বিকল্প আৰু প্ৰাথমিকতা দেখুওৱা
try Again
Tip1:hello
Lesson 204
বিকল্প আৰু প্ৰাথমিকতা দেখুওৱা
উপায়
What would you like to have? I'd like to have tea, please. = আপুনি কি লব পছন্দ কৰিব? মই চাহ ভাল পাম.
'What' তেতিয়া ব্যৱহাৰ কৰা হয়, যেতিয়া যিকোনো উত্তৰ হব পাৰে.
Which Mukherji do you mean? We have two Mukherjis here. = আপুনি কোনজন মুখাৰ্জীৰ কথা কৈছে? আমাৰ ইয়াত দুজন Mukherji আছে.
'Which' ব্যক্তি আৰু বিশেষ্য দুয়োটাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ই এটা নিশ্চিত বিকল্পৰ পৰা কোনো এটাৰ বাবে সোধা হয়.
Which=কোনটো
do you=আপুনি
prefer=ভাল পায়
'এই ফটোখনত আপোনাৰ মনঃপূত শিক্ষক কোন জন?' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Which is your favorite teacher in this photograph?
What is your favorite teacher in this photograph?
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Which
Who
What
Where
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Who
Which
When
Where
উপায়
Take whichever you like best. = আপুনি যিটো আটাইতকৈ ভাল পায়, লৈ লওঁক.
'Whichever' মানে - যিকোনো.
Which hotel would you prefer to stay in? Whichever, it doesn't matter to me. = আপুনি কোনখন হোটেলত থাকি ভাল পাব? যিকোনো, মোৰ চিন্তা নাই.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Which
What
Where
Who
'এই বছৰৰ আটাইতকৈ ভাল চিনেমা কোনখন?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Which is the best film of this year?
Which will be the best film of this year?
Who is the best film of this year?
What is the best film of this year?
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Which of
Which
What
Who
আপোনালোকৰ ভিতৰত শ্ৰীমান যোগীৰ পুতেক কোন জন?
    • which
    • you
    • son?
    • of
    • is
    • Mr.Yogi's
    উপায়
    When's your flight? = আপোনাৰ বিমান কেইটা বজাত?
    'When' সময়ৰ বিষয়ে সোধ-পোছ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি.
    When's your birthday? = আপোনাৰ জন্মদিন কেতিয়া?
    'আমি কোনটো মাহত তোমাৰ পদোন্নতিৰ উৎসৱ পাতিম? ' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    In which month are we celebrating your promotion?
    In when month are we celebrating your promotion?
    উপায়
    I would rather sit for a while! = মই অলপ দেৰি বহি ভাল পাম!
    'Would rather' পচন্দ অভিব্যক্ত কৰিবলৈও কৰা হয়.
    I don't want to go for a walk, I'd rather take some photographs = মই ফুৰিবলৈ নাযাওঁ তাতকৈ মই কেইখন মান ফটো তুলিব ভাল পাম.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I ______
    would rather
    is rather
    was rather
    am rather
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I ______
    would rather
    rather
    was
    wish
    Shall=নেকি
    I=মই
    open=খুলি দিওঁ
    উপায়
    It's rather cold today = আজি অলপ বেছি ঠাণ্ডা আছে.
    The film was rather boring = চিনেমাখন অলপ বেছি নিৰস আছিল.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    She was ______
    would
    rather
    rathar
    many
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ