Future Tense practice: A telephone conversation
try Again
Tip1:hello
Lesson 220
Future Tense practice: A telephone conversation
ডাইলগ শুনক
Will you be home this evening, Neha?
নেহা, আপুনি আজি গধূলি ঘৰতে থাকিব নে?


Well, I'm working late. I don't think I will finish until after 9 PM, so I will not be home until pretty late.
মই আজি দেৰিলৈকে কাম কৰিম. মই ৯:০০ বজালৈকে কাম শেষ কৰিব পাৰি যেন লগা নাই, সেয়েহে মই বহুত দেৰিলৈকে ঘৰলৈ আহি নাপাওঁ.


Oh, I see. What about tomorrow? Will you be free for lunch.
অহ, মই বুজিলো. আৰু কালি (ৰ বিষয়ে)? আপুনি দুপৰীয়া ভোজন কৰিবলৈ খালী আছে নে?


No, I'm afraid, I will be in a meeting at lunchtime.
নাই, মোৰ মতে, মই দুপৰীয়া ভোজনৰ সময়ত এখন বৈঠকত থাকিম.


What time do you think the meeting will end?
আপুনি কি ভাবে, আপোনাৰ বৈঠক কেইটা বজাত শেষ হব?


I'm not sure, but it probably will not finish before 2 PM.
মই সঠিক গম নাপাওঁ, কিন্তু বৈঠক হয়তো ২:০০ বজাৰ আগত শেষ নহয়.


প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
will meet you
will met you
will meeting you
was meet you
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
What time do you think the ______
meeting is end
meeting will end
meeting was end
meeting will ending
ডাইলগ শুনক
By what time will you get free tomorrow?
আপুনি কাইলে কেইটা বজাত খালী হৈ যাব?


I will be free by 6 PM.
মই ৬টা বজাত খালী হৈ যাম.


All right. I will meet at your office at 6 PM, then.
ঠিক আছে. তেন্তে মই ৬টা বজাত তোমাৰ কাৰ্যালয়ত লগ পাম.


'ট্ৰেন কাইলে ১১:৪৫টাত ওলাব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
The train will leave at 11:45 tomorrow.
The train will be leave at 11:45 tomorrow.
'আমি শনিবাৰে ভাল ৰেষ্টোৰাঁ এখনত খানা খাবলৈ গৈ আছোঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
We are going to have dinner at a nice restaurant on Saturday.
We are go to have dinner at a nice restaurant on Saturday.
'বতৰ চোৱা, আজি বৰফ পৰিব যেন পাইছো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Look at the weather. Looks like it is going to snowing today.
Look at the weather. Looks like it is going to snow today.
তুমি আজি গধূলি ঘৰতে থাকিবা নে?
    • will
    • this
    • you
    • home
    • evening?
    • be
    'মই গধূলি ৬টা বজাত খালী হৈ যাম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    I will be free by 6 in the evening.
    I will be freeing by 6 in the evening.
    'মোৰ কাম ২টা বজাৰ আগত শেষ নহব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    My work will not finish before 2 PM.
    My work will not finished before 2 PM.
    'তেওঁলোকে শুক্ৰবাৰে সন্ধিয়া লণ্ডনলৈ উৰা মাৰিছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    They do flying to London on Friday evening.
    They are flying to London on Friday evening.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I ______
    am going to visit
    am going to visited
    am go to visit
    is going to visit
    'কিছু সময়ত বৰষুণ হব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    It is going to rain in a few minutes.
    It is go to rain in a few minutes.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Wait! I ______
    will driving
    will drive
    will drove
    will be drive
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ