Determiners Quantifiers : Tons of, Several, Most, All, Half of, None, The whole
try Again
Tip1:hello
Lesson 230
Determiners Quantifiers : Tons of, Several, Most, All, Half of, None, The whole
উপায়
There are lots of fruits in the baskets = খৰাহীত বহুত ফল আছে.
There are tons of fruits in the baskets = খৰাহীত বহুত ফল আছে.
'Tons of' 'ৰ ব্যবহাৰ 'a lot of/lots of' 'ৰ জেগাত কৰা হয়. কিন্তু ই 'lot/lots' 'তকৈ অধিক অনানুষ্ঠানিক.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We need ______
a lots of
several
lots of
a lot
উপায়
A large number of complaints were registered against the company = কোম্পানীৰ বিৰুদ্ধে ডাঙৰ সংখ্যাত আপত্তি দাখিল কৰা হল.
Several complaints were registered against the company = কোম্পানীৰ বিৰুদ্ধে কেইবাটাও আপত্তি দাখিল কৰা হল.
'A large number of', আৰু 'several' বহুবচন গণনা-যোগ্য বিশেষ্যৰ বাবে ব্যৱহাৰ কৰা হয়.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
A large number
A large number of
Several of
A lot
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I knew ______
whole
several
none
a lot
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ate ______
a lot of
lots of
a lot
several
'তেওঁলোক সকলোৱে আহিবলৈ সাজু আছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Several of them were ready to come.
None of them was ready to come.
All of them were ready to come.
They were ready to come.
'প্ৰত্যেক কোঠাৰী চাকৰৰ দ্বাৰা চফা কৰা হৈছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
The whole room was cleaned by the servants.
None of the rooms were cleaned by the servants.
All the rooms were cleaned by the servants.
Most of the rooms were cleaned by the servants.
উপায়
Half (of) my friends are bachelors = মোৰ আধা বন্ধুসকল বৰলা মোৰ বন্ধুসকলৰ ভিতৰত আধাজন বৰলা).
'Half' বা 'half of' 'ৰ পিছত সদায় এটা নিৰ্ধাৰক (determiner) ব্যবহাৰ কৰা হয়. 'Half my friends' (মোৰ আধা বন্ধুসকল) / 'Half of my friends' (মোৰ বন্ধুসকলৰ ভিতৰত আধা জন)) দুয়োটাই শুদ্ধ.
Half of them were unaware of the new technology = তেওঁলোকৰ ভিতৰত আধা জন প্ৰয়োগবিদ্যাৰ পৰা অপৰিজ্ঞাত আছিল.
ইয়াত half them বুলি কব নোৱাৰিছিলো. Half them = আধা তেওঁলোক; ইয়াৰ কোনো অৰ্থ নোলায়.
'আধা লোক শাৰী পাতি বহি আছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Most of the people were sitting in the queue.
Half from the people were sitting in the queue.
Halves of the people were sitting in the queue.
Half of the people were sitting in the queue.
'সকলো সৈনিক নিৰ্ভীকতাৰে যুঁজিলে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Every of the soldiers fought with courage.
None of the soldiers fought with courage.
All the soldiers fought with courage.
Most of the soldiers fought with courage.
'মোক এটাও পোছাক আট নাখালে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
None of the dresses fit me.
None dresses fit me.
Whole dresses fit me.
No of the dresses fit me.
উপায়
The whole family came to the ceremony = সমস্ত পৰিয়াল সমাৰোহলৈ আহিছিল.
'Whole' মানে - সমস্ত বা সকলো. ইয়াৰ ব্যবহাৰ একবচন বিশেষ্যৰ লগত কৰা হয়.
=
'গোটেই কাহিনি মহিলাৰ বিষয়ে আছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
The hole story was about women.
The whole story was about womans.
The whole story was about women.
The whole stories were about women.
উপায়
Most teenagers love pop music = বেছি ভাগ কিশোৰে প'প সংগীত ভাল পায়.
'Most' মানে 'বেচি ভাগে'. ইয়াৰ ব্যবহাৰ বিশেষ্য বা বিশেষণৰ আগত কৰিব পাৰি.
Most of the students in my class are Spanish = মোৰ শ্ৰেণীত বেচি ভাগ ছাত্ৰ স্পেনিশ হয়.
'Most of' মাত্ৰ বিশেষ্যৰ লগত ব্যৱহাৰ কৰা হয়, যদি বিশেষ্যৰ পিছত 'determiner' (the, those, my, her) থাকে.
'বেছি ভাগ মানুহ মোৰ চিনাকী আছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Most of the people were known to me.
Most the people were known to me.
All the people were known to me.
Most of people were known to me.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
He has eaten ______
half a plate
half of plate
halves plate
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I have studied it ______
all
all of
most of
several
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
The whole
Half of
None
Most
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
All
Whole
All of
Most
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
The hole
The whole
Most of
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
None of
None
The whole
Most
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
A lot
Lots
The whole
Half of
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We ______
all
all of
whole
most
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ