ভোজনৰ বিষয়ে বাৰ্তালাপ (2)
try Again
Tip1:hello
Lesson 174
ভোজনৰ বিষয়ে বাৰ্তালাপ (2)
rich food গৰিষ্ঠ খানা
greasy/oily food বেচি তেল থকা খানা
junk food এনে আহাৰ যি স্বাস্থ্যৰ বাবে বেয়া. ই বেচিভাগে বজাৰত পোৱা হয়, যেনে
healthy food স্বাস্থ্যৰ বাবে ভাল আহাৰ
unhealthy food যি আহাৰ স্বাস্থ্যৰ বাবে ভাল নহয়
savoury food লুণীয়া আহাৰ
fried food চৰ্চৰীয়া আহাৰ
ডাইলগ শুনক
I love attending parties!
মই পাৰ্টীলৈ যোৱা বৰ ভাল পাওঁ!


Me too! But the food is often rich and unhealthy.
মইও! কিন্তু তাত খানা প্ৰায় গৰিষ্ঠ আৰু স্বাস্থ্যৰ বাবে বেয়া.


I agree with that. Why can't there be healthier options at parties.
মই সহমত, পাৰ্টীত স্বাস্থ্যৰ বাবে ভাল বিকল্প (আহাৰ) কিয় নাথাকে?


Why don't we organize one? We will tell people to not bring in any fried food.
আমি এখন আয়োজন কিয় নকৰোঁ? আমি সকলোকে কম যে চৰ্চৰীয়া আহাৰ লৈ নাহে.


Great! Let's get two savoury dishes and one dessert.
বহুত বঢ়িয়া! ব'লা দুটা লুণীয়া খানা আৰু মিঠা এটা লৈ আহোঁ.


প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
This burger has too much oil. It looks really ______
healthy
unhealthy
unhealthful
unhealth
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
I have diabetes. I avoid ______
desserts
deserts
a desserts
a deserts
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
______
Fry food
Fryed food
Fried food
Fryd food
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
I always prefer a ______
healthily diet
healthy diets
healthy diet
'সি ছাত্ৰাবাসত মাত্ৰ গৰিষ্ঠ খানা খায়.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
He eats only richly food at the hostel.
He eats only rich food at the hostel.
He eats only richness food at the hostel.
He eats only wealthy food at the hostel.
'আপোনাৰ কলেস্ট্ৰল নিয়ন্ত্ৰণত ৰাখিবলৈ আপুনি ভাজা আহাৰ খাব নালাগে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
To keep your cholesterol under control, you should avoid eating fried food.
To keep your cholesterol under control, you will avoid eating fried food.
For keep your cholesterol under control, you should avoid eating fried food.
To keep your cholesterol over control, you should avoid eating fried food.
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
I don't have a sweet tooth. I prefer ______
desserts
sweet dishes
savoury dishes
savourized dishes
diet আহাৰ
vegetarian diet শাকাহাৰী আহাৰ
non-vegetarian diet আমিষ আহাৰ
liquid diet মাত্ৰ ৰস, চুৰুহা, পানী আদি লোৱা/পেয় পদাৰ্থ থকা
nutritious diet পৰিপোষক আহাৰ
low-fat diet শকত কৰা পদাৰ্থ কম থকা
low-salt diet নিমখ কম থকা
salt-free diet নিমখ নথকা
high-protein diet বেচি প্ৰ’টিন থকা
high-calorie diet বেচি কেলৰি থকা
low-calorie diet কম কেলৰি থকা
ডাইলগ শুনক
I'm on a diet these days, my stomach is upset.
মই এখন বিশেষ ধৰণৰ আহাৰ খাই আছো, মোৰ পেটৰ খৰ গ্ৰহণী.


What kind of diet?
কি ধৰণৰ বিশেষ আহাৰ?


I'm on a liquid diet.
মই পেয় আহাৰত আছো.


Oh, I went on a low-calorie diet last month.
ওহ, যোৱা মাহত মই কম কেলৰী থকা আহাৰ লৈছিলো


Why?
কিয়?


I had gained a lot of weight.
মোৰ ওজন বহুত বাঢ়ি গৈছিল.


Oh. I am considering turning to a vegetarian.
ওহ. মই শাকাহাৰী হবলৈ ভাবি আছো.


I can't become one. I am a hard core non vegetarian.
মই হব নোৱাৰি. মই শুদ্ধ আমিষাহাৰী.


আমিষাহাৰী
উপায়
=
যেতিয়াও আপুনি আনক সোধিব লাগে যদি তেওঁ শাকাহাৰী নে আমিষাহাৰী, তেনেহলে আপুনি 'vegetarian' বা 'non-vegetarian' সোধিব/লিখিব লাগে.
যেনে: Are you a vegetarian/non-vegetarian?
Are you a veg নহব?
=
to go on a diet আহাৰ পালন কৰা নিয়ম আৰম্ভ কৰা
to follow a diet কোনো বিশেষ ধৰণৰ আহাৰৰ প্ৰতিপালন কৰা
i am on a diet কোনো বিশেষ ধৰণৰ আহাৰ লোৱা
'মোৰ পেটৰ খৰ গ্ৰহণী হৈ থাকে সেই বাবে ডাক্তৰে মোক পনীয়া আহাৰ লবলৈ কৈছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
My stomach stays upset that's why the doctor asked me to follow a liquid diet.
My stomach stays upset that's why the doctor asked me to follow a low-fat diet.
My stomach stays upset that's why the doctor asked me to follow a low-salt diet.
My stomach stays upset that's why the doctor asked me to follow a watery diet.
'মোৰ ডাক্তৰ জনে মোক পৰিপোষক আহাৰ গ্ৰহণ কৰিবৈ কলে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
My doctor told me to take a nutritious diet.
My doctor told me to take a nutrition diet.
My doctor told me to take a nutritionist diet.
My doctor told me to take a neutral diet.
উপায়
Fat-free = 'শকত কৰা' পদাৰ্থ নথকা/ ফেট নথকা
=
'যদি আপুনি আপোনাৰ ওজন কম কৰিব বিচাৰে তেনেহলে কম ফেট থকা আহাৰৰ পালন কৰা.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If you want to lose weight, then follow a low fatty diet.
If you want to loose weight, then follow a low fat diet.
If you want to loose weights, then follow a low fat diet.
If you want to lose weight, then follow a low fat diet.
'সি ব্যায়াম কৰে, তাৰ বাবে বেচি প্ৰ'টিন থকা আহাৰ আৱশ্যক.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
He works out so a high-protein diet is required for him.
He works out so a high-protin diet is required for him.
He works out so a high-proteen diet is required for him.
He works out so a high-proteins diet is required for him.
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ