Hotel book কৰা
try Again
Tip1:hello
Lesson 145
Hotel book কৰা
সংলাপ শুনক
Hello, how may I help you?
নমস্কাৰ/হেলো, মই আপুনাৰ কি সহায় কৰিব পাৰোঁ?


Hello, Can you connect me to the hotel reception?
নমস্কাৰ/হেলো, আপুনি মোৰ হোটেলৰ ৰিচেপছনৰ লগত সংযোগ কৰাই দিব পাৰিব নেকি?


Yes, Speaking.
হয়, কৈ আছোঁ.


I want to book a room for the 10th and 11th of March.
মই ১০ আৰু ১১ মাৰ্চৰ বাবে এটা কোঠা আৰক্ষিত কৰিব বিচাৰিছো.


'মই আপোনাৰ কেনেকৈ সহায় কৰিব পাৰোঁ?' ৰ ইংৰাজী অনুবাদ কি হব?;
How may I helping you?
How may I be help you?
How may I help you?
How may I helps you?
'আপুনি মোৰ হোটেলৰ ৰিচেপছনত সংযোগ কৰাই দিব পাৰিব নেকি?' ৰ ইংৰাজী অনুবাদ কি হব?;
Can you connecting me to the hotel reception?
Can you connect me to the hotel reception?
Are you connect me to the hotel reception?
Can you connect me the hotel reception?
মই এটা কোঠা আৰক্ষণ কৰিব লাগে.
    • book
    • a room.
    • to
    • I
    • want
    • am
    '২ দিনৰ বাবে কোঠা এটা আৰক্ষণ কৰি দিয়ক.' ৰ ইংৰাজী অনুবাদ কি হব?;
    Book a room for 2 days.
    Book a room in 2 days.
    Book to a room for 2 days.
    Book for a room for 2 days.
    সংলাপ শুনক
    Do you want a room with a single bed or a double bed?
    আপোনাক এখন পালেং থকা কোঠা লাগে নে দুখন পালেং থকা?


    I want a room with a single bed.
    মোক এটা পালেং থকা কোঠা লাগে.


    With an A.C.?
    A.C. থকা?


    No, I want a room without an A.C.
    নহয়, মোক A.C. নথকা কোঠা লাগে.


    'এটা A.C. থকা কোঠা.' ৰ ইংৰাজী অনুবাদ কি হব?;
    A room with an A.C.
    A room in an A.C.
    A room at an A.C.
    A room from an A.C.
    মোক A.C. নথকা কোঠা লাগে.
    • I want
    • an A.C.
    • a
    • without
    • room
    • with
    'আপোনাক কোঠা কেই দিনৰ কাৰণে লাগে?' ৰ ইংৰাজী অনুবাদ কি হব?
    How many days do you need the room for?
    How much days do you need the room for?
    সংলাপ শুনক
    What is the tariff for this room?
    এই কোঠাৰ ভাড়া কিমান?


    The tariff is 500 rupees a night plus taxes.
    এক ৰাতিৰ ৫০০ টকা, কৰ বেলেগে.


    Is breakfast included?
    জলপান ইয়াৰ অন্তৰ্গত নেকি?


    Yes, breakfast is included.
    হয়, জলপান ইয়াৰ অন্তৰ্গত.


    কোঠাৰ ভাড়া কিমান?
    • tariff?
    • room's
    • is the
    • of
    • what
    • tariffs?
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Is breakfast ______
    is include
    included
    includes
    to included
    অকল জলপান অন্তৰ্ভুক্ত আছে.
    • included.
    • only
    • is
    • breakfast
    • includes.
    • include.
    সংলাপ শুনক
    What is the check-out time?
    কোঠা খালী কৰা সময় কি?


    It is 12 noon.
    দুপৰীয়া ১২টা বজাত.


    Ok, do you have an internet connection?
    ঠিক আছে, আপোনাৰ ওচৰত ইণ্টাৰনেটৰ সংযোগ আছে নেকি?


    Yes Sir, we have free Wi-Fi.
    হয় শ্ৰীমান, আমাৰ ওচৰত Wi-Fi আছে.


    'কোঠা খালী কৰা সময় কি?' ৰ ইংৰাজী অনুবাদ কি হব?;
    What is the check-out time?
    What is the check-in time?
    What is the check time?
    What is the checking time?
    কোঠা খালী কৰা সময় দুপৰীয়া ১২টা বজাত.
    • check-out
    • is
    • 12.
    • time
    • noon.
    • The
    আপোনাৰ ওচৰত ইণ্টাৰনেটৰ সংযোগ আছে নেকি?
    হয়, আমাৰ ওচৰত বিনামূলীয়া Wi-Fi আছে.
    • Wi-Fi.
    • Yes,
    • the
    • free
    • We have
    • We is
    সংলাপ শুনক
    What is your name?
    আপোনাৰ নাম কি?


    My name is Ram Gupta.
    মোৰ নাম Ram Gupta.


    Will you pay by cash or card?
    আপুনি পইছা নগদ দিব নে কাৰ্ডৰ পৰা?


    I will pay by cash.
    মই নগদ পইছা দিম.


    When will you make the payment?
    আপুনি পইছা কেতিয়া দিব?


    I will come tomorrow and pay, will that be fine?
    মই কাইলে আহি পইছা দিম, ঠিক হব নে?


    Ok Mr. Gupta, see you tomorrow, have a nice day!
    ঠিক আছে Mr. Gupta, আপোনাক কাইলে লগ পাম, আপোনাৰ দিন শুভ হওঁক.


    'আপুনি পইছা কেনেকৈ দিব?' ৰ ইংৰাজী অনুবাদ কি হব?;
    How will you make the payment?
    How do you make the payment?
    How are you make the payment?
    How will you payment?
    মই নগদ পইছা দিম.
    মই কাইলে পইছা দি দিম.
    • I will
    • tomorrow.
    • I am
    • the
    • make
    • payment
    আপোনাৰ দিন শুভ হওক.
    • a
    • day.
    • nice
    • do
    • have
    • Are
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ