কাপোৰ সম্বন্ধিত বাৰ্তালাপ শিকক
try Again
Tip1:hello
Lesson 28
কাপোৰ সম্বন্ধিত বাৰ্তালাপ শিকক
This=এইটো
is=(হয়)
my=মোৰ
This=এইপাত
is=(হয়)
my=মোৰ
These=এইবোৰ
are=(হয়)
my=মোৰ
shoes.=জোতা.
These=এইবোৰ
are=(হয়)
my=মোৰ
red=ৰঙা
shoes.=জোতা.
These=এইবোৰ
are=(হয়)
my=মোৰ
black=ক'লা
pants.=পেন্ট.
উপায়
Pants = পেন্ট/ পটলুং
কি্ছুমান কাপোৰক সদায় বহুবচনতে কোৱা হয়. এইবোৰ কাপোৰৰ দুটা একে ধৰণৰ অংশ থাকে. যেনে: চর্টছ (shorts), জীন্ছ (jeans), পেণ্ট(pants/trousers), পায়জামা (pajamas), etc.
=
'এইয়া মোৰ জোতা' ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক. ;
These are my pants.
These are my shoes.
These are my socks.
This is my bag.
'সেই মানুহ জনৰ ওচৰত ক'লা পেণ্ট আছে' শুদ্ধ অনুবাদ চয়ন কৰক
That man has black shorts.
That man has black trousers.
'সেই ছোৱালী জনীৰ ওচৰত সেউজিয়া বুটা পেণ্ট আছে' শুদ্ধ অনুবাদ চয়ন কৰক
The woman has green shorts.
The woman has a green skirt.


শুদ্ধ বিকল্প বাছক.
The woman has a grey skirt.
The woman has a red skirt.


শুদ্ধ বিকল্প বাছক.
The man has a blue shirt.
The man has an orange shirt.


শুদ্ধ বিকল্প বাছক.
He wears a skirt to work.
He wears a tie to work.


শুদ্ধ বিকল্প বাছক.
A brown hat and blue slippers.
A brown hat and orange slippers.
ইংৰাজীলৈ অনুবাদ কৰক.
মোৰ ক'লা স্কার্টটো ধুনীয়া.
ইংৰাজীলৈ অনুবাদ কৰক.
তেওঁৰ ওচৰত নীলা পেণ্ট আছে.
ইংৰাজীলৈ অনুবাদ কৰক.
তেওঁৰ চোলা (টি-চার্ট)টো কমলা.
'এই পেন্টটো মোৰ গাত ভালদৰে ফিট হয়.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
This pants fit me well
These pant fit me well.
These pants are fit me well.
These pants fit me well.
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক
My red ______
pants
pant
pants are
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
My brown skirt ______
fit
fits
is fit
is fits
ইংৰাজীলৈ অনুবাদ কৰক
আপোনাৰ নীলা টুপি.
ইংৰাজীলৈ অনুবাদ কৰক.
মোৰ আইৰ হালধীয়া চেন্ডেল
ইংৰাজীলৈ অনুবাদ কৰক.
মাৰ্কৰ হালধীয়া হাফপেন্ট.
ইংৰাজীলৈ অনুবাদ কৰক.
দুপাত কজলা (গ্রে') জোতা.
pants/trousers পেন্ট
skirt স্কার্ট
socks মোজা
shoes জোতা
slippers চেন্ডেল
shorts চর্টছ
hat টুপি
shirt চার্ট, চোলা
t-shirt টি-চার্ট (চুটি হাতৰ কেজুৱেল চোলা)
stilettos পাতল অাৰু ওখ হিল থকা ছোৱালীৰ চেন্ডেল
jeans জীনচ
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ