To-be verb - is, am, are practice
try Again
Tip1:hello
Lesson 16
To-be verb - is, am, are practice
I=মই
am=(হয়)(অসমীয়াত উহ্য হৈ থাকে)
a=এগৰাকী
You=অাপুনি
are=(হয়)
a=এগৰাকী
সংলাপ শুনক
Hi! I am . I am a teacher. I am from . I teach English.
হাই ! মই কাপুৰ. মই এগৰাকী শিক্ষয়িত্রী. মই ৰ পৰা হয়. মই ইংৰাজী শিকাওঁ.


Good morning Miss !
সুপ্রভাত মিচ্ !


Good morning! Welcome to the parent teacher meeting.
সুপ্রভাত! অভিভাৱক-শিক্ষক বৈঠকলৈ আপোনাক স্বাগতম.


To-be verb Short form
I am I\m
We are We\re
You are You\re
They are They\re
He is He\s
She is She\s
It is It\s
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
Excuse me! ______
Is
Am
Are
Do
'হয়, মই হয়.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
Yes, I
Yes, I is
Yes, I are
Yes, I am
ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).
I ______
is
am
are
'মোৰ নাম .' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
My name am .
My name are .
My name .
My name is .
সংলাপ শুনক.
Excuse me! Are you the teacher?
ক্ষমা কৰিব, আপুনি শিক্ষয়িত্রী নেকি?


Yes I am, I am .
হয়, মই হয়. মই .


Good morning Miss ! My name is .
সুপ্রভাত মিছ্ ! মোৰ নাম .


Good Morning Mr. . Is your daughter?
সুপ্রভাত শ্রীমান . আপোনাৰ ছোৱালী (জীয়েক) নেকি?


=
is=(হয়)
my=মোৰ
ইংৰাজীলৈ অনুবাদ কৰক.
জীয়েক
ইংৰাজীলৈ অনুবাদ কৰক.
নেহা মোৰ জীয়ৰী/ ছোৱালী.
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
's bag ______
is
am
are
উপায়
This is my mother. Her name is . = এখেত মোৰ মা. তেখেতৰ নাম .
যেতিয়া অাপুনি কাৰোবাক কাৰোবাৰ লগত প্রথম বাৰৰ বাবে চিনাকি কৰায়, তেতিয়া 'this' ব্যৱহাৰ কৰিব, 'he/she' নহয়.
=
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
______
is
am
are
'সেইজনী মোৰ ছোৱালী নহয়.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
She are not my daughter.
She is not my daughter.
She am not my daughter.
She not my daughter.
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
No, She ______
is
am
are
সংলাপ শুনক
Good morning Miss ! My name is .
সুপ্রভাত মিছ্ ! মোৰ নাম .


Good Morning Mr. . Is your daughter?
সুপ্রভাত শ্রীমান . আপোনাৰ ছোৱালী (জীয়েক) নেকি??


No, is my grand daughter!
নহয়, মোৰ নাতিনী.


'মই (হয়)' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
I'am
I'm
I'm not
I are
'তাই হয়' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
She'is
She isn't
She're
She's
'তেওঁলোক হয়' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
They'are
They're
They'r
They r
'আপুনি হয়/ তুমি হয়' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
You'are
You'r
You're
You aren't
'আমি হয়.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
We're
We'r
We'are
We are not
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
The weather ______
is
am
are
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
Look there ______
is
am
are
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
I ______
is
am
are
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
and I ______
is
am
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
's bag ______
is
am
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ