আপোনাৰ মনঃপূত খেলৰ ওপৰত বাৰ্তালাপ
try Again
Tip1:hello
Lesson 156
আপোনাৰ মনঃপূত খেলৰ ওপৰত বাৰ্তালাপ
সংলাপ শুনক
What's your favorite sport?
আপুনি ভাল পোৱা খেল কোনটো?


My favorite sport is Cricket.
মই ভাল পোৱা খেল ক্ৰিকেট.


Great! Do you like test cricket or 20-20?
বহুত বঢ়িয়া! আপুনি টেস্ট ক্ৰিকেট ভাল পায় নে ২০-২০?


I prefer 20-20.
মই 2০-২০ বেচি ভাল পাওঁ.


Which is your favorite team?
আপুনি ভাল পোৱা টীম কোনটো?


My favorite team is Kolkata Knight Riders.
মই ভাল পোৱা টীম কোলকাতা নাইট ৰাইডাৰ্চ.


'আপুনি ভাল পোৱা খেল কি?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
What's your favorite sport?
What be your favorite sport?
What is in your favorite sport?
Who is your favorite sport?
মই হকী চাই ভাল পাওঁ.
    • am
    • like
    • to look
    • hockey.
    • I
    • to watch
    'আপুনি ভাল পোৱ টীম কোনটো?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Which is your favorite team?
    Who is your favorite team?
    Which is your best team?
    Which is your favoritest team?
    মই ভাল পোৱা টীম.
    সংলাপ শুনক
    What do you like about KKR?
    আপুনি KKR 'ৰ বিষয়ে কি ভাল পায়?


    They have really good players in the team.
    তেওঁলোকৰ টীমত বহুত ভাল খেলুৱৈ আছে.


    My favorite team is Delhi Daredevils, I think their team is better.
    মই ভাল পোৱা টীম Delhi Daredevils হয়, মই তেওঁলোকৰ টীম শ্ৰেয় যেন পাওঁ.


    Not at all, KKR is the best.
    নহয়, KKR সবাতোকৈ ভাল.


    'আপোনাৰ তেওঁলোকৰ বিষয়ে কি ভাল লাগে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    What do you like about they?
    What do you like about themselves?
    What do you like about them?
    What do you like about their?
    মই তেওঁলোকৰ টীমৰ খেলুৱৈ ভাল পাওঁ.
    • the players
    • I
    • like
    • in there
    • team.
    • in their
    'মোৰ মতে তেওঁলোকৰ টীম শ্ৰেয়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    I think, their team is the best.
    I think, their team is more good.
    I think, their team is better.
    I think, their team is more better.
    'একদম নহয়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Not at all
    No at all
    Not all
    Not now
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    They ______
    have really good
    are have really good
    having really good
    has really good
    সংলাপ শুনক
    I think Delhi Daredevils' strategy is good.
    মোৰ মতে Delhi Daredevils 'ৰ ৰণনীতি ভাল.


    Maybe, but KKR plays better than them.
    হব পাৰে, কিন্তু KKR তেওঁলোকতকৈ ভাল খেলে.


    Did you watch the match last night?
    তুমি কালি ৰাতি খেল চাইছিলা নে?


    Yes, it was an interesting match.
    অঁ, সৌটো বহুত ৰঞ্জক খেল আছিল.


    'তেওঁলোকৰ টীমৰ ৰণনীতি ভাল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক,;
    That team's strategy is good.
    That team is strategy is good.
    That team has strategy is good.
    That team has to be strategy is good.
    'হব পাৰে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Maybe
    Should be
    Would be
    Is to be
    আপুনি কালি ৰাতি খেল চালে নেকি?
    • were
    • the match
    • last night?
    • you
    • watch
    • did
    সংলাপ শুনক
    But your favorite team lost the match yesterday.
    কিন্তু আপুনি ভাল পোৱা টীমটো কালি খেল হাৰিলে.


    Yes, I know. I am sure they will play better next time.
    অঁ, মই গম পাওঁ. কিন্তু মই বিশ্বাস কৰোঁ, তেওঁলোক অহা বাৰ ভাল খেলিব.


    Let's see!
    দেখা যাব!


    ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক. 'কিন্তু তুমি ভাল পোৱা টীমটোৱে খেল হাৰিলে.'
    But your favorite team lost the match.
    But your favorite team had lose the match.
    তেওঁলোকে অহা বাৰ ভাল খেলিব.
    • more
    • they will
    • next time.
    • better
    • second time.
    • play
    'মোৰ বিশ্বাস আছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    I am sure.
    I am surely.
    I have sure.
    I am surety.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ