আপোনাৰ অভিমত প্ৰকাশ কৰা শিকক: Giving opinions
try Again
Tip1:hello
Lesson 178
আপোনাৰ অভিমত প্ৰকাশ কৰা শিকক: Giving opinions
ডাইলগ শুনক
Where should we go for a vacation this year? Let's decide soon.
এই বছৰ ছুটীত কত যাব লাগে? সোনকালে নিৰ্ণয় কৰোঁ.


Well, I'd like to go somewhere warm. How about some beach?
বাৰু, মই কোনো গৰম জেগা যাব বিচাৰিছো. কোনো তটভূমিৰ বিষয়ে কি খেয়াল?


You want to go to the beach, again? Why don't we explore Europe this time?
তুমি আকৌ তটভূমিলৈ যাব বিচাৰিছা? কিয়নো আমি এই বাৰ য়োৰোপলৈ ভ্ৰমণ কৰোঁ?


Oh, we've never been to Paris before. I need to do some research first. That will help me make up my mind.
ওহ, আমি পেৰিচলৈ আগত কেতিয়াও যোৱা নাই. মই প্ৰথমতে কিছু গৱেষণা কৰা দৰকাৰ. সেইটো মোক নিজৰ মন বনাবলৈ সহায় কৰিব.


Alright. By the way, what's your opinion on smoking?
ঠিক আছে. এনে ধূমপানৰ বিষয়ে আপোনাৰ কি ৰায়?


I'm not sure. I think it is a personal choice.
মই নাজানো. মোৰ মতে এইটো এটা ব্যক্তিগত ইচ্ছা.


Would you mind if I smoke here?
যদি মই ইয়াত ধূমপান কৰোঁ, তেনেহলে আপুনি কিবা আপত্তি আছে নেকি?


No, but in my opinion, it is better to smoke outside.
নাই, কিন্তু মোৰ মতে, বাহিৰত ধূমপান কৰা ভাল হব.


প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
______
I think
I thinking
I am think
I thinks
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
______
I believes
I believe
I believing
I had believe
'মোৰ মতে, 'শোলে' এতিয়ালৈকে বনোৱা সবাতোতকৈ ভাল চিনেমা.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
In my opinion, 'Sholay' is the best movie ever made.
In my opinions, 'Sholay' is the best movie ever made.
'মোৰ মতে এইটো কৰা উচিত হব.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
I have feel that it's the right thing to do.
I feel that it's the right thing to do.
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
______
I don't feels that
I don't feel that
I don't feel this
I doesn't feel that
'মোৰ মতে এইটো কৰা উচিত নাছিল.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
From my point of view, it wasn't the right thing to do.
From mine point of view, it wasn't the right thing to do.
'ব্যক্তিগত ৰূপে, মোৰ মতে, আপোনাৰ ওপৰত নীলা অধিক ভাল লাগে.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
Personally, I think blue suits you more.
Personalized, I think blue suits you more.
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
______
I strong feel that
I strong feeling that
I strongly feel that
I have strongly feel
'বাৰু, মোৰ মতে বন্ধু সেই জন যিজনৰ লগত থাকি ভাল লাগে.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
Well, for me, a friend is someone who is fun to be with.
Well, at me, a friend is someone who is fun to be with.
'মই সম্পূৰ্ণৰূপে সন্মত. বন্ধুসকল সম্পূৰ্ণৰূপে সজ্জন হব লাগে.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
I completely agree. Friends need to be completely honest.
I complete agree. Friends need to be completely honest.
'মোৰ মতে বেঙ্কক থাকিবলৈ এটা উৎকৃষ্ট জেগা.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
I believe that Bangkok is a great place to live.
I beleive that Bangkok is a great place to live.
ডাইলগ শুনক
I'm terrible at English and I think I should do something about it. What do you advice me to do?
মই ইংৰাজীত বহুত বেয়া আৰু মোৰ মতে মই ইয়াৰ বিষয়ে কিবা কৰিব লাগে. আপুনি মোক সেইটো কৰিবলৈ কি পৰামৰ্শ দিব?


I think you should try CultureAlley's English app. It's a fantastic app for beginners.
মোৰ মতে আপুনি CultureAlley ৰ English App ব্যবহাৰ কৰা চেষ্টা কৰিব লাগে. ই আৰম্ভ কৰা জনৰ বাবে এটা উত্কৃষ্ট প্ৰয়োগ.


I've heard about it.
মই ইয়াৰ বিষয়ে শুনিছো.


You'd better start with its lessons.
ভাল হব যদি তুমি ইয়াৰ পাঠ পঢ়া আৰম্ভ কৰি দিয়া.


'মোক নালাগে যে ইয়াত পৰ্যাপ্ত মানুহ আছে, কিন্তু এইখন নগৰ সদায় ব্যস্ত আৰু ৰঞ্জক হৈ থাকে.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
I believe that there are a lot of people here, but the city is always busy and exciting.
I don't think that there are a lot of people here, but the city is always busy and exciting.
'কোনো সন্দেহ নথকাকৈ আপুনি সেই বেগটো কিনি লব লাগে.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
Without a doubt you should buy that bag.
Without a doubting you should buy that bag.
'মোৰ পূৰ্ণ বিশ্বাস আছে যে তাই আহিব.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
I'm pretty sure that she will come.
I'm pretty surely that she will come.
'মোৰ দৃঢ় বিশ্বাস আছে যে আমাৰ দল জিকিব.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
I strongly believe that our team will win.
I am believe strongly that our team will win.
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ