Past Perfect Tense: সকাৰাত্মক
try Again
Tip1:hello
Lesson 136
Past Perfect Tense: সকাৰাত্মক
উপায়
He had worked hard before he fell ill. = সি বেমাৰ হোৱা আগত কঠিন পৰিশ্ৰম কৰিছিল.
'Past Perfect tense' তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া ভূত কালত দুটা ঘটনাৰ বৰ্ণনা কৰা হৈছে আৰু এটা ঘটনা আন ঘটনাৰ আগত ঘটা হল.
যি ঘটনা প্ৰথম হৈছে তাক past perfect 'ত দেখোৱা হয় আৰু পিছৰ ঘটনা 'simple past' 'ত.
=
'Past Perfect affirmative' বনাবলৈ: Subject + had + Past Participle
subject had / d past participle
i had / d worked
you had / d worked
he had / d worked
she had / d worked
it had / d worked
we had / d worked
they had / d worked
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
They ______
had speak
had spoke
had spoken
had speaked
যেতিয়া মই আহি পালো তাৰ খোৱা হৈ গৈছিল.
    • had
    • before
    • already ate
    • he
    • already eaten
    • I arrived.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Neha arrived at 8:00 p.m. but the movie ______
    has started
    had started
    started had
    start
    প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
    After the train left, Neha realized that she ______
    left
    left had
    had leave
    had left
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I ______
    had never seen
    had never see
    had never saw
    never see
    আমি কোঠা পালো কাৰণ আমি আগতীয়াকৈ আৰক্ষণ কৰি থৈছিলো.
    • we had booked
    • we were able
    • in advance.
    • to get
    • because
    • a room
    'সি নিজৰ কৃতিক লৈ লজ্জিত আছিল.' ৰ ইংৰাজী অনুবাদ কি হব?;
    He was very sorry for what he had done.
    He had been very sorry for what he did.
    He was very sorry for what he had did.
    He was very sorry for what he was done.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    She only ______
    understand
    had understand
    understood
    had understood
    তেওঁলোক আগতে লণ্ডনত আছিল.
    • London before.
    • had
    • in
    • they
    • lived
    • live
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I was looking to meet my friend's sister as I ______
    had heard
    had hear
    had hearded
    hear
    'শচীনৰ দিল্লীৰ জ্ঞান আছিল কাৰণ সি আগতে তাত আছিল.' ৰ ইংৰাজী অনুবাদ কি হব?;
    Sachin knew about Delhi because he had lived there before.
    Sachin knew about Delhi because he had live there before.
    Sachin had knew about Delhi because he had lived there before.
    Sachin known about Delhi because he had lived there before.
    'মই কিবা কৰা আগতেই চোৰে মোৰ ঘড়ী চুৰ কৰিছিল.' 'ৰ ইংৰাজী অনুবাদ কি হব?;
    Before I could do anything, the thief had stole my watch.
    Before I could do anything, the thief had stolen my watch.
    Before I could do anything, the thief stolen my watch.
    Before I could do anything, the thief had stealed my watch.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    They ______
    have visit
    visiting
    had visited
    had visit
    'মই নিজৰ কাম মোৰ মালিক অহা আগতেই শেষ কৰি দিছিলো.' ৰ ইংৰাজী অনুবাদ কি হব?;
    I have finished my work before my boss came.
    I had finishing my work before my boss came.
    I had finish my work before my boss came.
    I had finished my work before my boss came.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    The lunch ______
    had finished
    had finish
    finish had
    finish
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I did not have any money because I ______
    lose
    had lost
    had losen
    had lose
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ