Adverb of frequency: Ever, Never
try Again
Tip1:hello
Lesson 135
Adverb of frequency: Ever, Never
উপায়
Have you ever met a famous person? = আপুনি কেতিয়াবা কোনো প্ৰসিদ্ধ মানুহক লগ পাইছে নে?
ইয়াত আমি নিৰ্দিষ্ট সময়ৰ বিষয়ে নহয়, কিন্তু 'আজি লৈকে কেতিয়াও' বিষয়ে চৰ্চা কৰি আছো.
Ever = কেতিয়াও
উপায়
Have you ever seen an ostrich? = তুমি কেতিয়াবা উটপক্ষী দেখিছা নে?
That is the biggest ostrich that I have ever seen. = এইটো মোৰ দ্বাৰা আজিলৈকে দেখা আটাইতকৈ ডাঙৰ উটপক্ষী.
Present Perfect tense Structure:
Question: Have + subject + ever + past participle verb.
Sentence: Subject + have + ever + past participle verb
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Have you ______
ever
have ever
evers
everly
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Are
Have
Do
Can
'আপুনি কেতিয়াবা পেৰিচলৈ গৈছে নে?' ৰ ইংৰাজী অনুবাদ কি হব?;
Have you never been to Paris?
Have you always been to Paris?
Have you ever been to Paris?
Have you evered been to Paris?
উপায়
This is the first time that I've ever eaten mushroom soup. = এই প্ৰথম বাৰ মই কাঠফুলা চুৰুহা খাইছো.
'Ever' প্ৰথম বাৰ হোৱা অনুভৱৰ লগতো ব্যৱহাৰ কৰা হয়.
=
ইংৰাজীত 'eat soup' কোৱা হয়, 'drink soup' ভুল ইংৰাজী হয়. অসমীয়াত 'চুৰুহা' খোৱা বুলি কোৱা হয়.
'তাই হয়তো সবাতোকৈ মনোমুগ্ধকৰ মহিলা যাক মই লগ পাইছো.' ৰ ইংৰাজী অনুবাদ কি হব?;
She is probably the most fascinating woman I have ever met.
She is probably the most fascinating woman I have never met.
She is probably the most fascinating woman I have ever meet.
She is probably the most fascinating woman I have ever meeted.
'সেইখন মই এতিয়ালৈকে চোৱা চিনেমাৰ বোৰৰ ভিতৰত আটাইতকৈ বেয়া চিনেমা.' ৰ ইংৰাজী অনুবাদ কি হব?;
That is the worst movie that I have ever saw.
That is the worst movie that I am ever seen.
That is the worst movie that I ever seen.
That is the worst movie that I have ever seen.
আপুনি কেতিয়াবা কাজু বাদাম খাইছে নে?
    • you
    • ever
    • had
    • have
    • cashew nuts?
    • ate
    উপায়
    Did you ever drink? = তুমি কেতিয়াবা মদিৰা পান কৰিছিলা নে?
    এই বাক্যটো ভূত কালত আছে সেই বাবে ইয়াত প্ৰশ্ন 'did' ৰে আৰম্ভ হৈছে আৰু ক্ৰিয়াৰ ৰূপ বদলি হোৱা নাই.
    That was the first time that I ever saw a rainbow. = সেইয়া প্ৰথম বাৰ আছিল যেতিয়া মই ৰামধেনু দেখিছিলো.
    এই বাক্যটো ভূত কালত আছে সেই বাবে subject + ever + simple past form of verb লগোৱা হৈছে.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Did you ever ______
    smoken
    smoked
    smoke
    have smoken
    আপুনি কেতিয়াবা ইন্দিৰা গান্ধীক লগ পাইছিলে নে যেতিয়া তেখেত প্ৰধান মন্ত্ৰী আছিলে?
    • Indira Gandhi
    • while she was
    • Did
    • you ever meet
    • have
    • the Prime Minister?
    উপায়
    I have never been to Italy. = মই কেতিয়াও ইটালীলৈ যোৱা নাই.
    'Never' মানে 'subject' এটা নিৰ্দিষ্ট অনুভৱ বা কাম আগত কেতিয়াও নাই কৰা.
    =
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I will ______
    neverly
    evered
    never
    nevered
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    You should never ______
    drink
    drank
    drunk
    drinked
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    It was the best chocolate that I have ______
    always
    till
    never
    ever
    মই কেতিয়াও তাৰ নাম মনত ৰাখিব নোৱাৰিম.
    • can
    • I
    • name.
    • remember
    • never
    • his
    উপায়
    Have you never played cricket before? = আপুনি আগত কেতিয়াও ক্ৰিকেট নাই খেলা নে?
    যেতিয়া আপুনি কোনো নিৰ্দিষ্ট অনুভৱ বা কাৰ্য্য আগত কেতিয়াও কৰা নাই, ইয়াক দেখাবলৈ নাকাৰাত্মক প্ৰশ্নত 'Never' ব্যবহাৰ কৰা হয়.
    =
    আপুনি আগতে কেতিয়াও বিদেশ ভ্ৰমণ নাই কৰা নেকি?
    • never
    • you
    • have
    • been
    • abroad?
    • are
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I ______
    never
    nevered
    ever
    everly
    প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
    He has ______
    ever
    evered
    never
    neverly
    প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
    I have ______
    never
    ever
    nevered
    everly
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ