Possessive Adjectives - সম্বন্ধ বাচক বিশেষণ শিকক
try Again
Tip1:hello
Lesson 18
Possessive Adjectives - সম্বন্ধ বাচক বিশেষণ শিকক
This=এইখন
is=(হয়)
a=এখন
This=এইখন
is=হয়
my=মোৰ
'এইখন মোৰ গাড়ী' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
This is mine car
This is my car
This car is my
My car is that
উপায়
This is my car = এইখন মোৰ গাড়ী
My car = মোৰ গাড়ী
My গাড়ীৰ বর্ণনা কৰিছে. সেয়ে ই এটা সম্বন্ধবোধক বিশেষণ
This car is mine = এইখন গাড়ী মোৰ
Mine = মোৰ, কিন্তু এইটো সম্বন্ধবোধক বিশেষণ নহয়.

এইটো এটা সর্বনাম আৰু ই সাধাৰণতে বাক্যৰ শেষত আহে..

(This car is mine =এইখন গাড়ী মোৰ vs. This is my car = এইখন মোৰ গাড়ী).
ইংৰাজীলৈ অনুবাদ কৰা
এইখন মোৰ গাড়ী
ইংৰাজীলৈ আনুবাদ কৰক
এই কুকুৰটো আপোনাৰ নেকি?
ইংৰাজীলৈ আনুবাদ কৰক
আমাৰ
ইংৰাজীলৈ অনুবাদ কৰক
তেখেতৰ স্বামী
ইংৰাজীলৈ অনুবাদ কৰক
আপোনাৰ ভনীকেইজনী
ইংৰাজীলৈ অনুবাদ কৰক
এইটো আপোনাৰ কুকুৰ হয় নে?
ইংৰাজীলৈ অনুবাদ কৰক
আপোনাৰ কুকুৰকেইটা
এইটো মোৰ কুকুৰ নহয়
    • dog
    • is
    • not
    • my
    • this
    • has
    অডিঅ' শুনি অসমীয়াত শুদ্ধ অনুবাদ বাছক 'Your sister and my brother' ;
    আপোনাৰ ভনী আৰু মোৰ ভাইটি
    মোৰ ভনী আৰু আপোনাৰ ভাইটি
    আপোনৰ ভনী অৰু মোৰ ভাইটি
    আপোনাৰ ভনী আৰু মোৰ ভাইটি
    ইংৰাজীলৈ শুদ্ধ অনুবাদ কৰক
    আপোনাৰ ভনীহঁত
    উপায়
    আপোনাৰ = Your
    =
    Her=তাইৰ
    sister=ভনী
    is=হয়
    অডিঅ' শুনি অসমীয়ালৈ শুদ্ধ অনুবাদ কৰক 'Her sister' ;
    আপোনাৰ ভনী
    মোৰ ভনী
    তেওঁৰ ভনী
    তেওঁৰ ভনী
    'তেওঁৰ ভনীয়েক কেইজনী ধুনীয়া নহয়' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (1টা বিকল্প বাছক);
    His sisters are not pretty
    Their sisters are not pretty
    Her sister is not pretty
    his sister is not pretty
    উপযুক্ত শব্দ বাছক
    This is ______
    her
    hers
    উপযুক্ত শব্দ বাছক
    This is ______
    me
    mine
    my
    'মোৰ ভনীকেইজনীয়ে ইংৰাজী কয়' ৰ ইংৰাজীলৈ শুদ্ধ অনুবাদ বাছক. (1টা বিকল্প বাছক);
    My sister speaks English
    My sisters speaks English
    My's sisters speak English
    My sisters speak English
    ইংৰাজীলৈ অনুবাদ কৰক
    তেওঁৰ বন্ধুজনে ইংৰজী নকয়
    উপায়
    তাৰ,তাইৰ = His/ Her
    =
    উপযুক্ত শব্দ বাছক
    Your friend ______
    speak
    speaking
    speaks
    'আপোনাৰ ভনীয়ে ইংৰাজী কয় নেকি?' ৰ শুদ্ধ ইংৰাজী অনুবাদ বাছক. (1টা বিকল্প বাছক);
    Do your sister speak Japanese?
    Does your sister speak Japanese?
    Does your sister speaks Japanese?
    Does you're sister speaks Japanese?
    Our=আমাৰ
    brother=ভাইটি
    is=হয়
    ইংৰাজীলৈ অনুবাদ কৰক
    আমাৰ
    'আমাৰ ভাইটি স্মাৰ্ট হয়' ৰ ইংৰাজীলৈ শুদ্ধ অনুবাদ বাছক. (1টা বিকল্প বাছক);
    Our brother is smart
    Our brothers is smart
    My brothers are smart
    Our brothers are smart
    উপযুক্ত শব্দ বাছক
    Our brother ______
    speak
    speaking
    speaks
    উপযুক্ত শব্দ বাছক
    Our brothers ______
    speak
    speaking
    'আপোনাৰ ভাইটিয়ে জাপানীজ কয় নেকি?' ৰ শুদ্ধ ইংৰাজী অনুবাদ বাছক. (1টা বিকল্প বাছক);
    Do your brothers speaks Japanese?
    Do your brothers speak Japanese?
    Does our brothers speak Japanese?
    Does our brothers speaks Japanese?
    উপযুক্ত শব্দ বাছক
    ______
    Does
    Do
    Their=তেওঁৰ
    parents=মাতৃ-পিতৃ
    are=হয়
    from=
    উপযুক্ত শব্দ বাছক
    This is ______
    there
    their
    উপযুক্ত শব্দ বাছক
    ______
    Theirs
    Their
    উপযুক্ত শব্দ বাছক
    This ______
    are
    am
    is
    উপযুক্ত শব্দ বাছক
    ______
    Their
    They
    Them
    ইংৰাজীলৈ অনুবাদ কৰক
    আমাৰ সন্তানসকল
    উপযুক্ত শব্দ বাছক
    ______
    Her
    His
    She
    উপযুক্ত শব্দ বাছক
    ______
    Her
    His
    She
    ইংৰাজীলৈ অনুবাদ কৰক
    তেওঁৰ পত্নী
    ইংৰাজীলৈ অনুবাদ কৰক
    তেওঁৰ পতি
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ