Phrasal verbs (get up, turn it down, turn it off, put them away, etc.)
try Again
Tip1:hello
Lesson 154
Phrasal verbs (get up, turn it down, turn it off, put them away, etc.)
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
It is 8 AM! It's time to ______
get up
gets up
getting up
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Wakes up
Woke up
Wake up
Waked up
'সোনকালে কৰা! বাছ ইয়াত ৫ মিনিটত আহি পাব!' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Hurry up! The bus will be here in 5 minutes!
Hurry ups! The bus will be here in 5 minutes!
Hurries up! The bus will be here in 5 minutes!
Hurriedly up! The bus will be here in 5 minutes!
স্ংলাপ শুনক
Sachin, are you going to work today?
শচীন, তুমি আজি কামলৈ যাবা নে?


Yes, mom.
হয়, মা.


Well then, wake up! Your bus is about to come.
বলা আকৌ, উঠা! তোমাৰ বাছ আহিব হৈছে.


Alright. I am going for a shower.
ঠিক আছে. মই স্নান কৰিবলৈ গৈ আছোঁ.


You better hurry up, the bus isn't going to wait for you.
ভাল হব যদি তুমি সোনকালে কৰা, বাছ তোমাৰ বাবে ৰখি নাথাকে.


উপায়
Take off = উৰণ লোৱা.
The plane is ready to take off = বিমান উৰণ লবলৈ সাজু আছে.
Take off = খোলা.
Please take off your shoes = অনুগ্ৰহ কৰি আপুনাৰ জোতা খোলি দিয়ক.
উপায়
Turn down = লেহেমীয়া কৰা.
Please turn down the music = সংগীত ('ৰ ধ্বনি) লেহেমীয়া কৰি দিয়ক.
Turn down = অস্বীকাৰ কৰা.
She may turn down our offer = তাই হ্য়তো আমাৰ প্ৰস্তাৱ অস্বীকাৰ কৰিব পাৰে.
উপায়
Turn off. = বন্ধ কৰা.
Please turn off the music. = অনুগ্ৰহ কৰি সংগীত বন্ধ কৰি দিয়ক.
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Turn down
Get off
Take off
Get down
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Can you ______
turn down the volume
take down the volume
take off the volume
get off the volume
টিভি বন্ধ কৰি দিয়া.
    • down
    • on
    • off
    • the
    • TV.
    • Turn
    উপায়
    Put off. = পিছ হোঁহকা দিয়া.
    He has put off our meeting. = সি আমাৰ বৈঠক পিছুৱাই দিলে.
    Put away. = বেলেগ কে ৰাখা/ ৰাখি এৰি দিয়া.
    Can you put your shoes away? = আপুনি আপোনাৰ জোতা দূৰৈত ৰাখিব পাৰিব (আঁতৰাই থব পাৰিব) নেকি?
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I am cleaning your table. Can you ______
    take off your books
    put your books away
    turn down your books
    turn off your books
    তোমাৰ জোতা কিমান লেতেৰা, অনুগ্ৰহ কৰি ইয়াক আঁতৰাই দিয়ক.
    • so dirty,
    • put
    • please
    • away.
    • them
    • your shoes are
    'যেতিয়া মা আহিছিলে তেতিয়া সি টিভি বন্ধ কৰি দিলে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    He turned off the TV when mom came.
    He turns the TV off when mom came.
    He turn off the TV when mom came.
    He was turn off the TV when mom came.
    'মই গোটেই ৰাতি জাগি কাম শেষ কৰি দিম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    I will stay up all night and finish the work.
    I will wake up all night and finish the work.
    I will turn up all night and finish the work.
    I will stand up all night and finish the work.
    get up সাৰ পোৱা / উঠা
    wake up জগা
    stay up জাগি থকা
    turn off বন্ধ কৰা
    turn down লেহেমীয়া কৰা / অস্বীকাৰ কৰা
    put off স্থগিত কৰা
    put away দূৰৈত ৰাখা / আঁতৰাই দিয়া
    take off নমাই দিয়া / উৰণ লোৱা
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    The flight ______
    turned off
    wake up
    took off
    take off
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ