নিজৰ পৰিয়ালৰ বিৱৰণ দিয়া
try Again
Tip1:hello
Lesson 140
নিজৰ পৰিয়ালৰ বিৱৰণ দিয়া
My=মোৰ
daughter=ছোৱালী
is married to=ৰ বিয়া হল
a=এজন
Our=আমাৰ
children=ল'ৰা-ছোৱালী
go to=যায়
a boarding school=এখন বৰ্ডিং স্কুললৈ
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
My parents are very old and ______
they have retired
we have retired
they has retired
they have retire
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We ______
is have
have
having
have to
My=মোৰ
husband=গিৰিয়েক
and I=আৰু মই
run=চলায়
উপায়
My sister and I run a boutique = মোৰ ভন্টী আৰু মই এটা সৰ্বাধুনিক ফেশ্বনৰ দোকান চলাওঁ
মোৰ ভন্টী আৰু মই = My sister and I
এনেবোৰ বাক্যত 'I' সদায় পিছত আহে. I and my sister ভূল হয়
'আমাৰ ল'ৰাই বিদেশত কাম কৰে.' ৰ ইংৰাজী অনুবাদ কি হব?;
Our son works abroad.
Our son worked abroad.
Our son works foreign.
Our son working abroad.
'শচীন তিনিজন ল'ৰা-ছোৱালীৰ মাজত সবতকৈ ডাঙৰ.' ৰ ইংৰাজী অনুবাদ কি হব?;
Sachin is the oldest of the three children.
Sachin is the most oldest of the three children.
Sachin is the oldest of the three childs.
Sachin is the oldest of the three childrens.
'মোৰ দেউতা আৰু মই এটা ব্যবসায় চলাওঁ.' ৰ ইংৰাজী অনুবাদ কি হব?
My father and I run a business.
My father and my run a business.
'মোৰ ককাৰ যোৱা বছৰ পৰলোক প্ৰাপ্তি হল.' ৰ ইংৰাজী অনুবাদ কি হব?;
My grandfather passed away last year.
My grandfather passed away this year.
My grandfather passed away next year.
My grandfather pass away last year.
'মোৰ মাই আমাৰ ল'ৰা-ছোৱালী কেইটাক প্ৰতিপালন কৰি আছে.' ৰ ইংৰাজী অনুবাদ কি হব?
My mom grows our children.
My mom raises our children.
'আমাৰ কোঠা আমাৰ ল'ৰা-ছোৱালীৰ কাষত.' ৰ ইংৰাজী অনুবাদ কি হব?
Our room is next to our kids' room.
Our room is above our kids' room.
'তেখেত ৰাহুলৰ শহুৰ.' ৰ ইংৰাজী অনুবাদ কি হব?;
He is Rahul's father-in-law.
He is Rahul's mother-in-law.
He is Rahul's brother-in-law.
He is Rahul's sister-in-law.
'তাই ৰাহুলৰ শাহুআই.' ৰ ইংৰাজী অনুবাদ কি হব?;
She is Rahul's mother-in-law.
She is Rahul's sister-in-law.
She is Rahul's father-in-law.
She is Rahul's brother-in-law.
'এওঁ মোৰ ভনীজোঁৱাই.' ৰ ইংৰাজী অনুবাদ কি হব?;
He is my mother-in-law.
He is my brother-in-law.
He is my father-in-law.
He is my sister-in-law.
Tia is Neha's=টিয়া নেহাৰ
niece=ভতিজী/ ভাগিনী হয়
and=আৰু
Rohan is Pooja's=ৰোহন পূজাৰ
nephew.=ভাগিন/ ভতিজা
'ভতিজী' ৰ ইংৰাজী অনুবাদ কি হব?
Niece
Neice
'তাই প্ৰায়ভাগ মোৰ দেউতাৰ লেখিয়া.' ৰ ইংৰাজী অনুবাদ কি হব?
She's not like my father.
She's a lot like my father.
মোৰ সন্তান কেইটা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ যায়.
    • go to
    • an
    • school.
    • my childrens
    • English medium
    • my children
    মোৰ ভতিজা মোৰ ভতিজীতকৈ ডাঙৰ.
    • more
    • older
    • than
    • my nephew
    • is
    • my niece.
    মোৰ স্বামী আৰু মই একেই কোম্পানীত কাম কৰোঁ.
    • I
    • work at
    • my husband
    • and
    • the
    • same company.
    মোৰ শাহুআইৰ যোৱা বছৰ মৃত্যু হল.
    • was
    • mother-in-law
    • passed away
    • my
    • last year.
    • pass away
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ