Airport 'ত কথা-বতৰা
try Again
Tip1:hello
Lesson 147
Airport 'ত কথা-বতৰা
What time=কেইটা বজাত?
is=আছে
the next flight=পাছৰ বিমান
to Mumbai?=মুম্বাইলৈ
'দিল্লীলৈ পিছৰ বিমান কেইটা বজাত?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
What time is next flight to Delhi?
When time is the next flight to Delhi?
What time is the next flight to Delhi?
What time is the next flight from Delhi?
'মই কাইলে (বিমানত) দিল্লীলৈ গৈ আছোঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I am flying to Delhi tomorrow.
I am flying at Delhi tomorrow.
I am flying in Delhi tomorrow.
I am flying from Delhi tomorrow.
'দিল্লীৰ পৰা মুম্বাইলৈ টিকট কেই টকাৰ?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
How many are the ticket from Delhi to Mumbai?
How much is the ticket from Delhi to Mumbai?
How much the ticket from Delhi to Mumbai?
How much is the ticket to Delhi from Mumbai?
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
am have two bags for
have two bags for
have two bags from
'অনুগ্ৰহ কৰি সুৰক্ষা পৰীক্ষণৰ বাবে আগবাঢ়ি আহক.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Please proceed for the security check.
Please to proceed for the security check.
Please proceed the security check.
Please proceed in the security check.
উপায়
Arrival = আগমণ
Departure = প্ৰস্থান
বিমান ৰাতিপুৱা ৮:০০ টা বজাত আহি পাব.
    • at 8 AM.
    • will
    • The flight
    • depart
    • arrive
    • is
    'মোৰ বিমানৰ প্ৰস্থানৰ বিলম্ব ঘটিল .' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    My flight's departure has been delayed.
    My flight's arrival has been delayed.
    My flight's departure is been delayed.
    My flight's arrival is been delayed.
    প্ৰস্থান
    উপায়
    মোৰ বিমান ৩০ মিনিটৰ বাবে বিলম্বিত আছে. = My flight is delayed by 30 minutes.
    Delay = বিলম্ব
    Delayed = বিলম্বিত
    =
    যেতিয়া কোনো ক্ৰিয়া বিশেষণ ৰূপে ব্যৱহাৰ কৰা হয়, তেনেহলে সেই ৰূপটো 'past participle form' বুলি কোৱা হয়.
    মোৰ বিমান দুই ঘণ্টাৰ বাবে বিলম্বিত.
    • My flight
    • delayed
    • is
    • delay
    • 2 hours.
    • by
    'গভীৰ যাতায়তৰ কাৰণে মই বিমান ধৰিব নোৱাৰিলো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
    I missed the flight because of heavy traffic.
    I caught the flight because of heavy traffic.
    I am missed the flight because of heavy traffic.
    I miss the flight because of heavy traffic.
    কুঁৱলীৰ কাৰণে মোৰ বিমান বিলম্বিত হৈ গল.
    • My flight
    • fog.
    • delayed due to
    • delayed because to
    • got
    • was got
    মোৰ বিমান ৬টা বজাত আহি পাব.
    • is
    • depart
    • arrive
    • at 6.
    • my flight
    • will
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I ______
    am late to
    am late for
    am late at
    window seat খিৰিকী থকা আসন
    middle seat মাজৰ আসন
    aisle seat দীঘলী-বাটৰ আসন
    মই খিৰিকীৰ কাষৰ আসন ভাল পাম.
    • would like
    • window
    • aisle
    • seat.
    • a
    • I
    সংলাপ শুনক
    Hello, I want to check in for the 8 AM flight.
    হেল্লো, মই ৰাতিপুৱা ৮টা বজাৰ বিমানৰ বাবে চেক-ইন কৰিব বিচাৰিছো.


    Where are you flying to?
    আপুনি কোন ঠাইত গৈ আছে?


    To Delhi. Here's my ticket.
    দিল্লী, এয়া মোৰ টিকট.


    Thanks. Can I see your ID please?
    ধন্যবাদ, মই আপোনাৰ ID চাব পাৰিম নে?


    Sure, here it is. I would like a window seat please.
    অৱশ্যে, এয়া. মই খিৰিকীৰ ওচৰৰ আসন ভাল পাম.


    Okay.
    অ'কে.


    Is the flight on time?
    বিমান সময় মতে আছে নে?


    Yes, it is. Do you have any check-in baggage?
    হয়, আছে. আপোনাৰ ওচৰত কোনো চেক-ইন কৰা মোনা আছে নেকি?


    Yes. I have two check-in bags.
    হয়, মোৰ ওচৰত চেক-ইন মোনা আছে.


    মই নিৰামিষ আহাৰ ভাল পাম.
    • vegetarian meal.
    • a
    • prefer
    • I am
    • I would
    • I can
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ