নিজৰ আটাইতকৈ মনঃপূত movie 'ৰ কাহিনি শুনা শিকক
try Again
Tip1:hello
Lesson 184
নিজৰ আটাইতকৈ মনঃপূত movie 'ৰ কাহিনি শুনা শিকক
ডাইলগ শুনক
Hey! Have you seen any movie recently?
হেৰা, আপুনি শেহতীয়াকে কোনো চিনেমা চাইছে নেকি?


Not recently, it was a month back, I saw 'Hawaizaada'.
শেহতীয়াকে নহয়, এমাহ আগত মই হৱাইজাদা চাইছিলো.


I missed that one. How was it?
মই সৌটো এৰিলো. কেনেকুৱা আছিল?


It was good. It is based on the story of Shivkar Talpade who invented the first Indian unmanned plane.
ভাল আছিল. সেইটো শিৱকৰ তালপাড়েৰ কাহিনিৰ ওপৰত আধাৰিত, যিজনে ভাৰতৰ প্ৰথম মানুহ-নথকা বিমানৰ আবিষ্কাৰ কৰিলে.


Wow! I like movies which are inspired by real life stories.
আও! মই সেইবোৰ চিনেমা ভাল পাওঁ যিবোৰ বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত.


'আপুনি শেহতীয়াকে কোনো চিনেমা চাইছে নেকি?' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Have you seen any movie recentally?
Have you seen any movie recent?
Have you seen any movie recently?
Have you seen any movie in recent?
উপায়
Based on = 'ৰ ওপৰত আধাৰিত.
Real-life incident = বাস্তৱিক ঘটনা.
'এই চিনমাটো এখন বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
That movie is based on a real-life incident.
That movie is biased on a real-life incident.
That movie is base on a real-life incident.
That movie is basis on a real-life incident.
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
That movie is ______
inspiration by
inspired by
inspire by
inspired from
ডাইলগ শুনক
You are such a movie buff, how can you miss such an amazing movie?
আপুনি চিনেমা বহুত ভাল পায়, আপুনি ইমান ধুনীয়া চিনেমা কেনেকৈ এৰিব পাৰে?


I saw 'dolly ki doli' instead. But that's not the kind of movie I enjoy.
মই তাৰ বিকল্পে 'Dolly ki Doli' চালো. কিন্তু ই সেইবোৰ চিনেমাৰ ভিতৰত নহয় যিবোৰ মই ভাল পাওঁ.


So which is your favorite movie?
তেনেহলে আপোনাৰ মনঃপূত চিনেমা কোনটো?


My favorite movie is DDLJ.
মোৰ মনঃপূত চিনেমা DDLJ হয়.


Tell me more about it.
মোক ইয়াৰ বিষয়ে আৰো কোৱা.


''Sholay' সেইবোৰ চিনেমাৰ নিচিনা নহয় যিবোৰ মই ভাল পাম.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Sholay is not the kind of film that I would enjoy.
Sholay is not the kinds of film that I would enjoy.
Sholay is not kind of film that I would enjoy.
Sholay is not the kind of film who I would enjoy.
আপোনাৰ মনঃপূত চিনেমা কোনটো?
    • movie?
    • favorate
    • your
    • is
    • which
    • favorite
    'এই কাহিনিটো এজন যুৱা আৰু এজনী যুৱতীৰ বিষয়ে হয়.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    This storey is about a young man and a young woman.
    This story is about a young man and a young woman.
    This story is for a young man and a young woman.
    This story is by a young man and a young woman.
    'সেই দুয়োজন ভাৰতীয় মূলৰ.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Both of them are of Indian decent.
    Both of them are of Indian descent.
    Both of them are of Indian descendant.
    Both of them are on Indian decent.
    উপায়
    Born = জন্মগ্ৰহণ কৰা/ওপজা.

    He was born in India. = সি ভাৰতত জন্মগ্ৰহণ কৰা.
    Raised = ডাঙৰ কৰা/প্ৰতিপালন কৰা.

    He was born & raised in India. = সি ভাৰতত ওপজা আৰু প্ৰতিপালন হোৱা.
    'তেওঁলোক 'Britain' 'ত জন্মগ্ৰহণ কৰিছিল আৰু প্ৰতিপালন কৰা হৈছিল.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    They were borne & raised in Britain.
    They were borned & raised in Britain.
    They were born & raised in Britain.
    They were born & raise in Britain.
    'ৰাজ আৰু সিমৰন ইজনে সিজনক, এমাহ দীঘল য়ুৰোপৰ অৱকাশত লগ পায়.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Raj and Simran met each other on a month long trip to Europe.
    Raj and Simran meet each other on a month long trip to Europe.
    Raj and Simran are meeting each other on a month long trip to Europe.
    Raj and Simran have met each other on a month long trip to Europe.
    প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
    Raj ______
    play
    plays
    does
    goes
    'সিমৰনে ৰাজক সঁচা কথা কয় যে তাইৰ আঙুঠী পিন্ধোৱা আগতেই হৈ গল.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    Simran tells the truth to Raj that she is already engaged.
    Simran telling the truth to Raj that she is already engaged.
    'সেইজন তাইৰ দেউতা আছিলে যিজনে নিজৰ বন্ধুক কথা দিছিল.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    It was her father who had promised his friend.
    It was her father who is promised his friend.
    It was her father whose promised his friend.
    It was her father who will promise his friend.
    'সিমৰনে নিজৰ ল'ৰালিকালৰ বাগদত্তাক বিয়া পাতিবলৈ ভাৰতবৰ্ষলৈ ঘুৰি আহে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Simran returns to India to get married to her childhood fiance.
    Simran is returning to India to get married to her childhood fiance.
    Simran are returning to India to get married to her childhood fiance.
    Simran is returns to India to get married to her childhood fiance.
    'ৰাজে নিজৰ প্ৰেমিকাক আনিবলৈ ভাৰতলৈ ওলাই যায়.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
    Raj leaves for India to claim his lady love.
    Raj leaves for India to claiming his lady love.
    Raj leaves for India to claims his lady love.
    Raj leaves for India to claimed his lady love.
    'ৰাজে, তাইৰ দেউতাৰ বাহিৰে সকলোকে প্ৰভাৱিত কৰি দিয়ে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    Raj impresses everyone accept her father.
    Raj impresses everyone except her father.
    প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
    Raj's true identity gets ______
    revealed
    reveal
    reveals
    সিমৰনৰ দেউতায়ে তেওঁলোকৰ একেলগে ফটো দেখি লয়.
    • Simran's
    • sees
    • seeing
    • together.
    • their picture
    • father
    উপায়
    =
    Prepare to leave = যোৱা তৈয়াৰী.
    Is about to leave = যাবলৈ হৈছে.
    Decide to leave = যোৱা নিৰ্ণয়.
    =
    'ৰাজ যাবলৈ তৈয়াৰী কৰি লয়.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Raj prepares to leave.
    Raj is prepared to leave.
    Raj has to leave.
    Raj should leave.
    'যেতিয়া ৰাজ যাবলৈ ওলায় তেতিয়া সিমৰনৰ দেউতাক তেখেতৰ ভূল অনুভৱ কৰে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    When Raj is about to leave, Simran's father knows his mistake.
    When Raj is about to leave, Simran's father realizes his mistake.
    'তেখেত সিমৰনক ৰাজ'ৰ লগত যাবলৈ অনুমতি দিয়ে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক
    He allows Simran to leave with Raj
    He is allow Simran to leave with Raj
    genre ৰচনা পদ্ধতি
    action মাৰপিট থকা
    drama নাটক থকা চিনেমা
    suspense ৰহস্যজনক চিনেমা
    romance ৰোমান্তিক চিনেমা
    comedy হাস্যস্পদ চিনেমা
    thriller ৰোমাঞ্চক চিনেমা
    crime অপৰাধত আধাৰিত চিনেমা
    horror ভয়ানক চিনেমা
    উপায়
    =
    Director = নিৰ্দেশক
    Character = চিনেমাৰ সন্দৰ্ভে; পাত্ৰ
    Character is played by = পাত্ৰ ___ 'ৰ দ্বাৰা ৰূপায়ন কৰা হৈছে.
    =
    ডাইলগ শুনক
    Who are the lead actors in the movie?
    চিনেমাৰ মুখ্য অভিনেতা কোন?


    The character of Simran is played by Kajol and Raj by Shah Rukh Khan.
    সিমৰনৰ পাত্ৰ কাজলে আৰু ৰাজ'ৰ পাত্ৰ শাহৰুখ খানে ৰূপায়ন কৰিছে.


    Who is the director of DDLJ?
    DDLJ ৰ নিৰ্দেশক কোন?


    The director is Aditya chopra.
    নিৰ্দেশক হয় আদিত্য চোপড়া.


    'এইখন চিনেমাৰ নিৰ্দেশক কোন?' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Who is the director of this movie?
    Who is the direction of this movie?
    Who is the direct of this movie?
    Who is the directs of this movie?
    শুনক
    This story is about a young man and a young woman. Both of them are of Indian decent. They were born & raised in Britain.
    এইটো কাহিনী এজন যুৱক আৰু যুৱতীৰ. সেই দুয়োজন ভাৰতীয় মূলৰ. তেওঁলোক Britain 'ত জন্ম লোৱা আৰু প্ৰতিপালন কৰা হৈছিল
    Raj and Simran meet each other on a month long trip to Europe. What begins as pranks and fun and games, ends in love.
    ৰাজ আৰু সিমৰন পৰস্পৰ, এমাহ দীঘল য়ুৰোপৰ অৱকাশত লগ পাইছিলে. যাৰ আৰম্ভ কাৰচাজি, ৰং-ধেমালি আৰু খেলৰ দ্বাৰা হয় তাৰ অন্ত প্ৰেমত হয়
    Simran tells the truth to Raj that she is already engaged. She explains that it was her father who had made this promise to his friend.
    সিমৰনে ৰাজক সত্য কথা কয় যে তাইৰ আঙুঠী-পিন্ধোৱা আগতেই হৈ গল. তাই বুজায় যে তাইৰ দেউতাকে নিজৰ বন্ধুক কথা দিছিল.
    Simran returns to India to get married to her childhood fiance. Raj also leaves for India to claim her lady love.
    সিমৰন ভাৰতলৈ ঘুৰি আহে তাইৰ ল'ৰালিকালৰ বাগদত্তাক বিয়া পাতিবলৈ আৰু ৰাজ ভাৰতলৈ যাব ওলায় নিজৰ প্ৰেমিকাক ঘুৰাই লৈ আহিবলৈ.
    শুনক
    In India, Raj makes an effort and successfully impresses everyone except her father.
    ভাৰতবৰ্ষত, ৰাজে চেষ্টা কৰে আৰু সফলতাপূৰ্বক সকলোকে প্ৰভাৱিত ক্ৰি দিয়ে, তাইৰ দেউতাৰ বাহিৰে.
    Raj's true identity gets revealed when Simran's father sees their picture together.
    ৰাজ'ৰ পৰিচিতি সমক্ষে আহি যায় যেতিয়া সিমৰনৰ দেউতাকে দুয়োজনৰ একেলগে ফটো দেখি লয়.
    Raj prepares to leave but Simran's fiance comes to beat him up.
    ৰাজ যাবলৈ তৈয়াৰী কৰে কিন্তু সিমৰনৰ বাগদত্তায়ে তাক মাৰিবলৈ আহে.
    When Raj is about to leave, Simran's father realizes his mistake and allows Simran to leave with Raj.
    যেতিয়া ৰাজ যাবলৈ ওলায়, তেতিয়া সিমৰনৰ দেউতাক নিজৰ ভূলৰ অনুভৱ হয় আৰু তেওঁ সিমৰনক ৰাজ'ৰ লগত যাবলৈ অনুমতি দিয়ে.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ