অনিবাৰ্য্য আৰু দৰকাৰ দেখুওৱা: mustn't, don't have to
try Again
Tip1:hello
Lesson 197
অনিবাৰ্য্য আৰু দৰকাৰ দেখুওৱা: mustn't, don't have to
উপায়
You mustn't smoke in the school = তুমি বিদ্যালয়ত ধূমপান কৰিব নাপায়.
আমি 'mustn't' তেতিয়া ব্যবহাৰ কৰোঁ যেতিয়া কিবা কৰিবলৈ কঠোৰ ৰূপে হাক দিয়া হয়.
=
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
You ______
must be
mustn't
must
should
উপায়
You don't have to wear a suit tonight. It isn't a formal dinner. = আপুনি আজি ৰাতি চুট পিন্ধা দৰকাৰ নাই. এইখন আনুষ্ঠানিক নৈশভোজন নহয়,
আমি 'don't have to' তেতিয়া ব্যবহাৰ কৰোঁ যেতিয়া কোনো কাৰ্য কৰা আৱশ্যক নহয়.
=
'তুমি সেইবোৰ জন্তু ছুব নালাগে. ইবোৰ শংকাকুল হয়.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
You mustn't touch those animals. They're dangerous.
You don't have to touch those animals. They're dangerous.
'আমি সেইবোৰ গিলাচ ধোৱা দৰকাৰ নাই, কাৰণ সেইবোৰ চফা আছে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
We mustn't wash those glasses because they're clean.
We don't have to wash those glasses because they're clean.
'মই নেহাক ফোন কৰা পাহৰিব নালাগে, তাইৰ জন্মদিন আছে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I mustn't forget to call Neha up. It's her birthday.
I don't have to forget to call Neha up. It's her birthday.
'আপুনি আজি ৰাতি ভোজন ৰন্ধা দৰকাৰ নাই কাৰণ আমি বাহিৰত খাবলৈ গৈ আছো.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
You mustn't have to cook dinner today since we're eating out.
You don't have to cook dinner today since we're eating out.
'এইটো নিষিদ্ধ. তুমি এনেকে কৰিব নালাগে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
It is forbidden. You must not do that.
It is forbidden. You don't have to do that.
'আপুনি মোৰ পৰা অনুমতি লোৱা দৰকাৰ নাই. আপুনি যি বিছাৰে সেইটো কৰিব পাৰে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
You mustn't ask for my permission. You can do whatever you want.
You don't have to ask for my permission. You can do whatever you want.
'আপুনি চলি থকা বাচত চালকজনৰ লগত কথা পাতিব নালাগে. এইটো বিপদজনক.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
You must not speak to the driver while the bus is moving. It's dangerous.
You don't have to speak to the driver while the bus is moving. It's dangerous.
'আপোনাক যি লাগে সেইটো লৈ লওক. আপুনি সোধিব দৰকাৰ নাই.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
You can take whatever you like. You don't have to ask.
You can take whatever you like. You are not need to ask.
'এইটো ঐচ্ছিক হয়. যদি আমি কৰিব নিবিছাৰোঁ তেনেহলে আমি সেইটো কৰিব দৰকাৰ নাই.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
It's optional. We don't have to do it if we don't want to.
It's optional. We mustn't do it if we don't want to.
'মই তুমাক গোপনীয় কথা এটা কম. কিন্তু, তুমি আন কোনোজনক কব নোৱাৰা. ' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I'll tell you a secret. But, you mustn't tell anybody else.
I'll tell you a secret. But, you mustn't told anybody else.
'সময়ত আহিব. আপুনি দেৰী কৰিব নালাগে নহলে আমি আপোনাক এৰি থৈ গুচি যাম.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Be on time. You must not be late or we will leave without you.
Be on time. You don't have to be late or we will leave without you.
'মই শনিবাৰ ভাল পাওঁ কাৰণ মই কামত যাবলৈ দৰকাৰ নাই.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I like Saturdays because I don't have to go to work.
I like Saturdays because I must not go to work.
'এইটো বহুত গুৰুত্বপূৰ্ণ. মই যি কলো সেইটো তুমি পাহৰিব নালাগে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
This is very important. You must not forget what I said.
This is very important. You must not forgot what I said.
'ৰেলগাড়ীখন চিধা তাত ৰখিব. আপুনি ৰেলগাড়ী বদলি কৰিব নালাগে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
The train will directly stop there. You don't have to change trains.
The train will directly stop there. You does not have to change trains.
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ