Active voice, passive voice
try Again
Tip1:hello
Lesson 120
Active voice, passive voice
উপায়
Ramesh cleans the office everyday. = ৰমেশে প্ৰতিদিন কাৰ্য্যালয় চাফা কৰে.
এক্টিৱ বাক্যত কাম কৰা জনে, বাক্যৰ subject হয় আৰু কামৰ পৰিণাম পোৱা জন object.
এই উদাহৰণত ৰমেশ subject হয় আৰু কাৰ্য্যালয় object.
আমি এক্টিৱ বাক্যৰ ব্যবহাৰ, subject এ কৰিলে বুলি কবলৈ কৰোঁ.
এক্টিৱ বাক্য এনেকে বনোৱা হয় :
Subject যোনে কাম কৰি আছে ( Subject) + ক্ৰিয়া (Verb) + কাৰ্য্য গ্ৰহণ কৰা জন object (Object).
=
উপায়
The office is cleaned by Ramesh. = কাৰ্য্যালয়, ৰমেশৰ দ্বাৰা চাফা কৰা হয়.
পেচিভ বাক্যত কাৰ্য্য স্ৰহণ কৰা জন বাক্যৰ subject হয় আৰু কাৰ্য্য কৰা জন object.
এই উদাহৰণত কাৰ্য্যালয় subject হয় আৰু ৰমেশ object.
আমি পেচিৱ বাক্যত ব্যবহাৰ তেতিয়া কৰোঁ যেতিয়া আমি কব লাগে যে subject ৰ কি হল.
পেচিৱ বাক্য এনেকে বনোৱা হয় :
কাৰ্য্য গ্ৰহণ কৰা জন subject ( Subject) + be + ক্ৰিয়া পাচ্ট পাৰ্টিচিপেল (Past participle of verb) + দ্বাৰা (by) + object যোনে কাম কৰি আছে (Object).
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
The washroom ______
is clean
is cleaned
is cleaning
cleans
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
His work ______
are known
is know
is known
knows
'He opens the door.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
He opened the door.
The door is opened by him.
The door is open by him.
The door is opens by him.
'I draw a picture.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
I drew a picture.
A picture is draw by I.
A picture is drawn by I.
A picture is drawn by me.
'They don't help you.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
They are not helped by you.
You are not helped by them.
You are not help by them.
You are not helped by they.
'The gardener waters the plants.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
The gardener is watered by the plants.
The gardener watered the plants.
The plants are watered by the gardener.
The plants are water by the gardener.
'Many people read this article.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
This article is readed by many people.
This article is read by many people.
This article is readen by many people.
Many people are read by the article.
'Sachin repaired the car.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
The car was repaired.
The car was repaired by Sachin.
The car is repair by Sachin.
The car was repair by Sachin.
'Everybody loves chocolate.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
Everybody loved chocolate.
Chocolate is loves by everybody.
Chocolate is loved by everybody.
Chocolate is love by everybody
'Neha never understands the kids.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
The kids are never understood by Neha.
The kids are never understood.
The kids are never understand by Neha.
The kids is never understood by Neha.
'Kids always eat candies.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
Candies are always eaten by kids.
Candies are always eat by kids.
Candies is always eaten by kids.
Kids eat candies always.
'Rahul weasr blue shoes.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
Blue shoes are worn.
Blue shoes are worn by Rahul.
Blue shoes is wear by Rahul.
Rahul wore blue shoes.
'You didn't write the letter.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
The letter was not write by you.
You didn't wrote the letter.
The letter was not written by you.
The letter was not written.
'Pooja cuts the grass.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
The grass was cut by Pooja.
The grass is cut by Pooja.
The grass is cut.
The grass are cut.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Paper ______
is make
makes
are make
is made
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
These cars ______
are make
is made
are made
is make
উপায়
Someone has stolen my purse. (এক্টিৱ বাক্য) = কোনোবাই মোৰ থুনপাক চুৰ কৰিলে.
যদি এক্টিৱ বাক্যত subject গুৰুত্বৰ নাই বা অজ্ঞাত আছে তেনেহলে আমি পেচিৱ বাক্যৰ পৰা কাৰ্য্য কৰা জনক আঁতৰাই দিওঁ.
My purse has been stolen ( পেচিৱ বাক্য) = মোৰ থুনপাক হেৰাই গল.
ইয়াত আমি 'someone' নাই লগোৱা কাৰণ এই পেযিৱ বাক্যত কাৰ্য্য কৰা জন বহুত গোকাট.
'Someone will finish the work by 5:00 pm.' প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.;
The work was finished by 5 PM.
The work will be finish by 5:00 pm.
The work finished by 5:00 pm
The work will be finished by 5:00 pm.
'Someone delivered the newspaper this morning.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
The newspaper was deliver this morning.
The newspaper is delivered this morning.
The newspaper were delivered this morning.
The newspaper was delivered this morning.
'Somebody is playing loud music.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
Loud music are being played.
Loud music is being plays.
Loud music is being played
Loud music is being play.
উপায়
=
Active: Someone made this film in 2004. = কোনোবাই এই চিনেমাখন ২০০৪'ত বনাইছিলে.

Passive : The film was made in 2004. = চিনেমাখন ২০০৪'ত বনোৱা হৈছিল.

যেতিয়া আমি পেচিৱ বাক্য বনাওঁ, তেতিয়া আমি প্ৰায় সেই ব্যক্তি বা বস্তুৰ উল্লেখ নকৰো যোনে সেই কামটো কৰিলে.
ইয়াত আমি কৰ্তা, যোনে চিনেমা বনালে (Someone) 'ৰ চৰ্চা কৰা নাই কাৰণ 'someone' গুৰুত্বপূৰ্ণ নহয়.
The film was made by Subhash Ghai. = চিনেমাখন সুভাষ ঘাইৰ দ্বাৰা বনোৱা হৈছিল.
কৰ্তা/এজেন্ট আমাক কয় যে কোন ব্যক্তিয়ে বা বস্তুৱে কি কৰিলে বা কাৰ দ্বাৰা কাৰ্য্য কৰা হল.
যাৰ দ্বাৰা কাৰ্য্য কৰা হল, জনাবলৈ এজেন্টৰ আগত 'by' ব্যবহাৰ কৰা হয়.
'Neha painted the pots.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
The pots were painted.
Neha paints the pots.
The pots were painted by Neha.
The pots are painted by Neha.
'CDs replaced records in the 1980s.' 'ৰ শুদ্ধ পেচিৱ ৰূপ চয়ন কৰক.;
Records were replace by CDs in the 1980s.
Records were replaced CDs in the 1980s.
Records were replaced by CDs in the 1980s.
Records are replaced CDs in the 1980s.
কাৰ খন শচীনৰ দ্বাৰা ধুৱা হৈছিল.
    • by
    • the
    • Sachin.
    • washed
    • car
    • was
    active passive
    they sell the tickets the tickets are sold by them
    subject + verb + object
    they + sell + the tickets
    object -> subject+ [is/am/are] + past participle + by + subject ->object
    the tickets + are + sold + by + them
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ