Reflexive pronouns vs. 'each other'
try Again
Tip1:hello
Lesson 228
Reflexive pronouns vs. 'each other'
উপায়
Karan and Arjun looked at themselves in the photo = কৰন আৰু অৰ্জুনে নিজক ছবিত দেখিলে.
কৰনে নিজক ছবিত দেখিলে, আৰু অৰ্জুনে নিজক ছবিত দেখিলে.
Karan and Arjun looked at each other = কৰন আৰু অৰ্জুনে ইজনে সিজনক দেখিলে.
কৰন আৰু অৰ্জুনে ইজনে সিজনৰ ফালে চালে = কৰনে অৰ্জুনৰ ফালে চালে, আৰু অৰ্জুনে কৰনৰ ফালে চালে.
উপায়
God helps those who help themselves = যিজনে নিজৰ সহায় কৰে, ভগৱানে সেইজনৰ সহায় কৰে.
Themselves, ourselves, yourself etc. 'Reflexive pronoun' হয়. Reflexive - নিজেই কিবা কৰা/নিজৰ বাবে কিবা কৰা.
We helped each other in preparing for the exam = পৰীক্ষাৰ তৈয়াৰী কৰাত আমি ইজনে সিজনৰ সহায় কৰিলো.
Each other - ইজনে সিজনক/ইজনে সিজনৰ বাবে কিবা কৰা.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Karan, this is Ali. Have you met ______
yourselves
each other
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
They love ______
each other
every other
ourselves
himself
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We decided not to ask for help and do it ______
each other
ourselves
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
You should stop blaming ______
each other
yourselves
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Have you looked at ______
yourselves
each other
উপায়
=
Singular 'ত reflexive pronouns 'ৰ reflexive pronoun 'ৰ পিছত 'self' লগোৱা হয় আৰু Plural 'ত 'selves' লগোৱা হয়.
=
Type Reflexive Pronouns
Singular Myself, Yourself, Himself, Herself, Itself
Plural Ourselves, Yourselves, Themselves
কৰন আৰু অৰ্জুন পৰস্পৰ বহুত সময়ৰ পৰা লগ কৰা নাই.
    • haven't met
    • each other for
    • Karan and Arjun
    • a long time.
    • themself for
    • themselves for
    'মোৰ বন্ধুসকলে কাৰ্যক্ৰমৰ আনন্দ লাভ কৰিলে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    My friends enjoyed each other at the concert.
    My friends enjoyed itself at the concert.
    My friends enjoyed themselves at the concert.
    My friends enjoyed herself at the concert.
    আয়ুষে তাৰ গাড়ীৰ মেৰামতি নিজেই কৰিলে.
    • himselves.
    • his car
    • itself
    • himself.
    • themselves.
    • Ayush repaired
    'ৰাহুল মাত্ৰ নিজৰ বাবেই চিন্তা কৰে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Rahul only thinks about itself.
    Rahul only thinks about himself.
    Rahul only thinks about herself.
    Rahul only thinks about yourself.
    'আমাৰ প্ৰতিবেদন বনাওঁতে আমি ইজনে সিজনৰ সহায় কৰিলো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    We helped ourselves with our reports.
    We helped itself with our reports.
    We helped themselves with our reports.
    We helped each other with our reports.
    মই মোৰ বাবে উপহাৰ এটা কিনিলো.
    • a gift.
    • I bought
    • meself
    • I brought
    • mineself
    • myself
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Raghav, did you make this presentation ______
    yourself
    itself
    yourselves
    themselves
    দেৱ আৰু সীতা ইজনে সিজনৰ ফালে চালে আৰু মিচিকীয়া হাঁহি দিলে
    • looked at
    • themselves
    • Dev and Sita
    • and smiled.
    • each other
    • themself
    অজয় আৰু অমৰ প্ৰায় ইজনে সিজনক ঈ-মেইল লিখে.
    • Ajay and Amar
    • write e-mails to
    • themselves.
    • often
    • each other.
    • oftenly
    Personal Pronoun Reflexive Pronoun
    I Myself
    You Yourself
    He Himself
    She Herself
    It Itself
    We Ourselves
    You Yourselves
    They Themselves
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ