News 'ৰ উপৰত বাৰ্তালাপ
try Again
Tip1:hello
Lesson 155
News 'ৰ উপৰত বাৰ্তালাপ
সংলাপ শুনক
Anu, did you watch the news today?
অনু, আপুনি আজি খবৰ চাইছিলে নেকি?


No, what happened?
নাই, কি হল?


There was an earthquake in Gujarat.
গুজৰাটত এটা ভুমিকম্প আহিছিল.


Oh my God, that's terrible news.
হে ভগৱান, এইটো এটা ভয়ংকৰ খবৰ.


'আপুনি আজি খবৰ চাইছিলে নেকি?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Did you watch the news today?
Will you watch the news today?
Are you watch the news today?
Is you watch the news today?
'গুজৰাতত ভুমিকম্প আহিছিলে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
There was an earthquake in Gujarat.
There was the earthquake in Gujarat.
There is an earthquake in Gujarat.
There had an earthquake in Gujarat.
আজিৰ নতুন খবৰ.
    • Today
    • news.
    • is
    • Today's
    • a
    • latest
    হে ভগৱান!
    সংলাপ শুনক
    I hope there was no casualty.
    আশা কৰোঁ যাতে কোনো লোক হতাহত হোৱা নাই.


    According to the report, 20 dead bodies have been found.
    প্ৰতিবেদনৰ অনুসাৰে ২০টা শৱ পোৱা হৈছে.


    What!
    কি!


    It could have been worse, but thankfully, the help arrived on time.
    আৰু অধিক হল হেতেন, কিন্তু ধন্য হওক, সহায় সময়ত গৈ পালে.


    'আশা কৰোঁ যাতে কোনো জন হতাহত হোৱা নাই.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    I am hope there was no casualty.
    I hope there was no casualty.
    I hope there was no casually.
    I hope there's was no casualty.
    'এম্বুলেন্স সময়ত আহি পালে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    The ambulance arrived on time.
    The ambulance arrive on time.
    The ambulance was arrived on time.
    The ambulance was arrive on time.
    সংলাপ শুনক
    Did you watch the news about the floods in Uttarakhand?
    উত্তৰাখণ্ডত যি বানপানী আহিছিল আপুনি তাৰ খবৰ চাইছিলে নেকি?


    Yes, I heard some people suffered for months.
    অঁ, মই শুনিছো যে কিছুলোকে মানুহে মাহ ধৰি কষ্ট সহ্য কৰিছিল


    It was difficult for the rescue workers to reach there.
    ৰক্ষা কৰ্মী সকলৰ বাবে তালৈ গৈ পোৱা কঠিন আছিল.


    'আপুনি উত্তৰাখণ্ডত বানপানীৰ খবৰ শুনিছে নে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Did you hear the news about the floods in Uttarakhand?
    Did you listen the news about the floods in Uttarakhand?
    Did you hear to the news about the floods in Uttarakhand?
    Did you hear the news at the floods in Uttarakhand?
    'তেওঁলোকে মাহ ধৰি কষ্ট সহ্য কৰিব লগা হল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    They suffered for months.
    They are suffering for months.
    They were suffered for months.
    They will be suffering for months.
    সহায়ক সকলৰ বাবে তালৈ গৈ পোৱা কঠিন আছিল.
    • helpers
    • it was
    • difficult
    • the helpers
    • to reach there.
    • for
    সংলাপ শুনক
    Natural disasters are increasing day by day. There is a similar situation in J&K.
    দিন-প্ৰতিদিন প্ৰাকৃতিক দুৰ্যোগ বাঢ়ি গৈ আছে. J&K ত সমান স্থিতি.


    The situation is getting worse with each passing day.
    দিন বাগৰি থকাৰ লগে লগে স্থিতি বেয়া হৈ গৈ আছে.


    I pray for the families living there.
    মই তাত থকা পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰোঁ.


    Me too, but we should also send help.
    মইও, কিন্তু আমি সহায়ো পঠিয়াব লাগে.


    'দিন-প্ৰতিদিন প্ৰাকৃতিক দুৰ্যোগ বাঢ়ি গৈ আছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Day by day, natural disasters are increasing.
    Day by day, naturally disasters are increasing.
    Day by day, have natural disasters increasing.
    Day by day, natural disasters is increasing.
    স্থিতি বহুত বেয়া হৈ আছে.
    • worse.
    • was very
    • situation
    • is very
    • the
    • bad.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    There was a similar ______
    situation in
    situated in
    situation on
    situated at
    'মই তাত থকা পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰোঁ' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    I pray for the families living their.
    I pray for the families living there.
    'আমি তাত সহায় পঠিয়াব লাগে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    We should send help there.
    We are send help there.
    Should we send help there?
    We would send help there
    সংলাপ শুনক
    What can we do to help?
    আমি সহায় কৰিবলৈ কি কৰিব পাৰি?


    We can send some stuff.
    আমি কিবা বস্তু পঠিয়াব পাৰো.


    Like what?
    যেনে কি?


    They require blankets, medicines, and dry ration after such a disaster.
    এনে দুৰ্যোগৰ পিছত তেওঁলোকক কম্বল, দৰৱ, আৰু শুকান ৰচদৰ দৰকাৰ হব.


    'আমি সহায় কৰিবলৈ কি কৰিব পাৰো?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    How can we do to help?
    What can we help?
    What can we do help?
    What can we do to help?
    আমি কিবা বস্তু পঠিয়াব পাৰো.
    • some stuff.
    • are
    • can
    • sent
    • send
    • we
    'তেওঁলোকক শুকান ৰচনৰ দৰকাৰ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    They need dry ration.
    They must dry ration.
    They have dry ration.
    They should dry ration.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    If such a situation ______
    arises
    is arises
    arising
    to arises
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ