মোৰ পছন্দৰ কাপোৰ
try Again
Tip1:hello
Lesson 144
মোৰ পছন্দৰ কাপোৰ
সংলাপ শুনক
Hey Ankit, are you invited for the party at Rama's place?
হেৰা অঙ্কিত, তুমি ৰমাৰ ঘৰৰ পাৰ্টীলৈ আমন্ত্ৰিত নেকি?


Yes, I am. What are you going to wear?
হয়, মই আমন্ত্ৰিত. তুমি কি পিন্ধিবা?


Perhaps a pair of jeans and a t-shirt. I feel very comfortable in them.
হয়তো মই জীনচ আৰু টী-ছাৰ্ট. মই এইবোৰ আৰামদায়ক পাওঁ.


I'd prefer wearing a pair of trousers with a pullover. It will be quite cold that night.
মই চুৱেটাৰৰ লগত পেণ্ট পিন্ধি বেচি ভাল পাম. সেই ৰাতি বহুত ঠাণ্ডা পৰিব.


Yes, I will wear a jacket as well.
হয়, মইও জেকেট এটা পিন্ধি লম.


Cool! I have a lot of colorful shoes but I rarely wear them.
বাৰু! মোৰ ওচৰত দুই ৰংৰ জোতা আছে, কিন্তু মই কেতিয়াবা হে পিন্ধো.


I often wear shoes in winters.
মই সাধাৰণতে জাৰকালত জোতা পিন্ধো.


Ok, See you at the party then!
ঠিক আছে, মই আপোনাক পাৰ্টীত লগ পাম!


Yes, see you soon.
বাৰু, সোনকালে লগ পাম.


উপায়
A pair of trousers =
A pair of shorts =
যিবোৰ কাপোৰৰ একে ধৰনৰ দুটা ভাগ হয়, সেইবোৰৰ লগত প্ৰায় 'a pair of' লগোৱা হয়.
'মই সাধাৰণতে পেন্ট পিন্ধো.' ৰ ইংৰাজী অনুবাদ কি হব?;
I usually wear trousers.
I usually wear trouser.
I rarely wear trousers.
I never wear trousers.
'আমি কেতিয়াবা ঊণী কাপোৰ পিন্ধো.' ৰ ইংৰাজী অনুবাদ কি হব?;
We often wear woolen clothes.
We sometimes wears woolen clothes.
We sometimes wear woolen clothes.
We often wears woolen clothes.
'আপুনি প্ৰায় এই ছাৰ্টটো পিন্ধে নেকি?' ৰ ইংৰাজী অনুবাদ কি হব?;
Does you oftenly wear this shirt?
Do you oftenly wear this shirt?
Does you often wear this shirt?
Do you often wear this shirt?
'গ্ৰীষ্মকালত প্ৰায় মোজাৰ পৰা দুৰ্গন্ধ আহে.' ৰ ইংৰাজী অনুবাদ কি হব?;
Socks often stinks in summers.
Socks often stink in summers.
Socks rarely stinks in summers.
Socks rarely stink in summers.
'মোৰ অধিকাংশ বন্ধুৱে এইটোকে পিন্ধে.' ৰ ইংৰাজী অনুবাদ কি হব?;
All of my friends wear this.
Most of my friend wear this.
Most of my friends wear this.
Most of my friends wears this.
সংলাপ শুনক
What kind of clothes do you prefer to wear?
আপুনি কেনে ধৰনৰ কাপোৰ পিন্ধি ভাল পায়?


I like casual clothes. I usually wear a pair of shorts and a t-shirt. I don't like ties. What are your favorite clothes?
মই আৰামদায়ক কাপোৰ ভাল পাওঁ. মই সাধাৰণতে হাফ পেন্ট আৰু টি-ছাৰ্ট পিন্ধো. মই টাই ভাল নাপাওঁ. আপোনাৰ মনঃপূত কাপোৰ কি?


I like sarees. I often wear it to work.
মই শাড়ী ভাল পাওঁ. মই প্ৰায় এইটোৱে পিন্ধি কামত যাওঁ.


Wow! Sarees looks beautiful.
বাহ! শাড়ী বহুত ধুনীয়া লাগে.


Yes, I prefer softer fabrics in summers.
হয়, গ্ৰীষ্মকালত মই কোমল কাপোৰ বেছি ভাল পাওঁ.


Me too, and I rarely wear socks in summers. They get sweaty.
মই ও, আৰু মই গ্ৰীষ্মকালত কেতিয়াবা হে মোজা পিন্ধো. ই ঘামেৰে তিতি যায়.


Yes, that's true.
হয়, সেইটো সঁচা.


'আজিকালি টুপী ফেছনত চলি আছে.' ৰ ইংৰাজী অনুবাদ কি হব?;
Nowadays, caps are in fashion.
Nowadays, caps are in fashionable.
Nowadays, caps are in trendy.
Today, caps are in fashion.
'মানুহে ৰ'দ পৰিহাৰ কৰিবলৈ ক'লা ছশমা পিন্ধে.' ৰ ইংৰাজী অনুবাদ কি হব?;
People wear shade to avoid sunshine.
People wear specs to avoid sunshine.
People wears shades to avoid sunshine.
People wear shades to avoid the sunshine.
'মই ৰঙীণ জোতা ভাল পাওঁ.' ৰ ইংৰাজী অনুবাদ কি হব?;
I like colourful shoes.
I like colourfull shoes.
I like colourful shoe.
I like colourfully shoes.
সংলাপ শুনক
Hello Ram, what do you wear usually?
হেলো ৰাম, তুমি সাধাৰণতঃ কি পিন্ধা?


I usually wear black clothes and black boots.
মই সাধাৰণতঃ ক'লা কাপোৰ আৰু ক'লা জোতা পিন্ধো.


But I like colorful dresses.
কিন্তু মই ৰঙীণ কাপোৰ ভাল পাওঁ.


I often wear a black coat.
মই প্ৰায় এখন ক'লা কোট-চোলা পিন্ধো


But I often wear a red or an orange sweater.
কিন্তু মই প্ৰায়েই ৰঙা বা বাসন্তী চুৱেটাৰ পিন্ধো.


Your taste is quite different.
আপোনাৰ ৰুচি বহুত বেলেগ.


Yes.
হয়.


প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
What kind of clothes do you ______
oftenly
usually
sometimely
rare
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Do your clothes ______
stinking
stinked
stinks
stink
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
He ______
often wears
often wear
often weared
often wearing
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We ______
sometimes avoiding
sometimes avoids
sometimes avoid
sometime avoid
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I usually ______
wears
wear
wearing
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I love wearing ______
woolen
woolens clothes
woolens
woollens
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Cotton clothes are ______
very comfortable
very comfortably
very comfortables
very comfort
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
It's really ______
comfortably
comfi
comfort
comfortable
মই জীনচ পিন্ধি ভাল পাওঁ.
দুৰ্গন্ধ
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ