Phone 'ত বৰ্তালাপ: Comparative and Superlative Adjectives
try Again
Tip1:hello
Lesson 205
Phone 'ত বৰ্তালাপ: Comparative and Superlative Adjectives
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Samsung phones are ______
easier
more easy
more ease
easyier
'আপুনি গম পায় নে যে এই ফোনৰ আটাইতকৈ বেয়া কথা কি?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Do you know what is the baddest thing about this phone?
Do you know what is the worst thing about this phone?
Do you know what is the worse thing about this phone?
Do you know what is the very bad thing about this phone?
উপায়
=
Superlatives 'ৰ আগত সদায় 'the/ the most' ব্যৱহাৰ কৰা হয়.
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
It is the ______
slimmest
most slim
slimmer
slimmiest
ডাইলগ শুনক
I just bought a Micromax phone.
মই এইমাত্ৰ এটা Mocromax ৰ ফোন কিনিলো.


How's it?
সেইটো কেনেকুৱা?


It has a wider screen than most of the phones.
তাৰ screen বেছিভাগ ফোনতকৈ বহল.


But my phone's screen is the widest.
কিন্তু মোৰ ফোনৰ screen সকলোতকৈ বহল.


'তুমি এই পুৰণা ফোনটো কিয় ব্যৱহাৰ কৰি আছা?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Why are you using this oldest phone?
Why are you using this older phone?
Why are you using this old phone?
Why are you using this oldie phone?
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
The phone I want to buy is ______
very expensive
very expansive
very expense
very expanse
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
iPhone is more expensive ______
then
than
from
for
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Ram's phone is ______
more cheap
cheaper
cheapest
cheeper
'মই আটাইতকৈ নতুন ফোন কিনিব যাওঁ' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I am going to buy the latest phone.
I am going to buy the later phone.
I am going to buy the most latest phone.
I am going to buy most latest phone.
ডাইলগ শুনক
My phone has a 13 megapixel camera.
মোৰ ফোনত ১৩ মেগাপিক্সেল কেমেৰা আছে.


It looks slim and expensive.
ই বহুত পাতল আৰু দামী যেন পাইছো.


No, it is very cheap and the design is so classy.
নহয়, ই বহুত সস্তীয়া হয় আৰু ৰূপাঙ্কণ বহুত উচ্চস্তৰীয়.


I will buy a new phone next month.
মই অহা মাহত এটা নতুন ফোন কিনিম.


Buy the same model. It is better than the other phones.
একেটা মডেল কিনিবা. ই বেলেগ ফোনতকৈ বহু ভাল.


প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
The screen of the new phones is getting ______
big & big
bigger & bigger
biggest & biggest
more big & more big
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
iPhone is getting ______
more & less expensive
more & more expensive
most & most expensive
more & most expensive
উপায়
=
যেতিয়া আমি এই কথাটি জনাব লাগে যে এটা বস্তু আন এটা বস্তুৰ ওপৰত নিৰ্ভৰশীল, তেনেহলে 'comparative adjectives' ব্যৱহাৰ কৰা হয়.
=
When you buy a classier phone, it is more expensive.
The classier the phone, the more expensive it is.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
The brighter the screen, the ______
better
best
more best
gooder
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
The older the phone, the ______
cheap
cheaper
cheapest
most cheap
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
My phone's processor is ______
more slow
slow
slower
the slowest
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Gionee phones are ______
the cheapest
the cheap
the cheaper
most cheap
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Micromax phones are ______
the most easier
the most easy
the most easiest
the easiest
উপায়
=
Comparative 'ত 'more' আৰু 'less' ব্যৱহাৰ কৰা হয়.
=
Superlative 'ত 'more' আৰু 'less' ব্যৱহাৰ কৰা হয়.
ডাইলগ শুনক
Gionee phones are the least expensive among all phones.
Gionee ৰ ফোন সব ফোনৰ ভিতৰত আটাইতকৈ কম দামী.


I think Micromax is less expensive than Gionee.
মোৰ মতে Micromax ৰ ফোন Gioneeতকৈ কম দামী.


=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ