Say vs. Tell
try Again
Tip1:hello
Lesson 212
Say vs. Tell
উপায়
I told Priya that I was tired = মই প্ৰিয়াক কলো যে মই ভাগৰুৱা হৈ আছিলো.
Tell + Somebody

আমি 'tell' তেতিয়া ব্যৱহাৰ কৰোঁ, যেতিয়া সেই ব্যক্তি জনক উল্লেখ কৰোঁ, যিজনক আমি কথা কৈছিলো.
She said she was tired = তাই কলে যে তাই ভাগৰুৱা হৈ থকা আছিল.
'Said' = কোৱা, ইয়াত এইটো জনোৱা হোৱা নাই যে কাক কোৱা হৈছে.
আপুনি কিবা কয় = say আপুনি কাৰোবাক কিবা জনায়/কয় = tell
ram said that he was tired. ram told sheela that he was tired.
anil says you have a new job. anil tells me, you have a new job.
tara said, i love mohan tara told mohan that she loved him.
she said, hello, i am your guide. she told us that she was our guide
she said that she was our guide she told us that she was our guide
he said that he had to leave he told everybody that he had to leave.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She ______
tell
told
telling
said
উপায়
He said he was going home = সি কলে যে সি ঘৰলৈ গৈ আছিল.
Say something
আমি 'say' তেতিয়া ব্যবহাৰ কৰোঁ যেতিয়া আমি কিবা কওঁ. কিন্তু 'যিজনক' কওঁ সেইজনৰ উল্লেখ নাথাকে.
=
উপায়
Tell a story = এটা কাহিনি কোৱা.
আমি 'tell' 'ৰ পিছত 'to' ব্যৱহাৰ নকৰোঁ.
কেইটামান 'ভাৱ' কোৱা সময়ত, আমি 'tell' কোনো ব্যক্তি নথকা হলেও ব্যৱহাৰ কৰিব পাৰি.
E.g. Tell a lie, tell the truth, tell a story.
Tell the truth = সঁচা কোৱা.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Can you ______
say
said
says
say to
উপায়
I said to her that I was going home = মই তাইক কলো যে মই ঘৰলৈ গৈ আছোঁ.

কেতিয়াবা যদি আমি, যিজনক কথা কোৱা হৈছে, সেইজনক উল্লেখ কৰিব বিছাৰিছো, তেতিয়া আমি 'said' 'ৰ পিছত 'to' ব্যৱহাৰ কৰিব পাৰি.

কিন্তু এনেবোৰ বাক্যত 'told' ব্যৱহাৰ কৰা ভাল হব.
\'I told her that I was going home\'.
I told her that I was going home = মই তাইক কলো যে মই ঘৰলৈ গৈ আছোঁ.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
The teacher wanted to ______
say
tell
told
said
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Did you ______
say
tell
'পৰিচালকে আমাক নতুন প্ৰকল্পটোৰ বিষয়ে জনাব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
The manager is going to tell us about the new project.
The manager is going to say us about the new project.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
They ______
said
told
said to
tell
'তুমি কি ক'লা?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
What did you tell?
What did you say?
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
What did mom ______
say
tell
সি কয় যে সি বহুত বেগেৰে সাঁতোৰিব পাৰে.
    • very fast.
    • he
    • says
    • he can
    • swim
    • tell
    'সি মোক কলে যে সি মুম্বাইলৈ গৈ আছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    He told me that he was going to Mumbai.
    He told to me that he was going to Mumbai.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    He ______
    told
    said
    tell
    say
    'নেহায়ে তাইক কলে \'মই আশা কৰোঁ আপুনি সোনকালে আহে.\'' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    Neha said to her, \'I hope you come soon.\'
    Neha told to her, \'I hope you come soon.\'
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I'd like to sleep, she ______
    said
    told
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    She ______
    said
    told
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    They ______
    told
    said
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ