees Celsius, it's boils.
উপায়
=
Zero Conditional ’ৰ ব্যবহাৰ কোনো নিশ্চিত স্থিতিত ব্যক্তিয়ে কি কৰিব লাগে, তেতিয়াও কৰা হয়.
Eg: যদি আপুনি অসুখী, তেনেহলে দৰব লওঁক. = If you are sick, then take some medicines.
=
মনত ৰাখিব : Zero Conditional বাক্যত আমি 'if' ’ৰ জেগাত 'when' বা 'whenever' ও ব্যবহাৰ কৰিব পাৰি.
Eg: যতিয়া আপুনি অসুখ হয়, তেতিয়া নিজৰ দৰব লই লওক. = When you are sick, take your medicine.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
When you get a promotion, your salary ______
go
goes
going
went
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
If you lose your credit card, you ______
must call
should called
called
are call
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
When it ______
rained
rain
rains
raining
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
If you ______
don't water
do water
not water
don't watering
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
got
gets'
get
getting
'যদি মই কামত দেৰিকৈ যাওঁ তেতিয়া মোৰ মালিকে খং কৰে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
My boss get angry if I am late for work.
My boss gets angry if I am late for work.
My boss gets angry if I late for work.
My boss gets angry, so I am late for work.
'যদি মই ৮ টা বজাৰ বাছ এৰি দিওঁ, তেনেহলে মোৰ কামলৈ দেৰি হৈ যায়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If I miss the 8 o'clock bus, I get late for work.
So I miss the 8 o'clock bus, I get late for work.
I miss the 8 o'clock bus, I get late for work.
If I miss the 8 o'clock bus, I got late for work.
'যেতিয়া মই দেৰিকৈ সাৰ পাওঁ, মই বাছ ধৰিব নোৱাৰো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
When I get up late, I miss my bus.
Then I get up late, I miss my bus.
I get up late, if I miss my bus.
I get up late when I miss my bus.
যদি সূৰ্য্য সোনকালে অস্ত হয়, তেতিয়া আন্ধাৰ হৈ যায়.
যেতিয়া ঠাণ্ডা পৰে, তেতিয়া মই সদায় জেকেট পিন্ধি লওঁ.
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ