Phrasal verbs - bring up, bring out, clear up, call off, carry on, etc.
try Again
Tip1:hello
Lesson 248
Phrasal verbs - bring up, bring out, clear up, call off, carry on, etc.
উপায়
We need to bring the books out quickly = আমি কিতাপবোৰ সোনকালেই প্ৰকাশিত কৰি দিব লাগে.
Phrasal verb: Bring out = publish = প্ৰকাশিত কৰা

Phrasal verbs এটা verb (ক্ৰিয়া) আৰু এটা particle সংযোগ কৰি বনোৱা হয়.
Verb = Bring, Particle = Out.
We need to bring out the books quickly = আমি কিতাপবোৰ সোনকালেই প্ৰকাশিত কৰি দিব লাগে.
Separable phrasal verbs - এনে phrasal verbs যিবোৰত, verb (bring) আৰু particle (out) একেলগে ব্যৱহাৰ কৰা দৰকাৰী নহয়.

যেতিয়া object এটা noun হয় (eg: 'books'), তেতিয়া সেইটো particle (eg: 'out') 'ৰ আগত বা পিছত ব্যৱহাৰ কৰিব পাৰি.
Bring the books out
or
Bring out the books.
উপায়
We need to break into the apartment, she is stuck inside = আমি ঘৰত সোমাবই লাগিব, তাই ভিতৰত আবদ্ধ হৈ আছে.
Break into = enter a building by force.

Inseparable phrasal verbs - যিবোৰত 'particle' (into) ক্ৰিয়াৰ (break) ঠিক পিছত ব্যৱহাৰ কৰা হয় আৰু 'object' মাজত নাহে.
=
We need to break the apartment into.
'আপুনি সেইটো উল্লেখ কৰা দৰকাৰ নাছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
You didn't have to bring this up.
You didn't have to bring this out.
'মই নাজানো কি চলি আছে, আমি আজি স্পষ্ট কৰিম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I don't know what is going on, we'll clear it up today.
I don't know what is going on, we'll call it off today.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I'm a little busy, you ______
Carry on
Carry
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
You will have to ______
carry out
carry it out
do carry out
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
How did you ______
find out
finding
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
came across
came along
came up
came
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Whenever you need someone, you can ______
count on
count
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
He was found cheating, I think you need to ______
deal with
deal
উপায়
The car broke down in the middle of the highway = ৰাজবাটৰ মাজত কাৰ বেয়া হৈ গল.
Some phrasal verbs have a totally different meaning; কিছুমান phrasal verbs দেখি তাৰ আচল অৰ্থ গম পোৱা নহয়.
=
যেনে: The car broke down in the middle of the highway
Broke down = stopped working.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She ______
broke up
break up
উপায়
What are you up to? = আপুনি কি কৰি আছে?
Verbs with two particles: কিছুমান phrasal verbs 'ত দুটা particles ব্যবহাৰ কৰা হয়.
=
Up, to = particles.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
You can ______
carry on with
carry with
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I think we should ______
do away with
do
do away
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We have a lot to ______
catch up on
catch with
catching
do catch up on
phrasal verb meaning
break down analyze; list the parts of something separately; বিভাজিত কৰা
bring around influence somebody to accept your opinion; সৰোগত কৰোৱা
close down stop all work at a business/factory; বন্ধ কৰি দিয়া
cut back reduce something; আতৰোৱা
cut down reduce in quantity; মাত্ৰা কম কৰা
cut off disconnect a supply; যোগান বন্ধ কৰা
cut out stop doing/using something; ৰখাই দিয়া
fill in complete a form; ভৰ্তি কৰা
call on visit; লগ কৰিবলৈ যোৱা
come back return to a place; ঘুৰি অহা
come out appear; গম পোৱা
come over come to a place; লগ কৰিবলৈ অহা
catch up with go faster to reach the same position as somebody; ধৰা
fall back on use something because other things have failed; আশ্ৰয় লোৱা
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ