এশ বছৰৰ পিছত - Future Perfect Tense
try Again
Tip1:hello
Lesson 224
এশ বছৰৰ পিছত - Future Perfect Tense
ডাইলগ শুনক
The world's population is increasing day by day.
বিশ্বৰ জনসংখ্যা দিনে প্ৰতিদিন বাঢ়ি গৈ আছে.


Yes and by 2100, the world's population will have increased to around 30 Billion.
অঁ, আৰু ২১০০ লৈকে বিশ্বৰ জনসংখ্যা প্ৰায় ৩০০০ কোটিলৈকে বাঢ়ি যাব.


উপায়
By the year 2100, the world's population will have increased to around 30 Billion = চন ২১০০ লৈকে বিশ্বৰ জনসংখ্যা প্ৰায় ৩০০০ কৌটিলৈকে বাঢ়ি যাব.
Future perfect tense তেতিয়া ব্যবহাৰ কৰা হয় যেতিয়া কোনো বস্তু ভৱিষ্যৰ এটা সময়ত শেষ হৈ থকা হয়.
=
Future perfect tense 'ত প্ৰায় 'by' বা 'by then' ব্যৱহাৰ কৰা হয়.
'বছৰ ২১০০ লৈকে বিশ্বৰ জনসংখ্যা প্ৰায় ৩,০০০ কৌটিলৈকে বাঢ়ি যাব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
By the year 2100, the world's population will be increase to around 30 Billion.
By the year 2100, the world's population have will increased to around 30 Billion.
By the year 2100, the world's population will have increased to around 30 Billion.
By the year 2100, the world's population is increasing to around 30 Billion.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Life ______
will have become
is become
has become
will has become
'বছৰ ২০২০ লৈকে, আজিকালি মানুহে কৰা কামৰ জেগা কম্পিউটাৰে লৈ লব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
By the year 2020, computers will taken over many of the jobs that people do today.
By the year 2020, computers have to be taken over many of the jobs that people do today.
By the year 2020, computers are taken over many of the jobs that people do today.
By the year 2020, computers will have taken over many of the jobs that people do today.
ডাইলগ শুনক
By the year 2020, computers will have taken over many of the jobs that people do today.
বছৰ ২০২০ লৈকে, আজিকালি মানুহে কৰা কামৰ জেগা কম্পিউটাৰে লৈ লব.


Life will have become more automated by then.
তেতিয়ালৈকে জীৱন আৰু স্বচালিত হৈ থাকিব.


প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
By the year 2030, the Earth's supplies of oil, coal, and gas ______
have been run out
will have run out
has run out
will have ran out
'বছৰ ২০৩০ লৈকে বৈজ্ঞানিক ওজঃৰ বেলেগ সৃষ্টিমূলক বিছাৰি লব নে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
Will scientists have found other sources of energy by the year 2030?
Will scientists are found other sources of energy by the year 2030?
Will scientists have find other sources of energy by the year 2030?
Have scientists found other sources of energy by the year 2030?
ডাইলগ শুনক
Will scientists have found other sources of energy by the year 2030?
বছৰ ২০৩০ লৈকে বৈজ্ঞানিক সকলে ওজাঃৰ বেলেগ সৃষ্টিমূল বিছাৰি লব নে?


Why do you ask that?
আপুনি সেইটো কিয় সোধিছে?


Because by that time, the Earth's supplies of oil, coal and gas will have run out.
কাৰণ সেই সময়লৈকে, পৃথিবীৰ তেল, কয়লা, আৰু গেছৰ ভাণ্ডাৰ শেষ হৈ থাকিব.


প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
How ______
have will
does
has
will have
'আমি বছৰ ২০৩০ লৈকে বিশ্বৰ সকলো মানুহৰ ভৰণ পোষণৰ কোনো এটা উপায় বিছাৰি লম নে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Will we have found a way to feed all the people in the world by the year 2030?
Will we have find a way to feed all the people in the world by the year 2030?
Will we find a way to feed all the people in the world by the year 2030?
We will have found a way to feed all the people in the world by the year 2030?
ডাইলগ শুনক
By the year 2030, will we have found a way to feed all the people in the world?
আমি বছৰ ২০৩০ লৈকে বিশ্বৰ সকলো মানুহৰ ভৰণ পোষণৰ কোনো এটা উপায় বিছাৰি লম নে?


Hopefully.
যোগাত্মক ভাৱে.


By that time, how will have education changed?
সেই সময়লৈকে, শিক্ষাত কি বদলি হৈ যাব?


ডাইলগ শুনক
By the year 2100, the situation will have become worse.
বছৰ ২১০০ লৈকে, স্থিতি আৰু বেয়া হব.


I don't think so, everything will have become less complicated by then.
মোৰ মতে নহয়, তেতিয়ালৈকে সকলো বস্তু কম জটিল হৈ থাকিব.


That is true but by that time people will have forgotten to work hard.
সেইটো সঁচা, কিন্তু সেই সময়লৈকে মানুহে পৰিশ্ৰম কৰা পাহৰি থাকিব.


বছৰ ২১০০ লৈকে, স্থিতি আৰু বেয়া হৈ থাকিব.
    • By the year 2100,
    • has been
    • will have
    • become worse.
    • has
    • the situation
    'বছৰ ২১০০ লৈকে মানুহে পৰিশ্ৰম কৰা পাহৰি থাকিব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    By the year 2100, people have forgotten hardwork.
    By the year 2100, people will have forgotten hard-work.
    By the year 2100, people are forgetting hard-work.
    By the year 2100, people forgot hard-work.
    'বছৰ ২১০০ লৈকে, সব কম জটিল হৈ থাকিব.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    By the year 2100, everything will become less complicated.
    By the year 2100, everything becomes less complicated.
    By the year 2100, everything will have become less complicated.
    By the year 2100, everything became less complicated.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ