কাৰোবাৰ প্ৰশংসা কৰা
try Again
Tip1:hello
Lesson 143
কাৰোবাৰ প্ৰশংসা কৰা
You are=আপুনি হয়
very=বহুত
Such a lovely photo!=ইমান মনোমোহা চিত্ৰ!
'ইমান ভাল চিত্ৰ! আপোনাক বহুত ধুনীয়া লাগিছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
Such a nice photo! You are looking so pretty.
Such a very nice photo! You are looking so pretty.
Such a nice photo! You are look so pretty.
Such nice photo! You are looking so pretty.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Your daughter is ______
a very cute
very cute
very qute
very queet
বাহ, আপুনাৰ ঘৰ অতুলনীয়.
    • yours
    • are incredible.
    • is incredible.
    • Wow
    • your
    • house
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Your new car ______
    is looks amazing
    looks amazingly
    looks amazing
    is look amazing
    'শিল্পৰ কিমান উৎকৃষ্ট নমুনা!' ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
    What the exquisite piece of art!
    What an exquisite piece of art!
    What a exquisite piece of art!
    What exquisite piece of art!
    'মোৰ ফেচবুকত আপোনাৰ ফটো বহুত ভাল লাগিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    I am really liked your photo on Facebook.
    I was really liked your photo on Facebook.
    I did really liked your photo on Facebook.
    I really liked your photo on Facebook.
    আপোনাৰ দ্বাৰ বনোৱা খাদ্য স্বাদিষ্ট হৈছে.
    • made by you
    • are
    • the food
    • make
    • is
    • delicious.
    'তাৰ ভনীয়েক আকৰ্ষণীয়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    His sister is attract
    His sister is beauty
    His sister is attractive
    His sister has attractive
    attractive আকৰ্ষণীয়
    mind blowing আচহুৱা
    exquisite উৎকৃষ্ট
    cute মৰম-লগা
    amazing অদ্ভুত
    incredible অতুলনীয়
    delicious স্বাদিষ্ট
    delightful প্ৰফুল্ল
    charming মনমোহা/ৰুচিৰ
    elegant ৰম্য
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    She is ______
    a charming young woman
    charming young woman
    charming an young woman
    মন্দিৰ ইয়াৰ উৎকৃষ্ট খোদনৰ বাবে জনা যায়.
    • their
    • are known for
    • the
    • exquisite carvings.
    • a
    • temples
    'মই আপোনাৰ ৰন্ধনক প্ৰশংসা কৰিবই লাগিব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    I must compliment you on your cooking.
    I must complimenting you on your cooking.
    I am must compliment you on your cooking.
    I am compliment you on your cooking.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Thank you for ______
    your compliment
    compliment
    yours compliment
    your complimenting
    আপোনাৰ এই সংবেদনশীল শব্দৰ বাবে ধন্যবাদ.
    • to
    • Thank you
    • for
    • kind
    • your
    • words.
    সংলাপ শুনক.
    Hey Sachin, I saw your photo on Facebook.
    হেই শচীন, মই ফেচবুকত তোমাৰ ফটো দেখিলো.


    You did?
    তুমি চালা?


    Yes! What a lovely photo! Where was it taken?
    হয়! বহুত মনমোহা ফটো! কত লোৱা?


    It was taken in Kashmir.
    সেইখন কাশ্মীৰত লোৱা.


    Wow, the place looks incredible.
    ৱাহ! সেই ঠাই অতুলনীয় লাগিছে.


    It is! It is one of the most beautiful places on earth!
    হয়, সেইটো পৃথিবীৰ সবাতোতকৈ সুন্দৰ ঠাইৰ ভিতৰত এটা.


    And your daughter looks really cute in all the pictures!
    আৰু আপোনাৰ ছোৱালীজনী বহুত ধুনীয়া লাগিছে সকলো চিত্ৰত.


    Thank you so much for your compliment.
    আপুনাৰ প্ৰশংসাৰ বাবে ধন্যবাদ.


    সংলাপ শুনক
    Hey Pooja, is that painting over there made by you?
    হে পূজা, তাত সেই চবিটো তুমি আকিছা নে?


    Yes, it is.
    হয়.


    Wow! It looks exquisite. I did not know you were so talented.
    আও! দেখিবলৈ উৎকৃষ্ট, মই জনা নাছিলো তুমি ইমান প্ৰতিভাবান.


    Thank you so much. That's rather kind.
    আপোনাক বহুত-বহুত ধন্যবাদ. এইটো আপোনাৰ উদাৰতা.


    I love the vibrant colors. I think you have great taste.
    ইয়াৰ জাগ্ৰত ৰং মোক ভাল লাগিল. আপুনাৰ ৰুচি বৰ ভাল যেন পাইছো.


    Thanks a lot. I have also designed this saree. What do you think about it?
    বহুত ধন্যবাদ, মই এই শাড়ীও ডিজাইন কৰিছো. ইয়াৰ বিষয়ে আপুনি কি কয়?


    I think it looks really elegant. Great job!
    সেইখনো বহুত সুন্দৰ. বহুত বঢ়িয়া!


    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ