Confusing words: Accept, except, expect
try Again
Tip1:hello
Lesson 146
Confusing words: Accept, except, expect
উপায়
=
Accept = সেইটো ক্ৰিয়া যি আমি সাৰোগত কৰিবলৈ, হয় বুলি কবলৈ, বা গ্ৰহণ কৰা ৰূপত ব্যৱহাৰ কৰোঁ.
Neha will accept your proposal. = নেহায়ে আপোনাৰ প্ৰস্তাৱ গ্ৰহণ কৰি লব.
এই বাক্যত ক্ৰিয়া 'to accept' মানে গ্ৰহণ কৰা.
উপায়
=
Except = বাদ দি বা ' ৰ বাহিৰে'
He bought a gift for everyone except me. = সি মোক বাদ দি সকলোৰ বাবে উপহাৰ আনিলে.
এই বাক্যত 'except' মানে কোনোবা এজনক বাদ দি বাকী সকলোৰ বাবে.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I do not ______
except
accept
accepting
excepting
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I know everyone here ______
except
accept
expect
accepting
'মই সমস্ত দলৰ তৰফৰ পৰা এই পুৰস্কাৰ গ্ৰহণ কৰোঁ.' ৰ ইংৰাজী অনুবাদ কি হব?;
I expect this award on behalf of the whole team.
I accept this award on behalf of the whole team.
I accepted this award on behalf of the whole team.
I except this award on behalf of the whole team.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Do you ______
accept
except
accepted
excepted
'মোৰ বাহিৰে প্ৰত্যেকজনে ফল খালে.' ৰ ইংৰাজী অনুবাদ কি হব?;
Everyone ate fruits, accepting me.
Everyone ate fruits, accept me.
Everyone ate fruits, except me.
Everyone ate fruits, excepted me.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I can't ______
except
accepting
accept
excepting
অনুগ্ৰহ কৰি মোৰ পদত্যাগ গ্ৰহণ কৰক.
    • except
    • please
    • resignation.
    • accept
    • expect
    • my
    তাই নীলা মোনাখনৰ বাহিৰে আটাইবোৰ মোনা লৈ গল.
    • took all
    • she
    • the bags
    • except
    • expect
    • the blue one.
    তাই নিজৰ ভুল স্বীকাৰ কৰিলে.
    • excepted
    • accepted
    • she
    • her
    • mistakes.
    • expected
    'তোমাৰ বাহিৰে প্ৰত্যেকজন পাৰ্টীলৈ আহিছিল.' ৰ ইংৰাজী অনুবাদ কি হব?;
    Everyone came to the party expect you.
    Everyone came to the party accept you.
    Everyone came to the party expected you.
    Everyone came to the party except you.
    মই মোৰ শাস্তি স্বীকাৰ কৰোঁ.
    • I
    • my
    • accept
    • punishment.
    • except
    • expect
    'আপুনি এই মতবাদ সৰোগত কৰে নেকি?' ৰ ইংৰাজী অনুবাদ কি হব?;
    Do you except this theory?
    Do you accept this theory?
    Do you expect this theory?
    Do you aspect this theory?
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    She ______
    accepting
    except
    accept
    accepted
    মই স্বীকাৰ কৰোঁ যে এইটো মই ভাঙিলো.
    • accept
    • I
    • I broke
    • this.
    • except
    • that
    উপায়
    =
    'Except' মানে 'বাহিৰে' বা যদিও হব পাৰে.
    He never calls me, except to borrow money. = সি মোৰ পৰা পইছা ধাৰ লোৱাৰ বাহিৰে কেতিয়াও ফোন নকৰে.
    এই বাক্যত 'except' মানে 'বাহিৰে'.
    'যদি মই মাছক ভয় নকৰিলো হেতেন তেনেহলে মই সাঁতোৰিব গলো হেতেন.' 'ৰ ইংৰাজী অনুবাদ কি হব?;
    I would go swimming, except I am scared of fishes.
    I would go swimming, accept I am scared of fishes.
    I would go swimming, expect I am scared of fishes.
    I would go swimming, aspect I am scared of fishes.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I did not ______
    except
    accepted
    accepting
    expect
    ল'ৰা-ছোৱালীৰ বাহিৰে সকলোৰ পৰা প্ৰৱেশ মাচুল লোৱা হয়.
    • for everyone except
    • for everyone accept
    • is charged
    • an entry fee
    • for everyone expect
    • children.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I ______
    except
    accept
    accepting
    excepting
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ