Relative সৰ্বনাম: who, that, which,whose, where, when,what, why, whom
try Again
Tip1:hello
Lesson 129
Relative সৰ্বনাম: who, that, which,whose, where, when,what, why, whom
উপায়
=
Relative Pronoun কোনো বাক্য বিশেষ্য বা সৰ্বনামৰ লগত যোগ দিয়া কাম কৰে.

ই বিশেষ্যৰ বৰ্ণনা আৰম্ভ কৰিবলৈ ব্যবহাৰ কৰা হয়. সাধাৰণতঃ ব্যবহাৰ কৰা Relative Pronoun নিম্নোল্লিখিত:

Who, that, which, whose, where, when, what, why and whom
=
উপায়
Do you know that girl who has a dog? = তুমি সেই ছোৱালী জনীক চিনি পোৱা নে যাৰ ওচৰত কুকুৰ আছে?
ইয়াত 'who' (যাৰ, যোনে), relative pronoun হয়.
These are the boys who won the hockey match. = এওঁলোক সেই লৰা হয় যোনে হকী খেল জিকিলে.
Relative pronoun, who 'ৰ ব্যবহাৰ ব্যক্তিৰ বাবে কৰা হয়.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
He's the man ______
whose
who
whom
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
He explained the reason ______
that
who
which
why
উপায়
I bought the car which was the best value for money. = মই সেই গাড়ী খন কিনিলো যি আটাইতকৈ কম খৰচী আছিল.
My friend has a dog that barks a lot. = মোৰ বন্ধুৰ লগত এটা কুকুৰ আছে যি বহুত ভুকে.
'Which' আৰু 'that' 'ৰ ব্যবহাৰ বস্তু আৰু জন্তুৰ বাবে কৰা হয়.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I don't want a house ______
which
who
whose
whom
উপায়
That's the man whose son is a singer. = তেওঁ সেইজন মানুহ যিজনৰ পুতেক এজন গায়ক হয়.
'Whose' 'ৰ ব্যবহাৰ অধিকাৰ বা সম্বন্ধ দেখোৱা বাবে কৰা হয়.
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
There's the lady ______
whose
who
who's
whom
উপায়
The hotel where we stayed was great. = সেই হোটেল, যত আমি আছিলো, বহুত ভাল আছিল.
'Where' 'ৰ ব্যবহাৰ স্থানৰ বাবে কৰা হয়.
Do you remember when you saw me for the first time? = তোমাৰ মনত আছে নে তুমি প্ৰথম মোক কেতিয়া দেখিছিলা?
'When' 'ৰ ব্যবহাৰ সময়ৰ বাবে কৰা হয়.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
That's the town ______
who
which
when
where
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Do you remember the time ______
when
where
why
who
উপায়
Did you understand what he said? = তুমি বুজিলা নে সি যি কলে?
Did you understand the thing that he said? = তুমি সেই বস্তুটো বুজিলা নে সি যি কলে?
'Relative pronoun' 'ৰ সন্দৰ্ভে 'what' মানে: the thing(s) that.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I couldn't really hear ______
that
what
why
where
উপায়
Nobody knows why they left. = কোনেও নাজানে তেওঁলোক কিয় গুচি গল.
'Why' 'ৰ ব্যবহাৰ কোনো কাৰণ (reason) দিয়া বা তাৰ বিষয়ে চৰ্চা কৰিবলৈ কৰা হয়.
=
উপায়
The lawyer whom I met, advised me to go to court. = সেই উকিল যিজনক মই লগ পালো, সেই জনে মোক আদালতলৈ যাবলৈ পৰামৰ্শ দিছিলে.
'Formal English' 'ত 'whom' 'ৰ ব্যবহাৰ লোকৰ বাবে কৰা হয় যেতিয়া relative pronoun, object হয়, ইয়াত object 'lawyer' হয়, সেই বাবে 'whom' ব্যবহাৰ কৰা হৈছে.
=
উপায়
I have got a friend who's a writer. = মোৰ এজন বন্ধু আছে, তেওঁ লেখক হয়.
I have got a friend whose father is a writer. = মোৰ এজন বন্ধু আছে যাৰ দেউতাক লেখক হয়.
মনত ৰাখিব: Who's আৰু 'whose' দুয়ো বেলেগ বেলেগ শব্দ.
Who's -> Who is/has
Whose -> কাৰ/যাৰ
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Are you the person to ______
that
whom
whose
'এওঁ সেই জনী ছোৱালী যি জাপানৰ পৰা আহিছে.' ৰ ইংৰাজী অনুবাদ কি হব?;
This is the girl who is from Japan.
This is the girl which is from Japan.
This is the girl whom from Japan.
This is the girl whose is from Japan.
'সেই মানুহজন, যাৰ দেউতাক এজন প্ৰাধ্যাপক, নিজৰ ছাতি পাহৰি গল.' ৰ ইংৰাজী অনুবাদ কি হব?;
The man, who's father is a professor, forgot his umbrella.
The man, which father is a professor, forgot his umbrella.
The man, whose father is a professor, forgot his umbrella.
The man, whom father is a professor, forgot his umbrella.
'তুমি সেই পইছাৰে কি কৰিলা যি তোমাৰ মায়ে তোমাক ধাৰ দিছিল?' ৰ ইংৰাজী অনুবাদ কি হব?;
What did you do with the money whom your mother lent you?
What did you do with the money whose your mother lent you?
What did you do with the money who your mother lent you?
What did you do with the money which your mother lent you?
'এইটোৱে সেইটো ঘৰ য'ত মই ডাঙৰ হলো.' ৰ ইংৰাজী অনুবাদ কি হব?;
This is the house whom I grew up.
This is the house where I grew up.
This is the house that I grew up.
This is the house which I grew up.
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ