Personal (ব্যক্তিগত) information দিয়া - Interview Practice
try Again
Tip1:hello
Lesson 118
Personal (ব্যক্তিগত) information দিয়া - Interview Practice
ডাইল'গ শুনক
What is your name?
আপোনাৰ নাম কি?


My name is Neha.
মোৰ নাম নেহা.


How old are you?
আপোনাৰ বয়স কিমান হল?


I am 28 years old.
মই ২৮ বছৰীয়া.


Where were you born?
আপোনাৰ জন্ম কত হৈছিল?


I was born in India.
মোৰ জন্ম ভাৰতবৰ্ষত হৈছিল.


How old were you when you moved to Delhi?
যেতিয়া আপুনি দিল্লী গৈছিলে তেতিয়া আপুনি কিমান বয়সৰ আছিল?


I was 23 years old when I moved to Delhi.
মই ২৩ বছৰৰ আছিলো যেতিয়া মই দেল্লী গৈছিলো.


Where=ক'ত
were=
you=আপোনাৰ
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
am borned
am born
was born
is born
'আপোনাৰ জন্ম কত হৈছল?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
Where are you born?
Where were you born?
Where were you borned?
Where was you born?
How old=কিমান বয়স
were you=আছিল আপোনাৰ
when you=যেতিয়া আপুনি
moved to=গুছি গৈছিল
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
am
was
are
have
আপোনাৰ বয়স কিমান?
    • How
    • years
    • old
    • are
    • your?
    • you?
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I ______
    moved
    am move
    was move
    did moved
    স্ংলাপ শুনক
    How long did you live in Delhi for?
    আপুনি দিল্লীত কিমান সময় থাকিলে?


    I lived in Delhi for two years.
    মই দুই বছৰ দিল্লীত থাকিলো.


    Where do you live now?
    এতিয়া আপুনি কত থাকে?


    I live in Mumbai now.
    এতিয়া মই মুম্বাইত থাকোঁ.


    How long have you lived in Mumbai?
    আপুনি কিমান সময়ৰ পৰা মুম্বাইত আছে?


    I have been living in Mumbai since 2010.
    মই মুম্বাইত ২০১০'ৰ পৰা আছোঁ.


    Where do you work?
    আপুনি কত কাম কৰে?


    I work at Reliance.
    মই ৰিলাস্ন্সত কাম কৰোঁ.


    How many children have you got?
    আপোনাৰ কেইজন লৰা-ছোৱালী?


    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Where ______
    do you living
    is you live
    do you live
    are you live
    এতিয়া আপুনি কত থাকে?
    • where
    • live
    • do
    • then?
    • now?
    • you
    'How long' 'ৰ অসমীয়াত অনুবাদ কি হব?;
    কিমান সময়ৰ পৰা
    এতিয়া লৈকে
    তেতিয়া লৈকে
    এতিয়াৰ পৰা
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I have been living in Delhi ______
    for 1996
    since 1996
    till 1996
    উপায়
    I have had this watch since 1992. (আৰম্ভণিৰ এটা সময়-বিন্দু) =
    Since = অতীতত আৰম্ভ হোৱা বিশেষ সময় সংকেত কৰা বাবে 'since' ব্যবহাৰ কৰা হয়, যেনে: since 1996, since March.
    I have had this watch for more than 10 years. (সময়ৰ অৱধী) =
    For = সময়ৰ অৱধী সংকেত কৰিবলৈ 'for' ব্যবহাৰ কৰা হয়, যেনে: for 4 years, for 2 hours, for 3 days.
    আপুনি কত কাম কৰে?
    • do
    • where
    • are
    • you
    • is
    • work?
    আপোনাৰ কেইজন লৰা-ছোৱালী?
    • how
    • children
    • have
    • got?
    • many
    • you
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    How old ______
    are you
    were you
    did you
    is you
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I lived in Delhi ______
    since
    for
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I have been living in Mumbai ______
    for
    since
    to
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    How long did you ______
    live
    lived
    living
    lives
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I have been working ______
    for
    since
    till
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ