Making plurals বহুবচন বনোৱা): Using -ves
try Again
Tip1:hello
Lesson 217
Making plurals বহুবচন বনোৱা): Using -ves
উপায়
Singular: The cow gave birth to a calf = গৰুৱে এটা পোৱালি জন্ম দিলে.
বেছি ভাগ বিশেষ্যত '-s/-es' যোগ দি বহুবচন বনোৱা হয়, কিন্তু কেইটামান বিশেষ্য অনিয়মিত ভাৱে বহুবচন হৈ থাকে.
এনে অনিয়মিত বিশেষ্য শব্দৰ শেষত '-f' আৰু '-fe' ব্যবহাৰ কৰা হয় আৰু এইবোৰৰ বহুবচন ৰূপ বনাবলৈ হলে '-f' আৰু '-fe' আঁতৰাই শেষত '-ves' লগোৱা হয়.
Plural: Cows give their calves milk every morning = গৰুৱে নিজৰ পোৱালিক প্ৰতিদিন ৰাতিপুৱা গাখীৰ দিয়ে.
মনত ৰাখিব যে সকলো '-f' বা '-fe' শেষত থকা বিশেষ্যৰ বহুবচন এনে (-ves লগাই) বনোৱা নহয়, কিছুমানত '-s' লগোৱা হয়.
উপায়
=
'-Ves' পদ্ধতি, প্ৰত্যেক বাৰে ব্যৱহাৰ কৰা নহয়.
=
যেনে এইবোৰ শব্দৰ বহুবচন '-s' লগাই বনোৱা হয়:

Cliff - Cliffs
Sniff - Sniffs
Roof - Roofs
Chief - Chiefs.

এইবোৰ শব্দৰ বহুবচন '-s/-ves' দুয়োটাৰ মাজত যিকোনো লগাই বনোৱা হয়:
Scraf - Scarfs, Scarves
Dwarf - Dwarfs (common), Dwarves.
Singular Plural
Calf Calves
Scarf Scarfs/Scarves
Half Halves
Dwarf Dwarfs/Dwarves
Knife Knives
Leaf Leaves
Life Lives
Loaf Loaves
Self Selves
Shelf Shelves
Thief Thieves
Wife Wives
Wolf Wolves
'Scarf' ৰ বহুবচন ৰূপ চয়ন কৰক.
Scarves
Scarfes
'Half' ৰ বহুবচন ৰূপ চয়ন কৰক.
Halfs
Halves
'Dwarf' ৰ বহুবচন ৰূপ চয়ন কৰক.
Dwarfs
Dwarfes
'Knife' ৰ বহুবচন ৰূপ চয়ন কৰক.
Knives
Knifes
'Leaf' 'ৰ বহুবচন ৰূপ চয়ন কৰক.
Leafs
Leaves
'Life' 'ৰ বহুবচন ৰূপ চয়ন কৰক.
Lives
Lifes
'Loaf' 'ৰ বহুবচন ৰূপ চয়ন কৰক.
Loafs
Loaves
'Self' 'ৰ বহুবচন ৰূপ চয়ন কৰক.
Selfs
Selves
'Shelf' 'ৰ বহুবচন ৰূপ চয়ন কৰক.
Shelves
Shelfs
'Thief' 'ৰ বহুবচন ৰূপ চয়ন কৰক.
Thieves
Thiefs
'Wife' 'ৰ বহুবচন ৰূপ চয়ন কৰক.
Wifes
Wives
'Wolf' 'ৰ বহুবচন ৰূপ চয়ন কৰক.
Wolves
Wolfs
'Roof' 'ৰ বহুবচন ৰূপ চয়ন কৰক.
Roofs
Rooves
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ