Business report লিখা শিকক
try Again
Tip1:hello
Lesson 211
Business report লিখা শিকক
'মানুহে বৃহৎ মাত্ৰাত কলা প্ৰদৰ্শনীত ভাগ ললে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
A huge number of people participated at the art exhibition.
A huge numbers of people participated at the art exhibition.
A huge number of people are participated at the art exhibition.
A huge number of people did participated at the art exhibition.
'এইটো তিনি দিনৰ কলা প্ৰদৰ্শনী আছিলে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
It was a three-day artist exhibition.
It has to be a three-day art exhibition.
It was a three-day art exhibition.
It was a three-day art exhibission.
'তাত বহু অধিক দোকান আছিলে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
There were a lot of stoles there.
There were a lot of stalls there.
Their were a lot of stalls there.
There were a lot of stawls there.
'যোৱা বছৰৰ প্ৰতিযোগিতাত ২৫% 'তকৈ বেছি পৰ্যটক আহিছিলে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
As compared to last year there be 25% more visitors.
As compared to last year there were 25% many visitors.
As compared to last year there were 25% larger visitors.
As compared to last year there were 25% more visitors.
'আমি বহুত জ্ঞান প্ৰাপ্ত কৰিলো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
We gained a lots of information.
We had a lot of information.
We will gain a lot of information.
We gained a lot of information.
'আমি ব্যৱসায়ৰ সম্ভাৱনাবোৰৰ বিষয়ে গম পালো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
We got to know about the business prospects.
We know about the business prospects.
We got to know about the business prospective.
We got knowing about the business prospects.
উপায়
Brochure = 1-2 বা অধিক পৃষ্ঠৰ এখন কিতাপ, যত কোম্পানীৰ বিষয়ে সকলো বা-বাতৰি দিয়া আছে.
=
'আমি বহুত brochure সংগ্ৰহ কৰিলো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
We collected a lot of brochures.
We collected many of brochures.
We collects a lot of brochures.
We are collecting a lot of brochures.
'সকলো দোকান সৃষ্টিমূলক লাগি আছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Every stall is creative.
Every stall has a creative look.
Every stall was looking creative.
Every stall has been creative.
'বহুত ভাল অনুভৱ থাকিল!' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
It was a good experience!
It could have been a good experience!
It will be a good experience!
It is a good experience!
'আমি সাকাৰাত্মক সহাঁৰি পালো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
We required positive feedback.
We received positive feedback.
We had positive feedback.
We have positive feedback.
'বেচি ভাগ দোকানৰ ভাল আৰ্জন হল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
More of the stalls earned well.
Most of the stalls are earning well.
Most of the stalls earned well.
Few of the stalls earned well.
ডাইলগ শুনক
The participation at Jawahar Kala Kendra's Art Exhibition was enormous. It was a three-day exhibition that happens every year.
জৱাহৰ কলা কেন্দ্ৰৰ কলা প্ৰদৰ্শনীত মানুহে ডাঙৰ মাত্ৰাত ভাগ ললে. এইখন তিনি দিনৰ প্ৰদৰ্শনী হয় আৰু প্ৰত্যেক বছৰ হয়.


That's nice! What all did you see there?
সেইটো ভাল, তুমি তাত কি দেখিলা?


There were shawls from Kashmir, Handicrafts and Blue Pottery from Rajasthan, Bamboo furniture from North-East, Jute items from Bengal and much more.
কাশ্মীৰৰ আলোৱান, ৰাজস্থানৰ নীলা মৃন্ময়শিল্প আৰু হস্তশিল্প, উত্তৰ-পূৰ্বৰ বাঁহৰ আচবাবপত্ৰ, বঙ্গালৰ পৰা মৰাপাটৰ বস্তু আৰু বহুত কিবা কিবি,


How many visitors were there?
তাত কেইজন পৰ্যটক আছিল?


The headcount of visitors was 25% more than the last year. We also gained a lot of information about the business prospects and collected a lot of brochures for future reference.
পৰ্যটকৰ সংখ্যা যোৱা বছৰৰ তুলনাত ২৫% অধিক আছিল. আমিও ব্যৱসায়ৰ সম্ভাৱনাৰ বিষয়ে গম পালো আৰু ভৱিষ্যৰ সন্দৰ্ভৰ বাবে আমি কাগজ-পাতি সংগ্ৰহ কৰিলো.


How was your experience?
তুমাৰ অনুভৱ কেনেকুৱা আছিল?


Every stall was put up in a creative way and it was an enriching experience.
প্ৰত্যেক দোকান এটা সৃষ্টিমূলক ধৰণেৰে লগোৱা হৈছিল আৰু ই এটা সমৃদ্ধ অনুভৱ আছিল.


ডাইলগ শুনক
Several visitors enquired about the products in detail and gave a positive feedback.
কেইজন মান পৰ্যটক সকলে উৎপাদনৰ বিষয়ে বিস্তৃতভাৱে সোধ-পোছ কৰিলে আৰু সাকাৰাত্মক সহাঁৰি দিলে.


That's nice! How was the response?
সৌটো ভাল, প্ৰতিক্ৰিয়া কনেকুৱা আছিল?


The response was great and most of the stalls made good profit.
প্ৰতিক্ৰিয়া ভাল আছিল আৰু বেছি ভাগ দোকানৰ ভাল আৰ্জন হল.


=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ