নাকাৰাত্মক প্ৰতিক্ৰিয়া দিয়া আৰু সমালোচনা কৰা শিকক
try Again
Tip1:hello
Lesson 153
নাকাৰাত্মক প্ৰতিক্ৰিয়া দিয়া আৰু সমালোচনা কৰা শিকক
সংলাপ শুনক
I hate to say this, but there have been complaints about your clothes.
মই কব ভাল লগা নাই, কিন্তু আপোনাৰ কাপোৰক লৈ বহুত আপত্তি হৈছে.


My clothes? What's wrong with my clothes?
মোৰ কাপোৰ? মোৰ কাপোৰত কি দোষ?


I hope you are aware that our company has a dress code.
মই আশা কৰিলো যে আপুনি কোম্পানীৰ পৰিধানৰ বিষয়ে গম পায়.


Yes, that's why I wear a shirt and a tie.
অঁ, সেই বাবে মই কামিজ আৰু টাই পিন্ধো.


I'm afraid wearing the same tie everyday is not professional.
মই ভীত যে প্ৰতিদিন একেটা টাই পিন্ধা পেশাদাৰী নালাগে.


Right. Anything else?
ঠিক আছে. আৰু কিবা?


Well, I have to say that your shoes need polishing.
বাৰু, মই কব লাগিব যে তোমাৰ জোতাক ৰহণৰ দৰকাৰ.


উপায়
I hate to say this = মই এইটো কবলৈ বেয়া লাগিছে.
I am sorry to say this = মই এইখিনি কোৱাৰ বাবে ক্ষমা প্ৰাৰ্থী.

যেতিয়া আনৰ অমান্তি বা নিৰাশা দেখাবলৈ হয়, তেনেহলে এনে ধৰনে বাক্য আৰম্ভ কৰা ঠিক হব - এনেদৰে আপুনি কোৱা কথা অলপ বিনম্ৰ হব.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
To be ______
honest
a honest
honestly
an honest
'মোৰ কবলৈ ভাল লগা নাই কিন্তু মই এই কেকটো ভাল নাপালো.' ৰ ইংৰাজী অনুবাদ কি হব?;
I would like to say this, but I did not like this cake.
I hate to say this, but I did not like this cake.
I hate say this, but I did not like this cake.
I hate to say to this, but I did not like this cake.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I am ______
honestly
hate
afraid
hope
I'm sorry to say this=মই এইখিনি কোৱা বাবে ক্ষমা প্ৰাৰ্থী.
but you=কিন্তু তুমি
need to wear=পিন্ধা দৰকাৰ
উপায়
Don't mind = বেয়া নাপাবা.
Don't mind me saying this = মই এইটো কোৱা বাবে বেয়া নাপাবা.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
I hope you don't mind me saying this
I hope you don't mind me say this
I hope you don't mind me said this
I hope you don't mind me says this
মোৰ এইখিনি কবলৈ বেয়া লাগিছে.
    • am
    • I
    • to
    • say this.
    • hate
    • have
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    ______
    Don't mind but
    Not to mind but
    Don't to mind but
    But mind don't
    সংলাপ শুনক
    I think the client may not be too happy with your logo design.
    মোৰ লাগিছে যে গ্ৰাহক আপোনাৰ প্ৰতীক চিহ্নৰ ৰূপাঙ্কণ কৰা বেছি ভাল নাপাব.


    Oh really? Why?
    অহ হয় নে? কিয়?


    The colours are too bright for a bank.
    এই ৰং এটা বেঙ্কৰ বাবে বহুত প্ৰজ্বলিত.


    Oh! What else is wrong?
    অহ ! আৰু কি ভুল আছে


    It's just not the right logo for a bank. I am afraid you will have to design it again
    এইটো এটা বেঙ্কৰ ৱাৱে উচিত প্ৰতীক নহয়. মই ভীত যে আপুনি ইয়াক আকৌ ৰূপাঙ্কণ কৰিব লাগিব.


    Sure. I will come up with some other ideas.
    অৱশ্য. মই কিবা অন্য বুদ্ধিৰ লগত আহিম.


    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    The design is very modern but the hotel may not ______
    appreciately
    appreciate
    appreciation
    apprisiate
    'মই আপোনাক এইটো পুনৰ কৰিবলৈ কব লাগিব.' ৰ ইংৰাজী অনুবাদ কি হব?;
    I will ask you to do it again.
    I am ask you to do it again.
    I will have to ask you to do it again.
    I ask you to do it again.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I'm ______
    not surprised
    not surprise
    surprise not
    surprised not
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    ______
    Sorry to say to this
    Sorry say this
    Sorry for say this
    Sorry to say this
    'বেয়া হিচাপে নলবা, কিন্তু এইটো আকৌ লিখা দৰকাৰ.' ৰ ইংৰাজী অনুবাদ কি হব?;
    Don't take this the wrongly way, but it needs to be re-written.
    Don't take this the wrong way, but it needs to be re-written.
    Don't take this the wrong way, because it needs to be re-written.
    Don't take this the wrong way, still it needs to be re-written.
    'ভবিষ্যতে আৰু অধিক সাবধান থাকিবা.' ৰ ইংৰাজী অনুবাদ কি হব?;
    Be more careful in the future.
    Are more careful in the future.
    Have more careful in the future.
    Do more careful in the future.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ