ওচৰৰ পৰিৱেশৰ বিৱৰণ দিয়া
try Again
Tip1:hello
Lesson 142
ওচৰৰ পৰিৱেশৰ বিৱৰণ দিয়া
সংলাপ শুনক
Did you visit Neha recently?
তুমি অলপতে নেহাক লগ পাইছিলা নেকি?


Yes, when I went to her place, she was upstairs with her kids.
হয়. যেতিয়া মই তাইৰ ঘৰলৈ গৈছিলো, তেতিয়া তাই নিজৰ ল'ৰা-ছোৱালীৰ লগত ওপৰত আছিল.


Oh! How is her new house?
বাৰু! তাইৰ নতুন ঘৰ কেনেকুৱা?


I must say, her house is fabulous!
মই কব লাগিব, তাইৰ ঘৰ জাক্-জমকীয়া!


Are the bedrooms spacious?
শোৱা-কোঠাত বেচি জেগা আছে নে?


Yes. Also, there's a living room downstairs with a huge window overlooking the garden.
হয়, আৰু তলত আলহী বহা কোঠাত এখন বহুত ডাঙৰ বাগানৰ ফালে মুখ কৰি খিৰিকি আছে.


Is it a duplex?
সেইটো দুই মজিয়া নেকি?


No it is not. There's a bedroom upstairs and two guest rooms.
নহয়, সৌটো নহয়. ওপৰত শোৱা-কোঠা আৰু দুইটা আলহী ঘৰ আছে.


She used to live in an apartment earlier.
তাই আগত এপাৰ্টমেন্টত আছিল.


There are=আছে
five=পাঁচ
bedrooms,=শোৱা-কোঠা
upstairs.=ওপৰৰ মজিয়াত
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Is it a ______
spacey
suspicious
spacios
spacious
'আলমাৰি টোত পৰ্য্যাপ্ত জেগা আছে নে?' ৰ ইংৰাজী অনুবাদ কি হব?
Are the cupboards spacious enough?
Are the cupboards spacey enough?
At the moment,=এই সময়ত,
the house=ঘৰ
is being=কৰা হৈছে
তাইৰ বাগিচাত পানী দিয়া হৈছে.
    • water.
    • her garden
    • drunk
    • is being
    • drinking
    • watered.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    The house is beautifully ______
    furniture
    furnish
    furnished
    furnishings
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    ______
    Downstairs
    Downwards
    Downside
    Downstair
    'ইয়াত অসংখ্য ফটো সহ এখন মেজ আছে.' ৰ ইংৰাজী অনুবাদ কি হব?;
    There's a table there with lots of photos.
    There's a table their with lots of photos.
    There's a table here with lots of photos.
    There's a table there with lots photos.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    There's a radio but there ______
    isn't
    isnted
    not is
    isn't not
    At the moment,=এই সময়,
    we=আমি
    are=আছোঁ
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    You can see the garden when ______
    you walk down
    you walk
    you down
    you walking down
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Somewhere, a ______
    neighborhood
    neighborly
    neighbored
    neighbor
    'মই চাৰিও ফালে চালো, কিন্তু কোনো নাছিল.' ৰ ইংৰাজী অনুবাদ কি হব?
    I looked forward, but nobody was there.
    I looked around, but nobody was there.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    The cat was ______
    under
    in
    with
    into
    'নৈসভোজন আগতীয়াকৈ বাঢ়ি দিয়া হৈছিল.' ৰ ইংৰাজী অনুবাদ কি হব?;
    The dinner is already served.
    The dinner was already served.
    The dinner will be already served.
    The dinner was already serving.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    ______
    At the moment
    In the moment
    At moment
    To the moment
    The loud=ডাঙৰ কে
    noises=কোলাহল
    from='ৰ পৰা
    outside=বাহিৰত
    তাইৰ স্নানাগাৰ মেৰামতি কৰা হৈছে.
    • repair.
    • her bathroom
    • was
    • is being
    • has been
    • repaired.
    তলৰ পৰা ডাঙৰ কৈ কোলাহল আহিছে.
    • coming
    • are being come
    • noises
    • are
    • loud
    • from downstairs.
    চুবুৰীত বহুত গছ আছে.
    • a lot of
    • in the
    • trees
    • there are
    • neighbor.
    • neighborhood.
    কোঠাৰীবোৰ বহুত ধুনীয়া .
    • rooms
    • have been
    • are
    • spacious.
    • pretty
    • the
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ