Elections: নিৰ্বাচনৰ ওপৰত বাৰ্তালাপ
try Again
Tip1:hello
Lesson 170
Elections: নিৰ্বাচনৰ ওপৰত বাৰ্তালাপ
ডাইলগ শুনক
Ajay, elections are just around the corner, who will you vote for?
অজয়, নিৰ্বাচন সমীপত আছে, আপুনি কাক ভোট দিব?


I'm not sure yet.
মই এতিয়ালৈকে নিৰ্ণয় কৰা নাই.


Why? What's the confusion?
কিয়? কি আউল লাগিল?


Both the candidates look promising.
দুয়োজন প্ৰাৰ্থী ভাল যেন লাগিছে.


Around the corner.=সমীপতে
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Elections are just ______
around
close to
in
on
'আপুনি কাক ভোট দিব?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Who will you vote for?
Who are you vote for?
Who will you vote to?
Who will you give vote for?
'কি সমস্যা আছে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Who's the confusion?
What's the confusion?
What's the confucion?
What's the confusing?
দুয়োজন প্ৰাৰ্থী্যেই যোগ্য লাগিছে.
    • look promise.
    • two
    • the candidates
    • both
    • look promising.
    • are
    'মই এতিয়ালৈকে নিৰ্ণয় কৰা নাই.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    I haven't deciding yet
    I haven't decide yet
    I haven't decided yet
    I haven't decision yet
    সংলাপ শুনক
    Both? But there are not just two parties in the election.
    দুয়োটা? কিন্তু নিৰ্বাচনত মাত্ৰ দুটা দল নাই.


    For me, the promising candidates are from the ABC party and the SKP party.
    মোৰ বাবে আশাবাদী প্ৰাৰ্থী, ABC দল আৰু SKP দলৰ পৰা.


    You should also consider the work done in the past by other parties.
    বেলেগ দলৰ দ্বাৰা অতীতত কৰা কামবোৰো আপুনি বিবেচনা কৰিব লাগে.


    It's not just about the past, a chance should be given to the new parties as well.
    এইটো মাত্ৰ অতীতৰ কথা নহয়, নতুন দলেও সুযোগ পাব লাগে.


    'নিৰ্বাচনত মাত্ৰ দুটা দল নাথাকে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    There are not just two parties in the election.
    Their are not just two parties in the election.
    There is not just two parties in the election.
    There are just not two parties in the election.
    'আপুনি বেলেগ দলৰ কামবোৰো বিবেচনা কৰিব লাগে' ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
    You should also consider the work done by other parties
    You should also considering the work done by other parties
    You should also considerate the work done by other parties
    You should also consideration the work done by other parties
    নতুন দলকো সুযোগ এটা দিব লাগে.
    • would be
    • the new
    • a chance
    • parties as well.
    • given to
    • should be
    সংলাপ শুনক
    On what basis should they be given a chance?
    তেওঁলোকক কি আধাৰত এটা সুযোগ দিব লাগে?


    Their promises are not only different but also doable.
    তেওঁলোকৰ প্ৰতিশ্ৰুতি মাত্ৰ বিলগ নহয়, কিন্তু কৰা যোগ্যও হয়.


    Everyone says the same thing but it's important to make a note of the one who does it.
    প্ৰত্যেক জনে একেটা বস্তু কয়, কিন্তু এইটো দৰকাৰী যে যিজনে কৰে সেই জনৰ ওপৰত মন কৰিব লাগে.


    Who will you vote for?
    তুমি কাৰ বাবে ভোট কৰিবা?


    'তেওঁলোকক কি আধাৰত সুযোগ দিব লাগে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক. ;
    In what basis should they be given a chance?
    On what basis should they be given a chance?
    On what basis would they be given a chance?
    On what basis are they given a chance?
    'তেওঁলোকৰ প্ৰতিশ্ৰুতি অকল বেলেগেই নহয়, কিন্তু কৰিবলগীয়াও হয়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    There promises are not only different but doable.
    Their promises need not be different but doable.
    Their promises are not only different but doable.
    Their promises have to be different and doable.
    তুমি কাৰ বাবে ভোট কৰিবা?
    • for?
    • you are
    • will
    • who
    • you
    • vote
    সংলাপ শুনক
    I will vote for JKL but you still haven't told me your choice.
    মই JKL 'ৰ বাবে ভোট কৰিম কিন্তু তুমি এতিয়ালৈকে তোমাৰ পছন্দ মোক কোৱা নাই.


    I would like to vote for ABC.
    মই ABC ক ভোট দি ভাল পাম.


    Why?
    কিয়?


    Because I want a new face for the country.
    কাৰণ মোক দেশৰ বাবে এখন নতুন মুখ লাগে.


    'মই JKL 'ক ভোট দিম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    I will vote for JKL.
    I will be vote for JKL.
    I can be vote for JKL.
    I could be vote for JKL.
    মই ABC দলক ভোট দি ভাল পাম.
    • the ABC party.
    • I would
    • vote to
    • vote for
    • to
    • like
    'মোক দেশৰ বাবে এখন নতুন মুখ লাগে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    I want a new face for the country.
    I will want a new face for the country.
    I am wanting a new face for the country.
    I should want a new face for the country.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ