A sales call: Negotiating rates
try Again
Tip1:hello
Lesson 261
A sales call: Negotiating rates
'মই ক্ষমা প্ৰাৰ্থী কিন্তু মই দাম আৰু কম কৰিব নোৱাৰিম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I’m sorry but I will not be able to reduce the price any further.
I’m sorry but I will not be able to reduce the price any later.
'যদি আপুনি কয় তেনেহলে মই ইয়াৰ অধ্যাভূতি বঢ়াই দিব পাৰিম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
If you want I can give you an extended warranty.
If you want I can give you an extensive warranty.
'মই মোৰ মালিকৰ লগত কথা পাতিলো আৰু মই দাম ইয়াতকৈ বেছি কম কৰিব নোৱাৰিম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I have spoken to my boss and I will not be able to reduce the prices any further.
I have spoken to my boss and I will not be able to reduce the prices any lesser.
'মোক চাব দিয়ক মই আপোনাৰ বাবে কি কৰিব পাৰো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Let me see what I can do for you.
Let myself see what I can do for you.
'আপুনি আপোনাৰ অন্তিম নিৰ্ণয় কওঁক.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Tell me your ultimate decision.
Tell me your latest decision.
আমি দিয়া দামতকৈ কম দামত আপোনাক কোনেও নিদিয়ে.
    • will offer you
    • No one
    • further than
    • lower than
    • rates
    • our rates.
    'আপুনি কালিলৈকে ৰখিব পাৰিব নে, মই মোৰ মালিকৰ লগত কথা পাতি চাওঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    Can you wait till tomorrow, I will talk to my boss and see.
    Can you wait till tomorrow, I will talk to my boss and look.
    'যদি মই ২ ঘণ্টা কাম কৰোঁ, মই ৫০০ টকা লম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
    If I work for two hours, I will charge 500 rupees.
    If I work for two hours, I will be charged 500 rupees.
    ২ দিনত আপোনাৰ কাম শেষ হৈ যাব.
    • has been completed
    • will get completed
    • at 2 days.
    • for 2 days.
    • in 2 days.
    • all your work
    ২০ দিনৰ কামৰ বাবে মই ইয়াতকৈ কম দাম দিব নোৱাৰোঁ.
    • For 20 days of work
    • lesser
    • fewer
    • I will not be able
    • than this.
    • to charge
    দাম ১০,০০০ হব আৰু কৰ লগোৱা হব.
    • rupees 10,000
    • would be on upwards.
    • The price
    • would be on top.
    • and the tax
    • would be
    সংলাপ শুনক
    Hello, am I talking to Mr. Jain?
    হেলো,আপুনি জৈন চাৰে কৈছে নেকি?


    Ya speaking, who’s this?
    অঁ, কওক?


    Hello sir, I am Sachin from ABC co. We spoke yesterday.
    অঁ চাৰ, মই abc কোম্পানীৰ পৰা শচীনে কৈছো. আমি কালি কথা পাতিছিলো.


    Oh yes, Sachin, I will send you the amount of rupees 10,000 by today. Please send me the bill via e-mail.
    অহ অঁ, শচীন, মই আজি তোমাক ১০,০০০ টকাৰ চে'ক পঠিয়াই দিম. অনুগ্ৰহ কৰি মোলৈ বিল ই-মেইল কৰি দিয়া.


    Actually, I called to clarify that the amount would be rupees 12,000 and not 10,000.
    আচলতে, মই এইটো স্পষ্ট কৰিবলৈ ফোন কৰিলো যে দাম ১২,০০০ হব, ১০,০০০ নহয়.


    Oh, then I’m afraid, I will have to cancel the order. There is another seller who has offered me a lower rate.
    অঁহ, তেনেহলে মই দুঃখিত যে মই অৰ্ডাৰ বাতিল কৰিব লাগিব. আন এজন ব্যাপাৰীয়ে মোক কম দামৰ প্ৰস্তাৱনা দিছে.


    That is not possible sir, the machine costs 14,000 and we are the only ones selling it for 12,000.
    সেইটো সম্ভৱ নহয় চাৰ, যন্ত্ৰটো এনেই ১৪,০০০ টকাৰ, অকল আমি ১২,০০০ টকাত বিক্ৰী কৰি আছোঁ.


    But, I am getting a benefit of rupees 2000 by buying it from somewhere else, if you can do something about it, let me know.
    কিন্তু মই আৰু আন কাৰোবাৰ পৰা কিনিলে ২০০০ টকাৰ লাভ হৈছে, যদি আপুনি কিবা কৰিব পাৰিব তেন্তে মোক কওঁক.


    I spoke to my boss, I’m sorry we will not be able to reduce the price any further. However, we can give you an extended warranty for the machine.
    মই মোৰ মালিকৰ লগত কথা পাতিলো, ক্ষমা কৰিব আমি দাম ইয়াতকৈ কম কৰিব নোৱাৰিম. কিন্তু আমি আপোনাৰ যন্ত্ৰটো বেচি অধ্যাভূতি দিব পাৰিম.


    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ