Narrating a past story (past continuous tense practice)
try Again
Tip1:hello
Lesson 151
Narrating a past story (past continuous tense practice)
সংলাপ শুনক
Hello Ramaa, what were you doing yesterday?
হেল্লো ৰমা ,তুমি কালি কি কৰিছিলা?


Hey, I was at a mall, shopping.
হেই, মই মলত শ্বপিং কৰি আছিলো.


Oh! I was there as well! I was waiting for my friends to come.
ওহ! মইও তাত আছিলো! মই মোৰ বন্ধু সকলৰ বাট চাই আছিলো.


Really? It was raining when I was there.
সঁচাকে? যেতিয়া মই তাত আছিলো তেতিয়া বৰষুণ পৰি অছিল.


Yes, we were also enjoying the weather.
অহ, আমিও বতৰৰ আনন্দ লই আছিলো.


Everyone was wearing raincoats.
সকলোৱে ৰেইনকোট পিন্ধি থকা আছিল.


'যেতিয়া মই ঘৰ গৈ পালো তেতিয়া ল'ৰা-ছোৱালী খেলি আছিল. ' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
When I reached home, the children were playing.
When I reached home, the children was playing.
When I reached home, the children are playing.
When I reached home, the children is playing.
'আমাৰ বন্ধু সকলে আমাৰ বাট চাই আছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Our friends was waiting for us.
Our friends are waiting for us.
Our friends is waiting for us.
Our friends were waiting for us.
'যেতিয়া ৰমেশ আহিলে তেতিয়া বাহিৰত বৰষুণ পৰি আছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
When Ramesh came, it rained outside.
When Ramesh came, it were raining outside.
When Ramesh came, it was raining outside.
When Ramesh came, it was rained outside.
'তুমি যোৱা সপ্তাহান্তত কি কৰি আছিলা?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
What were you do last weekend?
What were you doing last weekend?
What did you do last weekend?
What are you doing last weekend?
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Where ______
was you
were you
did you
are you
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
was hoping
were hoping
was hope
was hoped
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Everyone ______
have wearing
wearing
was wearing
were wearing
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
They ______
was planning
have planning
were planning
were planned
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We ______
is feeling
have feeling
was feeling
were feeling
সংলাপ শুনক
Hey Shyam, weren't you planning to go to the bank for some work? Did you go?
হেৰা শ্যাম, তুমি কালি বেঙ্কলৈ যোৱা যোজনা বনোৱা নাছিলা নেকি? তুমি গৈছিলা নেকি?


Yes, I was at the bank yesterday. I was waiting to speak to the director.
অহ, মই কালি বেঙ্কত আছিলো. মই প্ৰবন্ধকৰ লগত কথা পাতিবলৈ ৰখি আছিলো.


Who else was there?
তাত আৰু কোন আছিল?


A woman at the desk was giving money to a customer.
এগৰাকী মহিলা ডেস্কত গ্ৰাহকক পইছা দি আছিল.


Okay!
অকে!


Your friend Sameer was also at the bank. He was standing with his mom.
তোমাৰ বন্ধু সমীৰো বেঙ্কত আছিল. সি নিজৰ মাকৰ লগত থিয় হৈ আছিল.


Yes, he was telling me about it.
অহ, সি মোক এই বিষয়ে কই আছিল.


Ok.
অকে.


'তুমি চিনেমাৰ সময়ত কাৰ লগত কথা পাতি আছিলা?' ৰ ইংৰাজী অনুবাদ কি হব?;
Who were you talk to during the movie?
Who were you talking to during the movie?
Who were you talked to during the movie?
Who do you talking to during the movie?
'সি মোক লগ কৰিব আহি আছিল নেকি?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Was he coming to meet me?
Did he come to meet me?
Was he came to meet me?
Was he come to meet me?
'তাই গ্ৰাহক সকলক নগদ দি আছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
She was give cash to a customer.
She was gave cash to a customer.
She were giving cash to a customer.
She was giving cash to a customer.
'সি মোক এই বিষয়ে কৈ আছিল.' ৰ ইংৰাজী অনুবাদ কি হব?;
He were telling me about this.
He was telling me about this.
He was told me about this.
He was tell me about this.
'মই মোৰ দেউতাৰ লগত কথা পাতি আছিলো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I was talking to my father.
I was talk to my father.
I was talked to my father.
I did talking to my father.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We ______
was planning
had planning
were planning
do planning
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
were speaking
was speaking
do speaking
have speaking
তেওঁলোক আহি আছিল.
আমি পৰিকল্পনা বনাই আছিলো.
তাই আহাৰ বনাই আছিলে.
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ