ইংৰাজীত'Names of Colours ' শিকক
try Again
Tip1:hello
Lesson 27
ইংৰাজীত'Names of Colours ' শিকক
My=মোৰ
favorite=প্রিয়
color=ৰং
is=(হয়)
Her=তাইৰ
favorite=প্রিয়
color=ৰং
is=(হয়)
Is=(হয়)
green=সেউজীয়া
your=আপোনাৰ
favorite=প্রিয়
Is=(হয়)
yellow=হালধীয়া
your=আপোনাৰ
favorite=প্রিয়
'মোৰ প্রিয় ৰং হালধীয়া.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
My favorite color is yellow.
My favorite colors is yellow.
Mine favorite color is yellow.
My favorite color are yellow.


এইটো কি ৰং?
Blue
Yellow


এইটো কি ৰং?
Red
Green
A=এটা
red=ৰঙা
trouser=পেন্ট
'এটা হালধীয়া মোনা.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
A red bag.
An yellow bag.
A green bag.
A yellow bag.
ইংৰাজীলৈ অনুবাদ কৰক.
মোৰ হালধীয়া মোনা.
ইংৰাজীলৈ অনুবাদ কৰক
এখন সেউজীয়া গাড়ী
A=এপাত
black=ক'লা
Two=দুটা
orange=কমলা
bags=মোনা
'এপাত ৰঙা জোতা' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
A black shoe
A red shoe
A yellow shoe
A blue shoe
'এপাত নীলা জোতা' ৰ ইংৰাজী অনুবাদ চয়ন কৰক. (১টা বিকল্প বাছক);
A blue shoe.
A green shoe.
A black shoe.
A red shoe.
দুপাত কমলা ৰঙৰ জোতা.
    • two
    • orange
    • shoes.
    • an
    • a
    • shoe.
    'দুপাত সেউজীয়া জোতা.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    Two green shoes.
    Two greens shoes.
    Two shoes greens.
    Three green shoes.
    এইখন এখন হালধীয়া গাড়ী.
    • is
    • car.
    • yellow
    • am
    • a
    • this
    ইংৰাজীলৈ অনুবাদ কৰক.
    মোৰ ওচৰত এখন ক'লা গাড়ী আছে.
    ইংৰাজীলৈ অনুবাদ কৰক.
    মোৰ ওচৰত এখন ক'লা মোনা আছে.
    'এপাত মুগা জোতা' ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.;
    A red shoe.
    A brown shoe.
    A yellow shoe.
    A green shoe.
    'এটা মুগা মোনা' ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.;
    A brown bag
    A red bag.
    A yellow bag.
    A green bag.
    ইংৰাজীলৈ অনুবাদ কৰক.
    মুগা/মটীয়া
    মোৰ হালধীয়া মোনাটো সুন্দৰ.
    • is
    • bag
    • yellow
    • pretty.
    • my
    মোৰ ওচৰত দুটা হালধীয়া মোনা আছে.
    • two
    • bag
    • yellow
    • bags.
    • I
    • have
    ইংৰাজীলৈ অনুবাদ কৰক.
    মোৰ ৰঙা জোতাপাত সুন্দৰ.
    ইংৰাজীলৈ অনুবাদ কৰক.
    আপোনাৰ ৰঙা জোতাপাত সুন্দৰ.
    ইংৰাজীলৈ অনুবাদ কৰক.
    আমৰ ওচৰত এটা সেউজীয়া মোনা আছে.
    'এটা বগা মোনা' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.;
    A white bag.
    A red bag.
    A yellow bag.
    A green bag.
    ইংৰাজীলৈ অনুবাদ কৰক.
    তেওঁলোকৰ বগা মোনা.
    মোৰ ওচৰত বগা জোতা আছে.
    • a
    • white
    • shoes.
    • have
    • I
    • shoe
    আপোনাৰ বগা মোনাটো সুন্দৰ.
    • pretty.
    • white
    • bag
    • is
    • your
    'এইটো এটা বগা মোনা' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.;
    It is a white bag
    It is a red bag
    It is a yellow bag
    It is a green bag
    ইংৰাজীলৈ অনুবাদ কৰক.
    এইটো এটা ক'লা মোনা.
    মোৰ প্রিয় ৰং ক'লা.
    • favorite
    • black.
    • is
    • my
    • color
    • mine
    কমলা অাপোনাৰ প্রিয় ৰং নেকি?
    • favorite
    • orange
    • is
    • your
    • color?
    • yours
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ