Quantifiers: Each, every
try Again
Tip1:hello
Lesson 216
Quantifiers: Each, every
উপায়
She was wearing a ring on each finger = তাই প্ৰত্যেক আঙুলিত আঙুঠি পিন্ধি থকা আছিল.
She calls me every day = তাই মোক সদায় ফোন কৰে.

Each আৰু every দুয়োটাৰ, ঠিক পিছত singular noun ব্যৱহাৰ কৰা হয়. দুয়োটাৰ অৰ্থ প্ৰায় সমান. কিন্তু মনত ৰাখিব যে, যদি দুটা বস্তু/দুজন ব্যক্তিৰ ফালে ইঙ্গিত কৰে, তেতিয়া 'each' ব্যৱহাৰ কৰক.
উপায়
=
কেতিয়াবা আমি 'each' আৰু 'every' সমান অৰ্থৰ বাবেও ব্যৱহাৰ কৰোঁ.
=
যেতিয়া কক্তায়ে প্ৰত্যেক ব্যক্তিৰ বিষয়ে কয় তেতিয়া 'each' আৰু সমূহৰ বিষয়ে কোৱা হলে 'every' ব্যৱহাৰ কৰা হয়.

Each boy was given the school uniform (ইয়াত প্ৰত্যেক (এজন) ল'ৰাৰ বিষয়ে চৰ্চা কৰা হৈছে.)

Every boy was given the same school uniform (ইয়াত গোটেই সমূহৰ বিষয়ে চৰ্চা কৰা হৈছে.)
উপায়
Each of us has different views = আমাৰ ভিতৰত থকা প্ৰত্যেক জনৰ বেলেগ বেলেগ অভিমত.
'Each' 'ৰ পিছত বহুবচন বিশেষ্যও আহিব পাৰে, কিন্তু ইয়াৰ ব্যৱহাৰ 'of' + 'determiner' বা সৰ্বনামৰ লগত কৰিব লাগে আৰু ক্ৰিয়াৰ একবচন ৰূপেই ব্যৱহাৰ কৰা হব.
I will never manage to talk to each of my employees = মই প্ৰত্যেক কৰ্মচাৰী লগত কেতিয়াও কথা পাতিব নোৱাৰি.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Does ______
each
every
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Last year ______
both
every
all
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She seems to be getting prettier ______
all
each
single
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She was wearing beautiful bracelets on ______
each
all
every
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Each
Every
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Almost ______
each
every
both
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
The Olympic games are held ______
each
every
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
In a game of tennis there are two or four players. ______
Each
All
Both
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Sarah plays volleyball ______
all
every
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I tried to call her two or three times, but ______
all
each
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Neha has read ______
all
every
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Our football team is playing well. We've won ______
each
every
all
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
There are six apartments in this building. ______
Every
Each
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I understood most of what they said but not ______
each
every
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
The book is divided in five parts and ______
both
every
each
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
There's a train to London ______
each
every
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ