আপাতকালীন স্থিতিত বাৰ্তালাপ
try Again
Tip1:hello
Lesson 242
আপাতকালীন স্থিতিত বাৰ্তালাপ
I=মই
immediately rang=লগে লগে ফোন কৰিলো
for=ৰ বাবে
Please=অনুগ্ৰহ কৰি
call the police.=পুলিচ মাতি আনা
Someone=কোনোবাই
robbed=ডকাইতি কৰিলে
উপায়
Urgent = শীঘ্ৰে.
আপাতকালীন স্থিতিত আমি প্ৰায় 'Urgent' শব্দ ব্যৱহাৰ কৰোঁ.
Call the doctor. It is urgent, my brother has met with an accident. = ডাক্তৰক মাতি আনা. বহুত জৰুৰী. মোৰ ভাইটিৰ দুৰ্ঘটনা হল.
উপায়
Stuck in an elevator = লিফটত অৱৰুদ্ধ হোৱা.
=
'মই কাৰোৰে লগত সম্পৰ্ক কৰিব নোৱাৰোঁ, মই লিফট এখনত আবদ্ধ হৈ আছোঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I can't contact anyone, I am stuck in an elevate.
I can't contact anyone, I am stuck in an elevated.
I can't contact anyone, I am stuck in an escalator.
I can't contact anyone, I am stuck in an elevator.
পুলিচক মাতি আনা, ঘৰত এটা চোৰ আছে.
    • burglar
    • there is a
    • Call the police,
    • in the house.
    • calling the police,
    • burglary
    I need help=মোক সহায়ৰ প্ৰয়োজন
    my car=মোৰ গাড়ী
    'তাৰ স্থিতি বহুত সংকটপূৰ্ণ. তাৰ সোনকালে অস্ত্ৰোপচাৰ কৰিব লাগিব.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    His situation is critical, he urgently needs to be operated.
    His situation is critical, he urgent needs to be operated.
    এইজন ৰোগীৰ বহুত তেজ ওলাই গল, তাক শীঘ্ৰে O+ তেজৰ দৰকাৰ.
    • O+ blood.
    • a lot of blood,
    • has lost
    • This patient
    • he urgently
    • needs
    'মোক সহায়ৰ দৰকাৰ. মোৰ ল'ৰা কোঠাৰীত বন্ধ হৈ গল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    I am need help, my child has got locked in the room.
    I need help, my child has got locked in the room.
    'ঘৰটো জ্বলি আছে, অগ্নিনিৰ্বাপক বাহিনীক মাতা.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    There is a fire in the house, call the fire brigade.
    There is a fire in the house, call to the fire brigade.
    There are fire in the house, call the fire brigade.
    There is a fire in the house, call the fire parade.
    'পাকঘৰত গেছ উৰুখ হৈ আছে. সোনকালে খিৰিকিবোৰ খুলি দিয়া.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    There is a gas leakage in the kitchen, never open the windows.
    There is a gas leakage in the kitchen, slowly open the windows.
    There is a gas leakage in the kitchen, immediately open the windows.
    There is a gas leakage in the kitchen, immediate open the windows.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    There's an earthquake, evacuate the house ______
    immediately
    usually
    immediate
    quick
    'মোক সহায়ৰ দৰকাৰ, মই লিফটত অৱৰুদ্ধ হৈ গলো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    I need help, I'm stuck in an elevator.
    I need help, I'm suck in an elevator.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    He got a heart attack, ______
    call the police
    call an ambulance
    call the fire brigade
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ