মানুহৰ বিৱৰণ দিয়া (ভাগ 2)
try Again
Tip1:hello
Lesson 141
মানুহৰ বিৱৰণ দিয়া (ভাগ 2)
স্ংলাপ শুনক
Have you met your neighbor Mr. Shah?
তুমি তোমাৰ প্ৰ্তিবেশী শ্ৰীমান শ্বাহক লগ কৰিলা নে?


No, I haven't. What happened?
নহয়, মই লগ নাই কৰা. কি হল?


I met him last evening. He is a cricketer.
মই তেওঁক যোৱা কালি লগ পাইছিলো. তেখেত এজন ক্ৰিকেটাৰ.


Okay! How does he look? Is he fair?
বাৰু! তেওঁ দেখিবলৈ কেনেকোৱা? তেখেত বগাকৈ নেকি?


He is wheatish and has a squarish face with a slightly pointed chin.
তেওঁ ঘেঁহু ৰঙৰ আৰু তেখেতৰ মুখ চাৰি-কোণীয়া আৰু থুঁতৰি অলপ জোঙাল.


What color are his eyes? Are they black?
তেখেতৰ চকুৰ ৰং কি? ক’লা নেকি?


No, his eyes are dark brown with wide eyebrows.
নহয়, তাৰ চকু তমোময় মূগা আৰু বহল চেলাউৰি.


Does he like movies?
তেওঁ চিনেমা ভাল পায় নেকি?


Yes, he likes horror and thriller movies. He is the most handsome cricketer that I have ever seen.
হয়, সি সন্ত্ৰাসিত আৰু ৰোমাঞ্চকৰ চিনমা ভাল পায়. তেওঁ মই আজিলৈকে দেখা সবাতোকৈ সুন্দৰ ক্ৰিেকেটাৰ.


সংলাপ শুনক
Hey Roy, I want you to meet my brother, Sohan when he comes to Delhi. He is an artist.
হেই ৰায়,মই তুমি মোৰ ভইটিক লগ ধৰা টো বিচাৰোঁ সি যেতিয়া দিল্লী আহিব.সি এজন শিল্পী.


Really? Artists are really interesting people. What does Sohan look like?
সঁচাই নে? শিল্পী সকল যথেষ্ট ৰোমাঞ্চকৰ হয়. সোহন দেখিবলৈ কেনেকুৱা?


He is six feet tall and quite brilliant.
সি ছয় ফুট ওখ আৰু যথেষ্ট হুচিয়াৰ.


Is he slim?
তেখেত খীণ নেকি?


No. He is muscular and has a lot of tattoos.
নহয়, সি যথেষ্ট পেশীয় আৰু তাৰ বহুত টেটু আছে.


He seems pretty cool!
সেইয়া বহুত ভাল লাগে!


Yes, he is. You will enjoy his company. He is a great person to hangout with.
হয়, তেওঁ হয়. তুমি তাৰ সংগ ভাল পাবা. সি খুবেই ভাল মনুহ যাৰ লগত ঘুৰিব-ফুৰিব পাৰি .


Nice, would love to meet your brother.
আচ্ছা, মই তোমাৰ ভাইটিক লগ ধৰিব পছন্দ কৰিম.


Definitely!
নিশ্চয়!


'তেওঁ এজন ভাল শ্ৰোতা.' ৰ ইংৰাজী অনুবাদ কি হব?;
He is a good listener.
He is a good speaker.
He is a good talker.
He is a good walker.
'তেওঁ চিনমা অভিনেতা নেকি?' ৰ ইংৰাজী অনুবাদ কি হব?;
Is he film actor?
Is he a film villain?
Is he a film actor?
Is he a film act?
'তেওঁ বহুত ধেমেলীয়া.' ৰ ইংৰাজী অনুবাদ কি হব?;
He is a very witty.
He is very witty.
He is the very witty.
He is very wit.
'সি বহুত শক্তিশালী আৰু আকৰ্ষণীয়.' ৰ ইংৰাজী অনুবাদ কি হব?;
He is very strong and attractive.
He is very weak and attractive.
He is very strong and ugly.
He is very strong and heavy.
'তাইৰ ল'ৰা-ছোৱালী বহুত ক্ষীণ.' ৰ ইংৰাজী অনুবাদ কি হব?;
Her childrens are very skinny.
Her childs are very skinny.
Her children is very skinny.
Her children are very skinny.
'ৰয়ৰ চুলি সোণালী মূগা.' ৰ ইংৰাজী অনুবাদ কি হব?;
Roy has black hair.
Roy has blonde hair.
Roy has blondey hair.
Roy has grey hair.
'অনুপম খেৰ তাপলীয়া.' ৰ ইংৰাজী অনুবাদ কি হব?;
Anupam Kher is blonde.
Anupam Kher is bald.
Anupam Kher is hairy.
Anupam Kher is no hair.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Hrithik Roshan is a very ______
talent
talenty
talented
talentful
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She is ______
a wonderfull
wonderfull
wonderful
a wonderful
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Bharti is ______
an overweight
a overweight
the overweight
overweight
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Nisha has a ______
two-years-old
two-year-older
two-year-old
two-years-older
attractive আকৰ্ষক
bald তপা
blonde hair সোনালী চুলি
chubby লোদোৰ-পোদোৰ
fat শকত
fit স্বাস্থ্যবান
gorgeous বহুত আকৰ্ষক
handsome সুন্দৰ (পুৰুষৰ বাবে)
muscular পেশীয়
skinny পাতল
tall ওখ
workaholic কৰ্মাসক্ত
introvert লাজকুৰীয়া
extrovert সমাজপ্ৰিয়
shy লাজকুৰীয়া
restless অভিভূত
patient ধৈৰ্যশীল
'তাই সহজে নতুন বান্ধৱী নবনায়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
She don't make new friends easily.
She doesn't make new friends easily.
She doesn't makes new friends easily.
She doesn't make new friends hardly.
'আচলতে সি অলপ লাজকুৰীয়া.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Actually, he is a little shy.
Probably, he is a little shy.
Actually, he is a less shy.
Actually, he has a little shy.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
He spends sixteen hours in the office. He is a ______
extrovert
workaholic
patient
restless
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She doesn't talk much. She is an ______
extrovert
introvert
introverty
extroverty
'তাৰ বেছি কাম কৰাৰ অভ্যাস আছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
He is a workholic.
He is an workholic.
He has a workholic.
He was a workholic.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
They get angry very easily. They are very ______
extrovert
patient
impatient
shy
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She can't sit still for five minutes because she is very ______
extrovert
patient
restless
shy
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ