Practice Adjectives
try Again
Tip1:hello
Lesson 190
Practice Adjectives
'যেতিয়া কোনোবাই তাক ৰাতিপুৱা সোনকালে উঠাই দিয়ে তেতিয়া সি বিৰক্ত হৈ যায়.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
When someone wakes him up early in the morning, he become lazy.
When someone wakes him up early in the morning, he becomes grumpy.
When someone wakes him up early in the morning, he becomes grump.
When someone wakes him up early in the morning, he becomes sad.
'ভুমিকম্পৰ পিছত স্থিতি বহুত ভয়ানক আছিল.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
The situation was very terrible after the earthquake.
The situation was very terribly after the earthquake.
The situation was very terribal after the earthquake.
The situation was very terribled after the earthquake.
'ইহঁত বিশ্বত সবাতোতকৈ মৰমীয়াল মেকুৰীৰ পোৱালী!' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
They are the most adore kittens in the world!
They are the most precious kittens in the world!
They are the most adorably kittens in the world!
They are the most adorable kittens in the world!
'ৰাম নিজৰ দলত আটাইতকৈ আক্ৰমণমূলক মানুহ.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Ram is the most aggressive guy in his group.
Ram is the most aggressively guy in his group.
Ram is the most arrogant guy in his group.
Ram is the most aggression guy in his group.
'সি এজন অভিমানী চিনেমা-তাৰকা লেখীয়া চলে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
He walks like an arrogantly movie star.
He walks like an arrogent movie star.
He walks like an arrogant movie star.
He walks like an attitude movie star.
'পাৰ্টীখন আচলতে বহুত বেয়া আছিল, যদি মই ঘৰতে থাকিলো হেতেন. ' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
The party was really awfully, I wish I'd stayed home.
The party was really awfulled, I wish I'd stayed home.
The party was really awful, I wish I'd stayed home.
The party was really interesting, I wish I'd stayed home.
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
Try to keep ______
arrogant
mad
calm
beautiful
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
He's very ______
charm
charming
charmy
charmer
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
She is very ______
clumsy
clumsey
clumsily
clumsyly
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
He was very ______
curios
curosity
curiously
curious
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
She felt ______
dizzy
dijjy
dissy
dizzling
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
His mom looks very ______
elegance
elegant
elegantly
elephant
মই এই প্ৰকল্পটোলৈ বহুত উৎসাহিত.
    • project.
    • very excited
    • very excitement
    • I am
    • very exciting
    • about this
    বাকচত বাচন আৰু চিচা আছে সেই বাবে এইটো বহুত আলসুৱা.
    • dishes and glasses
    • it's really
    • The box has
    • in it, so
    • frazile.
    • fragile.
    আমি সকলোৱে আমেৰিকালৈ অভাৱনীয় যাত্ৰাৰ আনন্দ ললো.
    • glorious trip
    • enjoyed
    • to america.
    • we
    • all
    • the
    কোনো ব্যক্তি একেবাৰে কৌতুকপূৰ্ণ নহয় কিন্তু তেওঁলোকৰ মতে তেওঁলোক বহুত প্ৰফুল্লিত আছে.
    • that they are hilarious.
    • Some people
    • but they think
    • funny at all
    • aren't
    • they are hilariously.
    ইংৰাজীলৈ অনুবাদ কৰক
    প্লাষ্টিকৰ মোনা এটা দুৰ্গন্ধৰ লগত জ্বলে.
    ইংৰাজীলৈ অনুবাদ কৰক
    তাই তাৰ আচৰণ দেখি উদ্ভ্ৰান্ত আছিল.
    ডাইলগ শুনক
    I am having such a great time! I have never been to this city before.
    মই বহুত ভাল সময় যাপন কৰি আছো. মই আগত কেতিয়াও এই চহৰলৈ অহা নাই.


    Oh yes! This city is amazing.
    অঁ! এই চহৰখন অভাৱনীয়.


    Yes. It's very beautiful.
    অঁ! ইটো বহুত সুন্দৰ.


    Look at the streets! And what pretty houses!
    আলিবাটবোৰ চোৱা! আৰু ঘৰ কিমান সুন্দৰ আছে!


    What's so special about them?
    সিবোৰৰ বিষয়ে এনে কি বিশেষ আছে?


    They all look quite similar.
    সিবোৰ দেখিবলৈ প্ৰায় একেই নিচিনা.


    Yes, but I am tired now so please don't walk fast.
    অঁ, কিন্তি মোৰ এতিয়া ভাগৰ লাগিল, তেনেহলে তুম সোনকালে খোজ নাকাঢ়িবা.


    We are already very slow, it's boring.
    আমি আগৰ পৰাই লাহে লাহে গৈ আছো. ই বহুত আমনিদায়ক.


    Let's go home now.
    ব'লা (অামি) এতিয়া ঘৰলৈ যাওঁ.


    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ