লোকক ইংৰাজীত নিমন্ত্ৰণ দিবলৈ শিকক
try Again
Tip1:hello
Lesson 241
লোকক ইংৰাজীত নিমন্ত্ৰণ দিবলৈ শিকক
ডাইলগ শুনক
Hey! I am celebrating my daughter's first birthday tomorrow.
হেৰা! কাইলে মই মোৰ ছোৱালীৰ প্ৰথম জন্মদিন উদযাপন কৰি আছোঁ.


That's great!
এইটো বহুত বঢ়িয়া!


I am throwing a party, it starts at 4 pm.
মই এটা পাৰ্টী দি আছোঁ, এইটো ৪টা বজাত আৰম্ভ হব.


I'll be there, what's the venue?
মই তাত আহিম, অনুষ্ঠানৰ স্থান ক'ত?


It is at MGF mall, at the food court.
MGF ম'লত হ'ব, ফুড কোৰ্টত.


উপায়
Throwing a party = পাৰ্টী/ভোজ আয়োজন কৰা.
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I am ______
throw
throwing
thoroughing
throughing
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We will be ______
host
hosting
hoisting
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
What is the ______
venu
venue
vanue
vanu
পাৰ্টী 8 pm বজাত আৰম্ভ হব.
    • The party
    • starts
    • at
    • is
    • on
    • 8 pm.
    'শনিবাৰে নিজক খালী ৰাখিবা, মই পদোন্নতিৰ পাৰ্টী আয়োজন কৰি আছোঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Keep yourself free on Saturday, I'm giving a treat for my promotion.
    Keep ourselves free on Saturday, I'm giving a treat for my promotion.
    Keep you free on Saturday, I'm giving a treat for my promotion.
    Keep yourself free on Saturday, I'm giving a treat for my promote.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    My parents are ______
    celebrating
    celebrate
    celebration
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    You are ______
    cordially
    cordial
    coordinate
    coordination
    ডাইলগ শুনক
    Hey! You have to be there at my party tomorrow.
    হেৰা! কাইলে আপুনি মোৰ পাৰ্টীলৈ আহিবই লাগিব.


    What's the occasion?
    কি উপলক্ষে?


    I am getting engaged.
    মোৰ আঙুঠী-পিন্ধুৱা আছে.


    That's great news! What time do I have to be there?
    সেইটো বৰ ভাল খবৰ! মই কেইটা বজাত তাত থাকিব লাগে?


    Be there by 6 pm, the venue is Ashok Club.
    6 pm লৈকে তাত থাকিব লাগে, স্থান হল অশোক ক্লাব.


    Great! I'll see you there.
    বহুত বঢ়িয়া, মই তোমাক তাত লগ পাম.


    Look forward to having you there!
    আমি আপোনাৰ বাট চাই থাকিম!


    মোৰ বিয়াৰ তাৰিখ ঠিক কৰা হল. সেয়েহে আপুনি খালী থাকিব.
    • My
    • wedding date
    • keep yourself free.
    • has been fixed,
    • is been fixed,
    • keep yourself freely.
    'আপুনি সমস্ত পৰিয়ালৰ সৈতে মোৰ বিয়ালৈ আমন্ত্ৰিত.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    You and your family are invited to my wedding.
    You and your family are inviting to my wedding.
    You and your family are invitation to my wedding.
    You and your family have invited to my wedding.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I would be ______
    delighted
    delight
    delightment
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    It gives me ______
    immense pleasure
    immense pleasant
    immense pleasing
    immense pleasantly
    'আপোনাৰ উপস্থিতিয়ে এই উপলক্ষ্যক আৰু স্মৰণীয় বনাই দিব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    Your presence will make the occasion even more memorable.
    Your presence will make the occasion even more memory.
    Your present will make the occasion even more memorable.
    Your absence will make the occasion even more memorable.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Your presence will make ______
    this occasion memorable
    this ocasion memorable
    this ocassion memorable
    this occasion memory
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ