What do you think I should do? - ৰায় বিছৰা আৰু দিয়া শিকক
try Again
Tip1:hello
Lesson 176
What do you think I should do? - ৰায় বিছৰা আৰু দিয়া শিকক
'যেতিয়া আমি আনক পৰামৰ্শ দিব লাগে তেতিয়া বহুত ধৰণৰ বাক্য ব্যবহাৰ কৰিব পাৰি, যেনে'^~^'typefacestyle'
why dont you...? কিয়নো তুমি...?
if i were you, id... যদি মই তুমাৰ জেগাত থকা হেতেন, মই...
make sure you (dont)... মনত ৰাখিবা যে তুমি (নকৰা)...
i think you should... মোৰ মতে তুমি...
how about...? ...কেনেকুৱা হব?
it is usually a good idea to... বেচিভাগে... ভাল চিন্তন
my advice is (to)... মোৰ দিহা হল যে...
উপায়
Why don’t you quit your job? = কিয়নো তুমি তুমাৰ চাকৰী এৰি দিয়া?
Why don’t you... (কিয়নো তুমি ) -> আনক পৰামৰ্শ দিবলৈ ব্যবহাৰ কৰা হয়.
=
'কিয়নো আপুনি এক মিনিটৰ বাবে আপোনাৰ শ্বাস-প্ৰশ্বাস লোৱা থামিবলৈ চেষ্টা কৰে?' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
Why don't you try holding your breath for a minute?
Why don't you tried hold your breath for a minute?
'তুমি তাইক ফোন কিয় নকৰা?' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
Why don't you called her?
Why don't you call her?
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
Why ______
don't you gone
are you not go
don't you going
don't you go
'তুমি মোৰ লগত জগিং কৰিবলৈ কিয় নাহা?' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Why don’t you come jogging with me?
Why haven't you come jogging with me?
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
You ______
should went
should go
should gone
should sleep
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
You ______
shouldn't go
shouldn't have go
shouldn't went
shouldn't gone
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
He has a fever so he ______
should call
should called
should had calling
should calling
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
You ______
shouldn't eaten
shouldn't ate
shouldn't eat
shouldn't eating
উপায়
If I were you, I’d do some exercise = মই তুমাৰ জেগাত থাকিলে, কিবা ব্যায়াম কৰিলো হেতেন.
If I were you, I'd পৰামৰ্শ দিয়া আন এটা উপায়.
=
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
I ______
wouldn't wear
not would wear
wouldn't wore
wouldn't worn
'মই তুমাৰ জেগাত হলে মই সেই চুৱেটাৰৰ লগত হালধীয়া কাপোৰ পিন্ধিলো হেতেন.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
I'd wore yellow with that sweater if I were you.
I'd wear yellow with that sweater if I were you.
'মই তুমাৰ জেগাত থাকিলে, তাইক কলো হেতেন.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
If I were you, I would tell her.
If I were you, I would told her.
'যদি আপোনাৰ বান্ধৱীয়ে ভাৱে যে তাই শকত হৈ আছে তেনেহলে পৰামৰ্শ দিবলৈ আপুনি কব পাৰে'^~^'typefacestyle'
you should go on a diet. তুমি ডাইটিং কৰিব লাগে
you shouldn’t eat so much chocolate. তুমি ইমান বেচি চকলেট্ খাব নালাগে
you ought to drink less beer. আপুনি কম মদ খাব লাগে
why don’t you come running with me? তুমি মোৰ লগত দৌৰ মাৰিব কিয় নাহা?
how about going for a run? দৌৰ মাৰিব যাবলৈ বিষয়ে কি খেয়াল?
you’d better stop eating so much! ভাল হব যদি তুমি ইমান খোৱা বন্ধ কৰি দিয়া
'আপুনি ডাক্তৰক দেখাবলৈ ভাৱিলে নেকি?' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
Have you thought about seeing a doctor?
Have you think about seeing a doctor?
'ভাল হব যদি আপুনি নিয়মিত ৰূপে আপোনাৰ দাঁত ঘঁহে.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
You'd better brush your teeth regularly.
You'd better brushed your teeth regularly.
তাইৰ জন্মদিন উদযাপন কৰা খেয়াল ভাল হব পাৰে.
    • It might be
    • to celebrate
    • her birthday.
    • a good idea
    • to be celebrate
    • to celebrated
    প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
    ______
    If you take my advice
    If you taking my advice
    If you took my advice
    'আপুনি ব্যায়াম কৰা বিষয়ে খেয়াল কৰিলে নে?' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
    Have you thought about working out?
    Have you think about working out?
    প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
    ______
    I think you should start
    I think you should started
    I think you should start to
    I think you should starting
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ