Making Requests: অনুৰোধ কৰা শিকক
try Again
Tip1:hello
Lesson 172
Making Requests: অনুৰোধ কৰা শিকক
ডাইলগ শুনক
I'm feeling suffocated, will you open the window for me, please?
মই শ্বাসৰুদ্ধ অনুভৱ কৰি আছোঁ, অনুগ্ৰহ কৰি আপুনি মোৰ বাবে সেই খিৰিকী খন খুলি দিব নেকি?


Sure, why don't you drink some water as well, you will feel better.
নিশ্চয়, আপুনি অলপ পানী খাই নলয় কিয়, আপুনি ভাল পাব.


Actually, I caught cold last night, my nose is blocked.
আচলতে মোৰ কালি ৰাতি পানীলগা হল, মোৰ নাক বন্ধ.


Oh, I can understand.
অহ, মই বুজিছো.


'অনুগ্ৰহ কৰি আপুনি মোৰ বাবে খিৰিকী খন খুলি দিব নেকি?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Will you please open the window for me?
Will you please opens the window for me?
Will you please opened the window for me?
Will you please opening the window for me?
'আপুনি সেই মোনাটো মোৰ ফালে সৰকাই দিব নেকি?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Will you pass me that bag, please?
Willing you pass me that bag, please?
Do you pass me that bag, please?
Will pass me that bag, please?
আপুনি পাংখা চলাই দিব নেকি?
    • the fan on?
    • switched
    • do you
    • to
    • would you
    • switch
    'আপুনি মোক বাট দেখাই দিব নেকি?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Will you show me the way?
    Will you show to me the way?
    Will you see me the way?
    Will you look me the way?
    ডাইলগ শুনক
    Will you please pass me that inhaler?
    আপুনি সেই শ্বসন যন্ত্ৰখন মোৰ ফালে সৰকাই দিব নেকি?


    Yes, of course.
    অঁ, অৱশ্য.


    Would you please pass me a tissue paper as well?
    আপুনি অনুগ্ৰহ কৰি মোৰ ফালে টিছুকাকত সৰকাই দিব নেকি?


    Sure, I would.
    অৱশ্যে, মই কৰিম.


    উপায়
    Will you/Would you = আপুনি (কৰিব) নেকি
    আনক কিবা সোধা/নিবেদন কৰা সময়ত 'would you' কোৱা বেচি সভ্য লাগে.

    'Would you' কলে যোকোনো নিবেদন আৰু অধিক বিনম্ৰ হৈ যায়.
    =
    উপায়
    =
    'Will you' informal ধৰণৰ বাবে ব্যবহাৰ কৰা হয়, ইয়াক বন্ধু সকলৰ বাবে ব্যৱহাৰ কৰিব পাৰি.
    =
    'Would you' অলপ formal আৰু সংকোচ যুক্ত হয়, ই কোনো জ্যেষ্ঠ জনৰ বাবে বা বেচি সন্মান দিবলৈও ব্যৱহাৰ কৰিব পাৰি.
    আপুনি মোৰ বাবে সেই বটল খন খুলি দিব নেকি?
    • that bottle
    • are you
    • open
    • for me?
    • could you
    • will open
    অনুগ্ৰহ কৰি আপুনি মোৰ ফালে টিছুকাকত সৰকাই দিব নেকি?
    • a tissue paper
    • to
    • me
    • pass
    • would you please
    • as well?
    ডাইলগ শুনক
    Do you smoke?
    আপুনি ধূমপান কৰে নেকি?


    No, I don't.
    নহয়, মই নকৰোঁ.


    Do you mind if I smoke?
    আপোনাৰ কিবা আপত্তি আছে নেকি যদি মই ধূমপান কৰোঁ?


    Yes, I do. It's injurious to health, please don't smoke in the house.
    হয় আছে. সেইটো স্বাস্থ্যৰ বাবে হানিকাৰক. অনুগ্ৰহ কৰি ধূমপান নকৰিব.


    Would you mind if I smoke in your balcony?
    আপোনাৰ কিবা আপত্তি আছে নেকি যদি মই আপোনাৰ বাৰান্দাত ধূমপান কৰোঁ?


    Alright, go ahead.
    ঠিক আছে, যোৱা.


    উপায়
    Do you mind?/ Would you mind? = আপোনাৰ আপত্তি আছে নেকি?
    =
    প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
    ______
    Are you mind
    Would you mind
    Don't mind
    Can you mind
    'আপোনাৰ কিবা আপত্তি আছে নেকি যদি মই আপোনাৰ বাৰান্দাত ধূমপান কৰোঁ?' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    Would you mind if I smoke in your balcony?
    Would you will mind if I smoke in your balcony?
    আপুনি গৃহ-কাৰ্যত মোক সহায় কৰিব পাৰিব নেকি?
    • with the homework?
    • help me
    • do you
    • help to me
    • could you
    • are you
    প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
    Would you like to have a ______
    Desert
    Dessert
    ডাইল'গ শুনক
    Could you tell me the time please?
    অনুগ্ৰহ কৰি আপুনি মোক সময় কিমান হৈছে কব পাৰিব নেকি?


    It's 8.
    ৮টা বাজি আছে.


    Oh no, I'm late, could you tell me the way to the railway station?
    ওহ নহয়, মোৰ দেৰী হল, আপুনি মোক ৰেলগাড়ী আস্থানলৈ ৰাস্তা কব পাৰিব নেকি?


    Couldn't you tell me before. Wait, I'll call a cab for you.
    আপুনি মোক আগতীয়াকৈ কব নোৱাৰিছিলে নেকি? ৰব, মই আপোনাৰ বাবে টেক্সি মাতি দিওঁ.


    Thank you so much, could I have my bag please?
    আপোনাৰ বহুত ধন্যবাদ, অনুগ্ৰহ কৰি আপুনি মোৰ মোনা মোক দিব পাৰিব নেকি?


    'আপুনি মোক সময় কব পাৰিব নেকি?' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Could you tell me the time please?
    Could you told me the time please?
    Could you tells me the time please?
    Could you telling me the time please?
    আপুনি মোক আগতীয়াকৈ কব নোৱাৰিছিলে নেকি?
    • later?
    • tell me
    • before?
    • tell to me
    • couldn't you
    • previous?
    আপুনি মোৰ বাবে টেক্সী এখন মাতি দিব পাৰিব নেকি?
    • for me?
    • do you
    • calling
    • could you
    • a cab
    • call
    আপুনি মোৰ বাবে সৌটো কলম লৈ আনিব নে?
    • brought that
    • bring that
    • would you
    • as well?
    • for me
    • pen
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ