Making comparisons: তুলনা কৰা শিকক
try Again
Tip1:hello
Lesson 173
Making comparisons: তুলনা কৰা শিকক
উপায়
She's as excellent a dancer as her Guru used to be. = তাই সিমানেই উৎকৃষ্ট নটিনী যিমান তাইৰ গুৰু আছিল.
She is as sharp as her father = তাই নিজৰ দেউতাৰ সমানেই বুদ্ধিমান.
'As + adjective + as' সমানতা দেখাবলৈ ব্যৱহাৰ কৰা হয়.
ই দেখায় যে দ্বিতীয় ব্যক্তিৰ গুণ/দুৰ্গুণ একেই মাত্ৰাত যিমান প্ৰথম ব্যক্তিৰ.
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
She's ______
as intelligent as
as intelligently as
intelligent as
as intelligent like
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
Your house is ______
as large as
like large as
so large as
as larger as
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
Your house is ______
not as large as
don't as large as
not as larger as
not as larger
উপায়
She looks like her father = তাই দেখিবলৈ নিজৰ দেউতাৰ নিচিনা.
She dances just like her mother = তাই একদম নিজৰ মাকৰ নিচিনা নৃত্য কৰে.
ইয়াত Like মানে 'নিচিনা'- যেতিয়া আমাৰ কোনো অভ্যাস, বা গুণ, আনৰ নিচিনা হয়, তেতিয়া আমি 'like' ব্যবহাৰ কৰোঁ.
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
The twins look just ______
liked
like
likes
as
তাই দেখিবলৈ নিজৰ ভণ্টীৰ নিচিনা.
'তাই নিজৰ মাকৰ সমান ভাল নহয়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
She's not as nicely as her mother.
She's not as nice like her mother.
She's not nice as her mother.
She's not as nice as her mother.
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
Walking is ______
less tiring than
less tiring as
less tired than
less tiring then
'তাই নিজৰ ভনীয়েকতকৈ কম অভিমানী.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
She's less arrogant than her sister.
She's less proudy than her sister.
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
The streets in Delhi were ______
as crowded as those
like crowded those
as crowd as those
as crowdy as those
উপায়
He's older than I am = তেওঁ মোতকৈ জ্যেষ্ঠ.
He's older than I বুলি কোৱা নহয়.
=
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
How old is Mr Yogi? I don't know exactly, but, he's ______
older than
old than
older
old
'আমাৰ ওচৰত একেই নিচিনা কাৰ আছে, কিন্তু তোমাৰ কাৰ খন মোতকৈ বেলেগ লাগে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
We have the same car, but yours seems different from mine.
We have the same car, but yours seems different as mine.
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
They look ______
alike
as
such as
like
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
Boxing is ______
more violent than
more violent
more violent then
উপায়
The more you learn, the more modest you become. = যিমান অধিক আপুনি শিকে সিমানেই অধিক নম্ৰ হৈ যায়.
=
The weather is=বতৰ
getting=হৈ আছে
hotter and hotter=অধিক গৰম (গৰমৰ ওপৰত গৰম)
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
The more you read, ______
the more
the most
more
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
Monika is ______
the tallest
tallest
tall
as tall as
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক
You're ______
the most
the more
more
most
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ